বিদেশী মুদ্ৰা বিনিময় বিভাগ - আৰবিআই - Reserve Bank of India
- Accordion Title
- বিদেশী মুদ্ৰা বিনিময় বিভাগ
- Accordion SubTitle
- Accordion Id
- Accordion Description
-
ক্ৰমিক নং সেৱাৰ সবিশেষ সেৱা প্ৰদানৰ বাবে লোৱা সময় ১ বহিঃজাত বাণিজ্যিক ধাৰ (ই চি বি) বিদেশী মুদ্ৰা বিনিময় যোগ বণ্ড (এফ চি চি বি) এপ্ৰোভেল ৰুটৰ অধীনৰ ট্ৰেড ক্ৰেডিট ৭ কৰ্মদিন অটোমেটিক ৰুটৰ অধীনত ইতিমধ্যে প্ৰাপ্ত ই চি বিৰ বাবে প্ৰচলিত ফ্ৰেমৱৰ্কৰ পৰা বিচ্যুতিৰ কাৰণে অনুমোদন ১৫ কৰ্মদিন ২ বিদেশী বিনিয়োগ শ্বেয়াৰৰ বন্ধকী ৪০ কৰ্মদিন ব্ৰান্স/লিয়াজন অফিচৰ বাবে অনুজ্ঞাপত্ৰ জাৰি ৪০ কৰ্মদিন এডফান্স ৰেমিটেঞ্চৰ ৰিফাণ্ড ৭ কৰ্মদিন বিদেশী কলাবৰেশ্যন ৰেকৰ্ডত লবলগীয়া জেনেৰেল পাৰ্মিশ্বন ৰুট (FC-GPR) ৩০ কৰ্মদিন ৩ ভাৰতীয় বিনিয়োগ বিদেশ বিদেশীয় যৌথ উদ্যম আৰু সম্পূৰ্ণ মালিকানাৰ উপক্ৰম (অটোমেটিক ৰুটৰ দ্বাৰা সামৰি নোলোৱা) বিদেশস্থ যোথ উদ্যম/উপক্ৰম-এপ্ৰোভেল ৰুটৰ অন্তৰ্গত শ্বেয়াৰৰ নিৰ্বিনিয়োগ ৪০ কৰ্মদিন এপ্ৰোভেল ৰুটৰ অন্তৰ্গত অন্যান্য বিদেশী বিনিয়োগ ৪০ কৰ্মদিন ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ বন্টন অনলাইন ৰিপোৰ্টিং চিষ্টেমযোগে তত্কাল স্বয়ংপ্ৰাপ্ত ৪ ৰপ্তানি @ছেট অব / @ৰাইট অবত ৰপ্তানিৰ বাবে জি আৰ ফৰ্ম আনুষ্ঠানিকতাৰ মুকুবৰ বাবে অনুমতি ৭ কৰ্মদিন এ চি ইউ মেকানিজিমৰ বাহিৰত ৰপ্তানি ৰিছিভেবল/পেয়েবল ৭ কৰ্মদিন এডভান্স @ৰ ৰিফাণ্ড/ৰিটেনশ্যন ৭ কৰ্মদিন আই/ই ডি পি এম এছ ইচ্যুজ @ৰ মীমাংসা ৭ কৰ্মদিন আমদানি ডাইৰেক্ট ইনপুটছ @ ৭ কৰ্মদিন থাৰ্ড কান্ট্ৰি /মাৰ্কেণ্টিন ট্ৰেড/ ওৱেৰহাউছিং@ ৭ কৰ্মদিন এ চি ইউ মেকানিজিম @ৰ বাহিৰত ইম্পোৰ্ট ৰিছিভেবেল/পেয়েবল ৭ কৰ্মদিন ৫ অন্যান্য মাণি ছেঞ্জাৰ্ছ লাইচেন্সৰ জাৰি/নবীকৰণ ৪০ কৰ্মদিন এফ ই এম এ উলংঘনৰ কম্পাউণ্ডিং ১৮০ কৰ্মদিন @নিৰ্ধাৰিত সময়সীমাবোৰ আঞ্চলিক কাৰ্যালয় (RO)বোৰত কামবোৰ নিষ্পত্তি বিষয়ক। AD বেংক/RO আৰু কেন্দ্ৰীয় কাৰ্যালয় (CO) লৈ প্ৰেৰিত কামবোৰৰ ক্ষেত্ৰত সেৱা প্ৰদানৰ সময়সীমা হব – COত সম্পূৰ্ণ তথ্যসহ আবেদন প্ৰাপ্তি তাৰিখৰ ২০ কৰ্মদিন। নীতিগত বিষয় জড়িত কামবোৰ এই সময়সীমাৰ গণ্ডিত নপৰে। অস্বীকাৰ
-
নিৰ্ধাৰিত সময়সীমাবোৰ আৱশ্যকীয় অনুমোদনৰ বাবে সম্পূৰ্ণ আৱশ্যকীয় নথিলানি প্ৰাপ্তিসাপেক্ষ
-
চৰকাৰ আৰু /অথবা অন্যান্য এজেন্সিৰ পৰা FEMA,1999 বা তদন্তৰ্গত নিয়ম/অধিনিয়ম অন্তৰ্গত বা অন্যান্য সুনিৰ্দিষ্ট কাৰণৰ বাবে অনুমোদন/অনাপত্তি/ইনপুট/মন্তব্য আৱশ্যক হোৱা আৰু অনুমোদনৰ বাবে ক্ষমতাপ্ৰাপ্ত কমিটীলৈ প্ৰেৰিত বিষয়বোৰৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময়সীমাবোৰ প্ৰযোজ্য নহয়।
-
Data Releases
This Section provides data on various aspects of Indian economy, banking and finance. While the current data defined as data for the past one year is available at the links provided below, researchers may also access data series available in the Database on Indian Economy link available on this page.
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: জুলাই 01, 2025