RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78481667

চভাৰেইন গল্ড বণ্ড ২০১৫ৰ ক্ৰয়বিক্ৰয় উপযোগিতা

৮ জুন, ২০১৬

চভাৰেইন গল্ড বণ্ড ২০১৫ৰ ক্ৰয়বিক্ৰয় উপযোগিতা-
(৩০ নৱেম্বৰ, ২০১৫ত জাৰি কৰ)

চভাৰেইন গল্ড বণ্ড আঁচনি, ২০১৫, ভাৰত চৰকাৰৰ দ্বাৰা notification dated October 30, 2015 যোগে ঘোষণা কৰা হৈছিল। আঁচনিখনৰ দফা ১৭ৰ চৰ্ত অনুযায়ী ভাৰতীয় ৰিজাৰ্ভ বেংকে, ১৩ জুন, ২০১৬ক এক তাৰিখ হিচাপে সূচীত কৰে। সেই তাৰিখৰ পৰা ডি-মেট আকাৰত ধাৰণ কৰা চভাৰেইন গল্ড বণ্ডবোৰ ৩০ নৱেম্বৰ, ২০১৫ত জাৰি কৰা প্ৰতিভূতি চুক্তি (বিনিয়ম) আইন, ১৯৫৬ৰ অধীনত ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জবোৰত ক্ৰয়-বিক্ৰয়ৰ (ট্ৰেডিং) উপযোগী হ’ব। পৰৱৰ্ত্তী কিস্তিবোৰত জাৰি কৰা বণ্ডবোৰৰ ক্ষেত্ৰত ক্ৰয়-বিক্ৰয় আৰম্ভ হোৱা তাৰিখ পাছত জ্ঞাপন কৰা হ’ব।

সঙ্গীতা দাস
সঞ্চালক

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৮৫৭

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?