RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78490613

নিৰ্দিষ্ট বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰঃ আৰ বি আইয়ে সমবায় বেংকসমূহক নিৰ্দেশনাবোৰ কটকটীয়াকৈ মানি চলাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে

১৫ নৱেম্বৰ, ২০১৬

নিৰ্দিষ্ট বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰঃ আৰ বি আইয়ে সমবায় বেংকসমূহক
নিৰ্দেশনাবোৰ কটকটীয়াকৈ মানি চলাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে

বৰ্তমানৰ ৫০০ আৰু ১০০০ টকীয়া বেংক নোট (নিৰ্দিষ্ট বেংক নোটৰ) বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ সম্পৰ্কত জাৰি কৰা নিৰ্দেশনাবোৰ একাংশ সমবায় বেংকে কটকটীয়াকৈ অনুসৰণ কৰা নাই বুলি জনা হৈছে। ৰিজাৰ্ভ বেংকে আজি জনায় যে নিৰ্দিষ্ট বেংক নোটবোৰৰ বিনিময় আৰু গ্ৰাহকৰ নিজ নিজ একাউণ্টত তেনে নোট জমা কৰা সন্দৰ্ভত জাৰি কৰা নিৰ্দেশসমূহ মানি চলাটো নিশ্চিত কৰিবৰ কাৰণে চহৰীয়া সমবায় বেংকবোৰক ইয়াৰ আঞ্চলিক কাৰ্যালয়ৰ যোগেদি আৰু ৰাজ্যিক সমবায় বেংকসমূহক কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)ৰ যোগেদি নিৰ্দেশনা দিয়া হৈছে।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১২১৫

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?