RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

94619098

হাউছ প্ৰাইচ ইনডেক্স (HPI) আৰু ৰেচিডেন্সিয়েল প্ৰপাৰ্টী প্ৰাইচ ইনডেক্স (RPPI) সম্পৰ্কে স্পষ্টীকৰণ

Reserve Bank Of India

১৯ জুলাই,২০১৭ত মিণ্টৰ মুম্বাই সংস্কৰণত প্ৰকাশিত নবীকৰণ এন এইছ বিৰ ৰেচিডেক্সে গৃহ ক্ৰেতাক সহায় কৰিবনে শীৰ্ষক কৰ্তা নিৱন্ধত আৰ বি আয়ে যুগুতোৱা হাউছ প্ৰাইচ ইনডেক্স (এইছ পি আই) আৰু ৰেচিডেন্সিয়েল প্ৰপাৰ্টী প্ৰাইচ ইনডেক্স (আৰ পি পি আই) সম্পৰ্কে মন্তব্য সন্দৰ্ভত নিম্নোক্তখিনিৰে স্পষ্ট কৰি দিয়া হল-

১. আৰ বি আয়ে সম্পত্তি পঞ্জীয়ন উপাত্ত ব্যৱহাৰ কৰি এইছ পি আই যুগুতায় আৰু তিনি মাহৰ অন্তৰালত এন এইছ বিৰ ৰেচিকেস্বৰ ক্ষেত্ৰত হৈছে। মাৰ্চ-২০১৭ৰ বাবে শেহতীয়া এইছ পি আইটো জুলাই ১৭, ২০১৭ত প্ৰকাশ পায়। এতেকে বাৰ্তা নিৱন্ধটোত কোৱাৰ দৰে এইছ পি আই উপাত্ত প্ৰকাশত বিশাল ব্যৱধান আছে বোলাটো শুদ্ধ নহয়।

২. নিৰ্বাচিত বেংক আৰু গৃহ নিৰ্মাণ বিত্ত কোম্পানীবোৰে গৃহ ঋণ মঞ্জুৰ কৰোতে নিৰূপণ কৰা গৃহ/ফ্লেট আদিৰ মূল্য ব্যৱহাৰ কৰি আৰ বি আই, আৰ পি পি আই যুগুত কৰে। Recent Trends in Residential property price in India শীৰ্ষক বাতৰি এটা, Q1 2010-11ৰ পৰা Q3:14-15 অৱধিৰ উপাত্তৰ ভিত্তিত, মে-২০১৫ত আৰ বি আই ৱেবছাইটত প্ৰকাশিত হৈছিল উপাত্তখিনিৰ কাৰ্যকাৰিতা আৰু প্ৰণালীবদ্ধতা সম্পৰ্কে ৰাজহুৱা মতামত বিচাৰি (https://rbi.org.in/scripts/PublicationsView.aspx?id=16223)। পাছত এই উপাত্তবোৰ আৰ বি আইৰ আভ্যন্তৰীণ উদ্দেশ্যত ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।

(জোছ জে. কাট্টুৰ)
মুখ্য মহা প্ৰৱন্ধক
ভাৰতীয় ৰিজাৰ্ভ বেংক
কেন্দ্ৰীয় কাৰ্যালয়
শ্বহীদ ভগত্ সিং ৰোড, মুম্বাই-৪০০০০১
ভাৰত।

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

Web Content Display (Global)

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

Was this page helpful Timestamp Only

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

RbiWasItHelpfulUtility