RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

78499811

৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ বিধিগ্ৰাহ্যতা প্ৰত্যাহাৰ – ১০-১৭ নৱেম্বৰ,২০১৬ সময়ছোৱাৰ বেংকবোৰত কাম-কাজ

২৮ নৱেম্বৰ, ২০১৬

৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ বিধিগ্ৰাহ্যতা প্ৰত্যাহাৰ – ১০-১৭ নৱেম্বৰ,২০১৬
সময়ছোৱাৰ বেংকবোৰত কাম-কাজ

৮ নৱেম্বৰ, ২০১৬ৰ মাজনিশাৰ পৰা ৫০০ টকীয়া আৰু ১০০০ টকীয়া বেংকনোটৰ বিধিগ্ৰাহ্যতা প্ৰত্যাহাৰৰ পৰিণামৰূপে ভাৰতীয় ৰিজাৰ্ভ বেংকে এনে নোটবোৰৰ ৰিজাৰ্ভ বেংক আৰু বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক আৰু চহৰীয়া সমবায় বেংকবোৰৰ কাউণ্টাৰত বিনিময় আৰু জমাভুক্তিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

বেংকসমূহে ইতিমধ্যে প্ৰতিবেদিত কৰিছে যে ১০ নৱেম্বৰ, ২০১৬ৰ পৰা ২৭ নৱেম্বৰ, ২০১৬ পৰ্যন্ত সম্পাদিত হোৱা এনে বিনিময়/জমাৰ পৰিমাণ হৈছে ৮,৪৪,৯৮২ কোটি টকা (বিনিময় মূল্য ৩৩,৯৪৮ কোটি টকা আৰু জমা ৰাশিৰ পৰিমাণ ৮,১১,০৩৩ কোটি টকা)।

বেংকবিলাকে এইটোও প্ৰতিবেদিত কৰিছে যে উক্ত সময়ছোৱাত জনসাধাৰণে কাউণ্টাৰ অথবা এটিএমৰ যোগেদি ২,১৬,৬১৭ কোটি টকা উলিয়াইছে।

আল্পনা কিল্লাৱালা
প্ৰধান উপদেষ্টা

প্ৰেছ বিজ্ঞপ্তিঃ২০১৬-১৭/১৩৪৯

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

RBI-Install-RBI-Content-Global

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?