RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

Notification Marquee

RBI Announcements
RBI Announcements

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Asset Publisher

94618751

ভাৰতীয় বেংকিং প্ৰণালীৰ সুৰক্ষা আৰু সুস্থিৰতা সম্পৰ্কে আৰ বি আয়ে স্পষ্ট কৰিছে

Reserve Bank Of India

সমবায় বেংকবোৰকে ধৰি কিছুমান বেংকৰ বিষয়ে কোনো কোনো স্থানত ওলোৱা উৰাবাতৰিৰ ফলত জমাকৰ্তাৰ মাজত উদ্বিগ্নতা সৃষ্টি হৈছে।

আৰ বি আয়ে সৰ্বসাধাৰণ ৰাইজক আশ্বস্ত কৰিব বিচাৰে যে ভাৰতীয় বেংকিং প্ৰণালীটো সুৰক্ষিত আৰু সুস্থিৰ আৰু এনেবোৰ উৰাবাতৰিৰ ভিত্তিত উত্কণ্ঠিত হোৱাৰ আৱশ্যক নাই।

(যোগেশ দয়াল)    
মুখ্য মহা প্ৰৱন্ধক

প্ৰেছ বিজ্ঞপ্তি – ২০১৯-২০২০/৮৫০

RbiTtsCommonUtility

प्ले हो रहा है
শুনি আছে

Related Assets

Web Content Display (Global)

RbiSocialMediaUtility

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

Was this page helpful Timestamp Only

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?