RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

132656237

ৰিজাৰ্ভ বেংকে অনা-বেংকিং বিত্তীয় কোম্পানীৰ বাবে লোকপাল আচনি প্ৰৱৰ্তন কৰিছে

২৩ ফেব্ৰুৱাৰী, ২০১৮

ৰিজাৰ্ভ বেংকে অনা-বেংকিং বিত্তীয় কোম্পানীৰ বাবে লোকপাল আচনি প্ৰৱৰ্তন কৰিছে

Monetary policy statement of February 7, ২০১৮, ত ঘোষনা কৰা মতে, ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই) এ আজি আৰ বি আই আইন ১৯৩৪ ৰ ধাৰা ৪৫-ঝ কৰ অন্তৰ্গত আৰ বি আইত পঞ্জীভূক্ত এনবিএফচিবোৰৰ বিৰুদ্ধে অভিযোগ নিৰাকনৰ বাবে Notification dated February ২৩, ২০১৮ যোগে অনা-বেংকিং বিত্তীয় কোম্পানী (এনবিএফচি) বোৰৰ বাবে লোকপাল আঁচনিখন প্ৰৱৰ্তন কৰিছে। আচনিখনৰ অধীনত আচ্ছাদিত এনবিএফচিবোৰৰ সেৱাত হোৱা বিচ্যুতিৰ ক্ষেত্ৰত অভিযোগ নিষ্পত্তিৰ কাৰণে আচনিখনে ব্যয়-বিহীন আৰু খৰতকীয়া ব্যৱস্থা আগবঢ়াব। চাৰিটা মেট্ৰপলিটান কেন্দ্ৰ অৰ্থাত্ চেন্নাই, কলকাটা, মুম্বাই আৰু নতুন দিল্লীত কাৰ্যক্ষম হবলগীয়া এনবিএফচি লোকপালৰ কাৰ্যালয়বোৰে সংশ্লিষ্ট অঞ্চলসমূহত গ্ৰাহকৰ অভিযোগ চোৱাচিতা কৰিব।

আৰম্ভণিতে, আঁচনিখনে সকলো জমা গ্ৰহণকাৰী এনবিএফচিক সামৰি লব। প্ৰাপ্ত অভিজ্ঞতাৰ ভিত্তিত আৰবিআয়ে এক বিলিয়ন আৰু ততোধিক টকাৰ গ্ৰাহক আন্তঃমুখী সম্পদ থকা এনবিএফচিক সামৰি লোৱাকৈ আঁচনিখন সম্প্ৰসাৰিত কৰিব।

আঁচনিখনে আপীল কাৰ্যপ্ৰণালী এটাও আগবঢ়াব যিটোৰ অধীনত অভিযোগকৰী-এনবিএফচিয়ে লোকপালৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল প্ৰাধিকৰণৰ আগত আপীল কৰাৰ বিকল্প লাভ কৰিব।

সম্পূৰ্ণ Scheme আৰবিআইৰ বেৱছাইটত উপলব্ধ।

জোছ জে. কাট্টূৰ
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৭-২০১৮/২২৮৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?