প্ৰচলিত ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ (নি&# - আৰবিআই - Reserve Bank of India
প্ৰচলিত ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ (নিৰ্দিষ্ট বেংক নোটৰ) বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – বেংক একাউণ্টত নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ জমা - সালসলনি
আৰ বি আই/২০১৬-১৭/১৯১ ২১ ডিচেম্বৰ,২০১৬ অধ্যক্ষ/পৰিচালন সঞ্চালক/মুখ্য কাৰ্যবাহী বিষয়া মহাশয়/মহাশয়া, প্ৰচলিত ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ (নিৰ্দিষ্ট বেংক নোটৰ) বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ – বেংক একাউণ্টত নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ জমা - সালসলনি অনুগ্ৰহ কৰি আমাৰ Circular DMD(Plg)No.1859/10.27.00/2016-17 dated December 19, 2016 ৰ সন্দৰ্ভলৈ আহে যেন। ওপৰোক্তৰ পৰ্যালোচনা কৰি আমি দিহা দিওঁ যে ওপৰৰ চাৰ্কুলাৰৰ উপ-দফা (i) আৰু (ii)ত প্ৰদত্ত প্ৰাৱধানসমূহ সম্পূৰ্ণ কে ৱাই চি নমনীয় একাউণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য নহব। ২. অনুগ্ৰহ কৰি প্ৰাপ্তি স্বীকাৰ কৰিব। আপোনাৰ বিশ্বাসী, (পি. বিজয় কুমাৰ) |