RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S3

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

RBINotificationSearchFilter

সন্ধান শুদ্ধ কৰক

Search Results

প্ৰেছ ৰিলিজ

  • Row View
  • Grid View
এপ্ৰিল 18, 2017
আৰ বি আইয়ে জম্মুত বেংকিং লোকপালৰ কাৰ্যালয় মুকলি কৰিছে
১৮ এপ্ৰিল,২০১৭ আৰ বি আইয়ে জম্মুত বেংকিং লোকপালৰ কাৰ্যালয় মুকলি কৰিছে বিগত কালছোৱাত বেংকিং পৰিতন্ত্ৰত উল্লেখনীয় বৃদ্ধি আৰু বৰ্তমানৰ বেংকিং লোকপাল কাৰ্যালয়, নতুন দিল্লী-১য়ে সামৰি লোৱা বৃহত্ অধিকাৰ ক্ষেত্ৰক বিবেচনা কৰি ৰিজাৰ্ভ বেংকে জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক, জম্মুত বেংকিং লোকপালৰ এটা কাৰ্যালয় স্থাপন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক, জম্মুস্থিত বেংকিং লোকপাল কাৰ্যালয়ৰ ক্ষেত্ৰাধিকাৰ সমগ্ৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত পৰিব্যাপ্ত হ’ব, যিখিনি অদ্যপৰিমিত বেংকিং

আৰ বি আইয়ে ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে
১৮ এপ্ৰিল,২০১৭ আৰ বি আইয়ে ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে। ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ হৈ ডেপুটী গৱৰ্ণৰ শ্ৰী ফাজো দৰ্জীয়ে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হৈ ডেপুটী গৱৰ্ণৰ শ্ৰী এছ এছ মুন্দ্ৰাই এম অ’ ইউখনত স্বাক্ষৰ দান কৰে। ৰি

আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে
১৮ এপ্ৰিল,২০১৭ আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই), ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোল্লেখিত চাৰিটা অনা-বেংকিং বিত্তীয় কোম্পানীৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ বাতিল কৰিছে। ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীকৃত কাৰ্যালয় ঠিকনা পঞ্জীয়ন প্ৰমাণপত্ৰ নং জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ ১ মেচাৰ্ছ মুম্বাই ডিস্কাউণ্ট ফাইনেন্স প্ৰাইভেট লিমিটেড ২০২, নদীয়াদৱালা মাৰ্কেট, পোদ্দাৰ ৰ’ড,

২০ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে
১৮ এপ্ৰিল,২০১৭ ২০ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে নিম্নোক্ত এন বি এফ চিসমূহে, ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক জাৰি কৰা পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে সেয়ে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ বাতিল কৰিছে। ক্ৰমিক নং কোম্পানীৰ নাম কাৰ্যালয় ঠিকনা চি অ আৰ নম্বৰ জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ ১ মেচাৰ্ছ আকাংক্ষ্যা কনচাল্টেন্সি ছাৰ্ভিচ

এপ্ৰিল 17, 2017
আৰ বি আয়ে ৰায়পুৰত বেংকিং লোকপালৰ কাৰ্যালয় খুলিছে
১৭ এপ্ৰিল, ২০১৭ আৰ বি আয়ে ৰায়পুৰত বেংকিং লোকপালৰ কাৰ্যালয় খুলিছে সাম্প্ৰতিক কালছোৱাত বেংকিং নেটৱৰ্কত তাত্পৰ্যপূৰ্ণ বৃদ্ধি আৰু ভূপালস্থিত বেংকিং লোকপাল কাৰ্যালয়টোৰ বৃহত্ ক্ষেত্ৰাধিকাৰ বিবেচনা কৰি ৰিজাৰ্ভ বেংকে ছত্তীশগড় ৰাজ্যৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক, ৰায়পুৰত বেংকিং লোকপাল কাৰ্যালয় স্থাপন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰায়পুৰস্থ বেংকিং লোকপাল কাৰ্যালয়ে সমগ্ৰ ছত্তীশগড় ৰাজ্যৰ ক্ষেত্ৰাধিকাৰ পাব যিখিনি অদ্যপৰিমিত বেংকিং লোকপাল কাৰ্যালয়, ভূপালৰ অধীনত আছিল। শ্বেতা মহিলে সহকা

আৰ বি আয়ে এইছ চি বি এল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
১৭ এপ্ৰিল, ২০১৭ আৰ বি আয়ে এইছ চি বি এল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, এইছ চি বি এল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌক জাৰি কৰা নিৰ্দেশনা ১৬ এপ্ৰিল,২০১৭ৰ পৰা ১৫ অক্টোবৰ,২০১৭লৈ অধিক ছমহীয়া অবধিৰ বাবে সম্প্ৰসাৰিত কৰিছে, পুনৰকীক্ষণ সাপেক্ষে। বেংকিং বিনিয়ম আইন,১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত জাৰি কৰা দিনাংক ১০ এপ্ৰিল,২০১৫ নিৰ্দেশযোগে, ১৬ এপ্ৰিল,২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰাই বেংকটো নিৰ্দেশনাধীন হৈ আছিল। ওপৰোক

এপ্ৰিল 14, 2017
চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ – শৃংখলা ৪
২৩ ফেব্ৰুৱাৰী, ২০১৭ চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ – শৃংখলা ৪ ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰত চৰকাৰৰ পৰামৰ্শ ক্ৰমে, Sovereign Gold Bond 2016-17 – Series IV জাৰি কৰিবলৈ সিদ্ধান্ত লৈছে। এই বণ্ডৰ বাবে আবেদন ২৭ ফেব্ৰুৱাৰী, ২০১৭ৰ পৰা ৩ মাৰ্চ, ২০১৭লৈ গ্ৰহণ কৰা হ’ব। বণ্ডবোৰ বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল), মনোনীত ডাকঘৰবোৰ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জ তদৰ্থে, নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জৰ যোগেদি বিক্ৰী কৰা হ’ব।

এপ্ৰিল 13, 2017
ষষ্ঠ দ্বিমাসিক মৌদ্ৰিক নীতিৰ প্ৰবিৱৰণ, ২০১৬-২০১৭
মৌদ্ৰিক নীতি সমিতি (এম পি চি)ৰ প্ৰস্তাৱ
৮ ফেব্ৰুৱাৰী, ২০১৭ ষষ্ঠ দ্বিমাসিক মৌদ্ৰিক নীতিৰ প্ৰবিৱৰণ, ২০১৬-২০১৭ মৌদ্ৰিক নীতি সমিতি (এম পি চি)ৰ প্ৰস্তাৱ মৌদ্ৰিক নীতি সমিতি (এম পি চি)য়ে আজি অনুষ্ঠিত ইয়াৰ বৈঠকত বৰ্তমান আৰু উদীয়মান স্থূল অৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ আধাৰত সিদ্ধান্ত লয় যেঃ চলনিধি সমাযোজন সুবিধা (এলএএফ)ৰ নীতিগত ৰেপ’ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰখা হওক। পৰিণামস্বৰূপে, চলনিধি সমাযোজন সুবিধা (এল এ এফ)ৰ অন্তৰ্গত প্ৰতিৱৰ্ত্তী ৰেপ’ হাৰ ৫.৭৫ শতাংশ আৰু উপান্ত স্থায়ী সুবিধা (এম এছ এফ) হাৰ তথা বেংক হাৰ ৬.২

আৰ বি আয়ে জামখেড় মাৰ্চেণ্টছ কো-অপাৰেটিভ বেংক লিমিটেড, আহমেদনগৰ, মহাৰাষ্ট্ৰক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
১৩ এপ্ৰিল, ২০১৭ আৰ বি আয়ে জামখেড় মাৰ্চেণ্টছ কো-অপাৰেটিভ বেংক লিমিটেড, আহমেদনগৰ, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে জামখেড় মাৰ্চেণ্টছ কো-অপাৰেটিভ বেংক লিমিটেড, আহমেদনগৰ, মহাৰাষ্ট্ৰক দিনাংক ৭ এপ্ৰিল,২০১৬ নিৰ্দেশযোগে ১২ এপ্ৰিল,২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা ছমাহ অবধিৰ বাবে নিৰ্দেশনাধীন কৰা হৈছিল। এই নিৰ্দেশনামাৰ বৈধতা দিনাংক ৬ অক্টোবৰ,২০১৬ নিৰ্দেশযোগে ১৩ অক্টোবৰ,২০১৬ৰ পৰা ১২ এপ্ৰিল,২০১৭লৈ ছহমীয়া অবধিৰ বাবে সম্প্ৰসাৰিত কৰা হৈছিল। ওপৰুক্ত নিৰ্দেশনাৰ বৈধতা দিনাংক

এপ্ৰিল 12, 2017
RBI announces draft guidelines of Simplified Hedging Facility for Residents and Non-Residents
The Reserve Bank of India today released draft guidelines of Simplified Hedging Facility for Residents and Non-Residents which permits dynamic hedging of currency risk and simplifies the procedure involved in booking hedge contracts. To monitor activity under this facility, banks and exchanges will report customer data to the Trade Repository on a regular basis. Comments on the draft guidelines are invited from banks, market participants and other interested parties b

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

Custom Date Facet

RBIPageLastUpdatedOn

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: ছেপ্তেম্বৰ 06, 2024