RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S1

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

RBINotificationSearchFilter

সন্ধান শুদ্ধ কৰক

Search Results

প্ৰেছ ৰিলিজ

  • Row View
  • Grid View
নৱে 11, 2016
যথেষ্ট নগদ আছে, আৰ বি আইয়ে পুনৰ আশ্বাস দিছে; সংযম ৰক্ষা কৰিবলৈ আৰু সুবিধা অনুযায়ী নোট বিনিময় কৰিবলৈ ৰাইজক আহ্বান জনাইছে
১১ নৱেম্বৰ, ২০১৬ যথেষ্ট নগদ আছে, আৰ বি আইয়ে পুনৰ আশ্বাস দিছে; সংযম ৰক্ষা কৰিবলৈ আৰু সুবিধা অনুযায়ী নোট বিনিময় কৰিবলৈ ৰাইজক আহ্বান জনাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি জাৰি কৰা এক বিবৃতিত কয় যে ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি নতুন ২০০০ টকীয়া আৰু অন্যান্য মুদ্ৰাবৰ্গৰ নোট বিতৰণৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হৈছে। বেংকবোৰৰ হাতত পৰ্যাপ্ত নোট জমা আছে আৰু দেশৰ সকলো ঠাইতে পোৱাকৈ যাৱতীয় ব্যৱস্থা লোৱা হৈছে। বেংক শাখাবোৰ ইতিমধ্

নৱে 10, 2016
প্ৰদান প্ৰণালীসমূহ আৰটিজিএছ, এনইএফটি, চেক ক্লিয়েৰিং, ৰেপ’, চিবিএলঅ আৰু কল মাৰ্কেটবোৰ শনিবাৰ ১২ নৱেম্বৰ, ২০১৬ত খোলা থাকিব
১০ নৱেম্বৰ, ২০১৬ প্ৰদান প্ৰণালীসমূহ আৰটিজিএছ, এনইএফটি, চেক ক্লিয়েৰিং, ৰেপ’, চিবিএলঅ আৰু কল মাৰ্কেটবোৰ শনিবাৰ ১২ নৱেম্বৰ, ২০১৬ত খোলা থাকিব বেংকসমূহ শনিবাৰ, ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ২০১৬ত ৰাজহুৱা লেনদেনৰ বাবে খোলা থকা হেতুকে, প্ৰদান প্ৰণালীসমূহ (আৰটিজিএছ, এনইএফটি, চেক ক্লিয়েৰিং, ৰেপ’, ডিবিএলঅ’ আৰু কল মাৰ্কেটবোৰ) দুয়োটা দিনতে খোলা ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে। সকলো অংশগ্ৰহণকাৰী/সদস্য বেংকক, তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে নিয়মীয়া কৰ্মদিনৰ নিচিনাকৈ ১২ নৱেম্বৰ শনিবাৰ আৰু ১৩ নৱেম্বৰ,

নৱে 09, 2016
ৰাইজৰ বাবে বেংকবিলাক ৯ নৱেম্বৰ,২০১৬ত বন্ধ থাকিব
৮ নৱেম্বৰ, ২০১৬ ৰাইজৰ বাবে বেংকবিলাক ৯ নৱেম্বৰ,২০১৬ত বন্ধ থাকিব ৰাজহুৱা, বেচৰকাৰী, বিদেশী, সমবায়, আঞ্চলিক গ্ৰামীণ আৰু স্থানীয় অঞ্চল বেংককে ধৰি সকলো সূচীভুক্ত আৰু অনা-চুক্তিভুক্ত বেংক, বুধবাৰ ৯ নৱেম্বৰ,২০১৬ তাৰিখে ৰাইজৰ বাবে বন্ধ থাকিব। আল্পনা কিল্লাৱালা প্ৰধান উপদেষ্টা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৪৩

বেংকসমূহ ৰাইজৰ বাবে শনিবাৰ ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ১৩ নৱেম্বৰ,২০১৬ত খোলা থাকিব
৯ নৱেম্বৰ, ২০১৬ বেংকসমূহ ৰাইজৰ বাবে শনিবাৰ ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ১৩ নৱেম্বৰ,২০১৬ত খোলা থাকিব সকলো সূচীভূক্ত, অনা-সূচীভুক্ত বেংক, ৰাজহুৱা ব্যক্তিগত, বিদেশী, সমবায়, আঞ্চলিক গ্ৰামীণ আৰু স্থানীয় বেংককে ধৰি ৰাইজৰ বাবে শনিবাৰ ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ১৩ নৱেম্বৰ,২০১৬ত খোলা থাকিব। সকলো ব্যৱসায়িক লেনদেন সম্পন্ন কৰিবৰ কাৰণে নিয়মীয়া কৰ্মদিন হিচাপে শনিবাৰ,১২ নৱেম্বৰ আৰু ৰবিবাৰ ১৩ নৱেম্বৰ,২০১৬ত সকলো শাখা খোলা ৰাখিবলৈ বেংকসমূহক পৰামৰ্শ দিয়া হল। এই দিনকেইটাত বেংকিং সেৱা আগবঢ়োৱাৰ বি

নৱে 08, 2016
আন্তঃসংস্থাপন আখৰ ‘E’ সমন্বিতে মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ৫০০ টকীয়া বেংকনোট জাৰি
৮ নৱেম্বৰ, ২০১৬ আন্তঃসংস্থাপন আখৰ ‘E’ সমন্বিতে মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ৫০০ টকীয়া বেংকনোট জাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে, উভয় নম্বৰ সূচীত আন্তঃসংস্থাপিত আখৰ ‘E’ সমন্বিতে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত্ পেটেলৰ স্বাক্ষৰ সম্বলিত বেংকনোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষ থকা আৰু স্বচ্ছ ভাৰতৰ প্ৰতীক ছপা কৰা ৫০০ টকীয়া বেংকনোট জাৰি কৰিব। নতুন ৫০০ টকীয়া নোটবোৰ, ৰং, আকাৰ, মূলভাৱ, সুৰক্ষা বৈশিষ্ট্যবোৰৰ অৱস্থান আৰু আৰ্হিৰ দিশৰ পৰা আগৰ নিৰ্দিষ্ট বেংকনোটতকৈ নিম্নোক্ত দিশবোৰৰ স

৫০০ আৰু ১০০০ টকীয়া নোটৰ বৈধমুদ্রা মর্যাদা প্রত্যাহাৰ – আৰ বি আইৰ জাননী
৮ নৱেম্বৰ, ২০১৬ ৫০০ আৰু ১০০০ টকীয়া নোটৰ বৈধমুদ্রা মর্যাদা প্রত্যাহাৰ – আৰ বি আইৰ জাননী ভাৰত চৰকাৰে তেওঁলোকৰ অধিসূচনা নং ২৬৫২ দিনাংক ৮ নৱেম্বৰ,২০১৬ যোগে, ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা মহাত্মা গান্ধী শৃংখলাৰ ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ নোটবোৰৰ বৈধমুদ্ৰা মৰ্যাদা ৮ নৱেম্বৰ,২০১৬ৰ পৰা প্ৰত্যাহাৰ কৰিছে। নগদ ধনৰ অবৈধ মজুতকৰণ কাৰ্যকৰীভাৱে মষিমূৰ কৰা আৰু জালনোটেৰে সন্ত্ৰাসবাদীক পুঁজিপূৰ্ত কৰাটো ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতীয় নোট জালকৰণৰ উপদ্ৰৱ বন্ধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে।

২০০০ টকীয়া বেংকনোটৰ নিৰ্গমন
৮ নৱেম্বৰ, ২০১৬ ২০০০ টকীয়া বেংকনোটৰ নিৰ্গমন ৰিজাৰ্ভ বেংকে শীঘ্ৰে আন্তঃসংস্থাপন আখৰ অবিহনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলেৰ স্বাক্ষৰ সম্বলিত আৰু বেংক নোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষৰ ছাপ থকা মহাত্মা গান্ধী (নতুন) শৃংখলাত ২০০০ টকা মুদ্ৰাবৰ্গৰ এলানি নতুন বেংকনোট জাৰি কৰিব। নতুন মুদ্ৰাবৰ্গৰ এই নোটৰ পিছফালে আন্তঃগ্ৰহীয় মহাকাশত দেশৰ প্ৰথম পৰিক্ৰমাক প্ৰতিফলিত কৰি মংগলযানৰ প্ৰতিকৃতি থাকিব। নোটবোৰ মেজেণ্টাৰঙী হব। সমুখ আৰু পিঠি উভয় ফালে সামগ্ৰিক ৰং বিন্যাসৰ সৈতে ৰজিতা খুৱ

আন্তঃসংস্থাপন আখৰ ‘R’ সহিতে ২০০০ টকীয়া বেংকনোট জাৰি
৮ নৱেম্বৰ, ২০১৬ আন্তঃসংস্থাপন আখৰ ‘R’ সহিতে ২০০০ টকীয়া বেংকনোট জাৰি ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই আন্তঃসংস্থাপিত আখৰ ‘R’ থকা, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত্ পেটেলৰ স্বাক্ষৰ সম্বলিত বেংকনোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষৰ ছাপ থকা, মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ২০০০ টকীয়া বেংকনোট জাৰি কৰিব। এতিয়া জাৰি কৰিবলগীয়া নোটবোৰৰ আৰ্হি সকলো ক্ষেত্ৰতে, প্ৰেছ বিজ্ঞপ্তি নং ১১৪৪, দিনাংক ৮ নৱেম্বৰ,২০১৬ত উল্লেখিত মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ২০০০ টকীয়া নোটবোৰৰ সদৃশ হব। ৮ নৱেম্বৰ,২০১৬ তাৰিখৰ

নৱে 07, 2016
আৰ বি আইয়ে শ্ৰী এম. ৰাজেশ্বৰ ৰাওক নতুন ই ডি হিচাপে নিযুক্তি দিছে
৭ নৱেম্বৰ, ২০১৬ আৰ বি আইয়ে শ্ৰী এম. ৰাজেশ্বৰ ৰাওক নতুন ই ডি হিচাপে নিযুক্তি দিছে শ্ৰী জি মহালিংগমে ৰিজাৰ্ভ বেংকৰ পৰা স্বেচ্ছা অৱসৰ লোৱাৰ পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকে শ্ৰী এম ৰাজেশ্বৰ ৰাওক নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিছে। কাৰ্যবাহী সঞ্চালক হিচাপে শ্ৰীৰাজেশ্বৰ ৰাৱে পৰিসংখ্যা আৰু তথ্য ব্যৱস্থাপনৱা বিভাগ, ফাইনেন্সিয়েল মাৰ্কেট অপাৰেচন বিভাগ আৰু আন্তৰ্জাতিক বিভাগ চোৱাচিতা কৰিব। কাৰ্যবাহী সঞ্চালক হিচাপে যোগদানৰ পূৰ্বে শ্ৰীৰাও ফাইনেন্সিয়েল মাৰ্কেট পৰিচালনা বিভাগৰ মুখ

নৱে 02, 2016
Pay IT dues in advance at RBI or at authorised bank branches – December 2016
The Reserve Bank of India has appealed to income tax assessees to remit their income tax dues sufficiently in advance of the due date. It has also stated that assessees can use alternate channels like select branches of agency banks or the facility of online payment of taxes offered by these banks. These will obviate the inconvenience involved in standing in long queues at the Reserve Bank offices. It is observed that the rush for remitting Income – Tax dues through t

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

Custom Date Facet

RBIPageLastUpdatedOn

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: ছেপ্তেম্বৰ 06, 2024