RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

94618914

লক্ষ্মী বিলশ বেংক আৰু ইণ্ডিয়াবুলছ হাউছিং ফাইনেন্স লিমিটেডৰ একত্ৰীকৰণ ঘোষণা

Reserve Bank Of India

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) সংবাদ মাধ্যমৰ বাৰ্তাযোগে মানিব পাৰে যে লক্ষ্মী বিলাশ বেংক (LVB) আৰু ইণ্ডিয়াবুলছ হাউছিং ফাইনেন্স লিমিটেড (IBHFL) নিজ নিজ বোৰ্ডে অনুমোদন সাপেক্ষে ৫ এপ্ৰিল, ২০০৯ত পাইছে যে এল পি ডিৰ বোৰ্ডত আৰ বি আইৰ দুগৰাকী মনোনীত সঞ্চালকৰ উপস্থিতিয়ে প্ৰস্তাৱটোত আৰ বি আইৰ পৰোক্ষ অনুমোদন সূচাইছে।

এই কথা স্পষ্ট কৰি দিয়া হল যে বৰ্তমান অৱস্থাত চামিলকৰণ ঘোষণাটোত আৰ বি আইৰ কোনো অনুমোদন নাই। স্পষ্ট কৰি দিয়া হয় যে এল ভি বিৰ বোৰ্ডত আৰ বি আইৰ মনোনীত দুই অতিৰিক্ত সঞ্চালকৰ উপস্থিতিয়ে চামিলকৰণ প্ৰণালীটোত আৰ বি আইৰ অনুমোদন নুসূচায়। অদ্যোপৰি, অতিৰিক্ত সঞ্চালক কেইগৰাকীয়ে সভাখনত স্পষ্টকৈ উল্লেখ কৰে যে প্ৰস্তাৱটোত তেওঁলোকৰ মতামত নাই।

প্ৰস্তাৱবোৰ, এই সংস্থাকেইটাৰ পৰা পোৱাৰ লগে লগে, প্ৰচলিত নিয়ামন মাৰ্গদৰ্শন/নিৰ্দেশনা অনুযায়ী আৰ বি আইত পৰীক্ষা কৰা হব।

(যোগেশ দয়াল)
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৮-২০১৯/২৩৯০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

Web Content Display (Global)

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

Was this page helpful Timestamp Only

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?