বাণিজ্যিক বেংকবোৰত ৫ দিনীয়া সপ্তাহ সম্পৰ্কে আৰ বি আইৰ স্পষ্টীকৰণ - আৰবিআই - Reserve Bank of India
94618860
প্ৰকাশ কৰা তাৰিখ এপ্ৰিল 20,2019
বাণিজ্যিক বেংকবোৰত ৫ দিনীয়া সপ্তাহ সম্পৰ্কে আৰ বি আইৰ স্পষ্টীকৰণ
একাংশ প্ৰচাৰ মাধ্যমত বাতৰি প্ৰকাশ পাইছে যে আৰ বি আই নিৰ্দেশনা অনুযায়ী বাণিজ্যিক বেংকবোৰ ৫ দিনীয়া সপ্তাহ হব। ইয়াৰ দ্বাৰা স্পষ্ট কৰা হল যে এই তথ্য প্ৰকৃততে শুদ্ধ নহয়। আৰ বি আয়ে এনে কোনো নিৰ্দেশনা দিয়া নাই।
(যোগেশ দয়াল)
মুখ্য মহা প্ৰৱন্ধক
প্ৰেছ বিজ্ঞপ্তি – ২০১৮-২০১৯/২৪৮৮
प्ले हो रहा है
শুনি আছে
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: