RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78483544

উত্কৰ্ষ স্মল ফাইনেন্স বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে

২৩ জানুৱাৰী, ২০১৭

উত্কৰ্ষ স্মল ফাইনেন্স বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে

উত্কৰ্ষ স্মল ফাইনেন্স বেংক লিমিটেডে ২৩ জানুৱাৰী, ২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ এটা ক্ষুদ্ৰ বিত্ত বেংক হিচাপে ইয়াৰ সঞ্চালন আৰম্ভ কৰিছে। ৰিজাৰ্ভ বেংকে, ভাৰতত ক্ষুদ্ৰ বিত্ত বেংকৰ ব্যৱসায় চলাবলৈ বেংকটোক বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ২২(১)ৰ অধীনত এখন অনুজ্ঞাপত্ৰ জাৰি কৰিছে।

উত্কৰ্ষ মাইক্ৰ ফাইনেন্স প্ৰাইভেট লিমিটেড, ১০ আবেদনকাৰীৰ অন্যতম আছিল যাক Press Release on September 16, 2015 ত ঘোষণা কৰা মতে এটা ক্ষুদ্ৰ বেংক স্থাপনৰ কাৰণে নীতিগত অনুমোদন জাৰি কৰা হৈছিল।

অজিত প্ৰসাদ
সহকাৰী উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/১৯৭২

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?