RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
ODC_S3

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

RBINotificationSearchFilter

সন্ধান শুদ্ধ কৰক

Search Results

প্ৰেছ ৰিলিজ

  • Row View
  • Grid View
জানু 06, 2017
আৰ বি আয়ে লক্ষ্মী বিলাস বেংকক অৰ্থদণ্ড বিহিছে
৬ জানুৱাৰী, ২০১৭ আৰ বি আয়ে লক্ষ্মী বিলাস বেংকক অৰ্থদণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, লক্ষ্মী বিলাস বেংক লিমিটেড (এল ভি বি)য়ে কাৰেণ্ট একাউণ্ট খোলা আৰু ইয়াৰ পৰিচালনা সম্পৰ্কীয় নিৰ্দেশনাৱলী উলংঘন কৰা, নিয়োজক আৰু আকস্মিক গ্ৰাহকলৈ বিল ডিস্কাউণ্টিং সুবিধা আগবঢ়োৱা আৰু কে ৱাই চি আচাৰ মানি নচলাৰ বাবে এল ভি বিক ৩০ নিযুত টকাৰ অৰ্থদণ্ড বিহিছে। ৰিজাৰ্ভ বেংকে সময়ে সময়ে জাৰি কৰি অহা নিৰ্দেশনা/নিৰ্দেশনামা/মাৰ্গদৰ্শন উলংঘনৰ বিষয়টো বিবেচনা কৰি বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৭(ক)(১)(গ

আৰ বি আয়ে ব্ৰহ্মবৰ্ত কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
৬ জানুৱাৰী, ২০১৭ আৰ বি আয়ে ব্ৰহ্মবৰ্ত কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ব্ৰহ্মবৰ্ত কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰক জাৰি কৰা নিৰ্দেশনা ৭ জানুৱাৰী, ২০১৭ৰ পৰা ৬ জুলাই, ২০১৭লৈকে, পৰ্যালোচনা সাপেক্ষে অধিকতৰ ছমাহৰ বাবে পৰ্যালোচনা সাপেক্ষে সম্প্ৰসাৰিত কৰিছে। বেংকটো, বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এছ চি এছ)ৰ ধাৰা ৩৫(ক)ৰ অধীনত ৭ জুলাই, ২০১৫ৰ পৰা নিৰ্দেশনাধীন হৈ আছিল। ওপৰোক্ত নিৰ্দেশনাটো

জানু 05, 2017
নিৰ্দিষ্ট বেংক নোট (এছ বি এন) সন্দৰ্ভত স্পষ্টীকৰণ
৫ জানুৱাৰী,২০১৭ নিৰ্দিষ্ট বেংক নোট (এছ বি এন) সন্দৰ্ভত স্পষ্টীকৰণ জমাকৃত এছ বি এনৰ সম্পৰ্কত কেতবোৰ খণ্ডত বিভিন্ন আকলন হৈছে। আমি স্পষ্ট কৰিবলৈ বিচাৰো যে সমগ্ৰ দেশৰ বৃহত্ সংখ্যক কাৰেন্সি চেষ্টত হোৱা গণনা প্ৰবিষ্টিসমূহৰ সমুচ্চয়নৰ ভিত্তিত আমাৰদ্বাৰা পৰ্যায়ক্ৰমিক এছ বি এন ৰাশিসমূহ প্ৰকাশ কৰা হয়। এতিয়া আঁচনিখন ৩০ ডিচেম্বৰ, ২০১৬ত অন্ত পৰা হেতুকে গণনা ভ্ৰান্তি/সম্ভাৱ্য দ্বৈত গণনা আদি পৰিহাৰ কৰিবলৈ আবয়ৱিক নগদ উদ্ধৃত্তৰ সৈতে এই সংখ্যাবোৰ মিলাই চাব লাগিব। আৰ বি আয়ে এই প্ৰক্ৰিয়া

জানু 04, 2017
আৰ বি আইয়ে আমানাথ কো-অপাৰেটিভ বেংক লিমিটেড., বেংগালুৰুক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
৪ জানুৱাৰী,২০১৭ আৰ বি আইয়ে আমানাথ কো-অপাৰেটিভ বেংক লিমিটেড., বেংগালুৰুক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ইয়াৰদ্বাৰা জনসাধাৰণৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ভাৰতীয় ৰিজাৰ্ভ বেংক এই বিষয়ত পতিয়ন গৈছে যে ৰাজহুৱা স্বাৰ্থত আমানাথ কো-অপাৰেটিভ বেংক লিমিটেড, বেংগালুৰুক জাৰি কৰা নিৰ্দেশনা দিনাংক ১ এপ্ৰিল, ২০১৩ সমন্বিতে পৰৱৰ্ত্তী নিৰ্দেশনাসমূহৰ অন্তিমটো দিনাংক ২৯ জুন, ২০১৬ৰ কাৰ্যপৰিচালনাৰ সময় আৰু ছমাহৰ বাবে সম্প্ৰসাৰিত কৰাটো আৱশ্যক হৈছে। তদনুযায়ী ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম

জানু 03, 2017
মুম্বাই ডিষ্ট্ৰিক্ট চেন্ট্ৰেল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক আৰ বি আইৰ অৰ্থদণ্ড আৰোপ
৩ জানুৱাৰী, ২০১৭ মুম্বাই ডিষ্ট্ৰিক্ট চেন্ট্ৰেল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক আৰ বি আইৰ অৰ্থদণ্ড আৰোপ ভাৰতীয় ৰিজাৰ্ভ বেংকে, মুম্বাই ডিষ্ট্ৰীক্ট চেণ্ট্ৰেল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰই আপোনাৰ গ্ৰাহকক জানক (কে ৱাই চি) আৱশ্যকতা/অবৈধ টকা বৈধৌতকৰণ প্ৰতিৰোধক (এ এম এল) ব্যৱস্থাৱলী সম্পৰ্কীয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ/মাৰ্গদৰ্শন/নিৰ্দেশনাৱলী লংঘনৰ কাৰণে বেংকিং বিনিয়ম আইন, ১৯৪৯ আইনৰ ধাৰা ৪৮(ক)(১)(খ) সমন্বিতে ধাৰা ৪৬(৪)ৰ বিধিব্যৱস্থা অনুযায়ী স

আৰ বি আইৰ শ্ৰীমতী সুৰেখা মাৰাণ্ডিক নতুন ই ডি নিযুক্তি
৩ জানুৱাৰী, ২০১৭ আৰ বি আইৰ শ্ৰীমতী সুৰেখা মাৰাণ্ডিক নতুন ই ডি নিযুক্তি ভাৰতীয় ৰিজাৰ্ভ বেংকে, যোৱা ৩১ ডিচেম্বৰ, ২০১৬ত অৱসৰপ্ৰাপ্ত শ্ৰী ইউ এছ পালিৱালৰ কাৰ্যকাল অন্ত হোৱাত শ্ৰীমতী সুৰেখা মাৰাণ্ডিক কাৰ্যবাহী সঞ্চালক (ই ডি) হিচাপে নিযুক্তি দিছে। শ্ৰীমতী মাৰাণ্ডিয়ে ২ জানুৱাৰী, ২০১৭ত কাৰ্যভাৰ গ্ৰহণ কৰিছে। কাৰ্যবাহী সঞ্চালক হিচাপে শ্ৰীমতী মাৰাণ্ডিয়ে গ্ৰাহক শিক্ষা তথা সুৰক্ষা বিভাগ, বিত্তীয় অন্তৰ্ভুক্তি তথা উন্নয়ন বিভাগ আৰু সচিব বিভাগৰ কাম-কাজ চোৱাচিতা কৰিব। তেওঁ ইউনাইটেড বেংক

ডিচে 31, 2016
এছ বি এনৰ বিনিময়ৰ বাবে বিদেশত থকা নাগৰিক আৰু প্ৰৱাসী ভাৰতীয়ৰ কাৰণে আৰ বি আইৰ সুবিধা প্ৰৱৰ্তন
৩১ ডিচেম্বৰ, ২০১৬ এছ বি এনৰ বিনিময়ৰ বাবে বিদেশত থকা নাগৰিক আৰু প্ৰৱাসী ভাৰতীয়ৰ কাৰণে আৰ বি আইৰ সুবিধা প্ৰৱৰ্তন ভাৰতীয় ৰিজাৰ্ভ বেংকে ৯ নৱেম্বৰ, ২০১৬ৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ সময়ছোৱাত বিদেশত থকা ভাৰতীয় নাগৰিক আৰু প্ৰৱাসী ভাৰতীয় (এন আৰ আই) নাগৰিকলৈ এটা সুযোগ আগবঢ়োৱাৰ উদ্দেশ্যে facility of exchange of specified bank notes (SBN) সুবিধা এটা আগবঢ়াইছে। ৯ নৱেম্বৰ, ২০১৬ৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ৰ সময়ছোৱাত বিদেশত থকা আৱাসী ভাৰতীয় নাগৰিকসকলে ৩১ মাৰ্চ, ২০১৭ পৰ্যন্ত এই সুবিধা লাভ কৰ

ডিচে 30, 2016
এন বি এফ চি – এম এফ আইসমূহে ১ জানুৱাৰী, ২০১৭ৰ পৰা আৰম্ভ হোৱা ত্ৰিমাসিকৰ বাবে আৰোপ কৰিব লগা প্ৰযোজ্য গড় ভিত্তি হাৰ
৩০ ডিচেম্বৰ, ২০১৬ এন বি এফ চি – এম এফ আইসমূহে ১ জানুৱাৰী, ২০১৭ৰ পৰা আৰম্ভ হোৱা ত্ৰিমাসিকৰ বাবে আৰোপ কৰিব লগা প্ৰযোজ্য গড় ভিত্তি হাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি প্ৰচাৰ কৰে যে অনা বেংকিং বিত্তীয় কোম্পানী অনু-বিত্তীয় প্ৰতিষ্ঠান (এন বি এফ চি – এম এফ আই)সমূহে ১ জানুৱাৰী, ২০১৭ৰ পৰা আৰম্ভ হোৱা ত্ৰিমাসিকৰ বাবে আৰোপ কৰিবলগীয়া প্ৰযোজ্য গড় ভিত্তি হাৰ হব ৯ দশমিক ৪১ শতাংশ। ৰিজাৰ্ভ বেংকে ধাৰৰ মূল্য নিৰূপন সন্দৰ্ভত এন বি এফ চি – এম এফ আইসমূহক জাৰি কৰা ইয়াৰ Circular dated February 7,

আৰ বি আয়ে শ্ৰী সাই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুখেড়, জিলা- নান্দেড, মহাৰাষ্ট্ৰৰ অনুজ্ঞা বাতিল কৰিছে
৩০ ডিচেম্বৰ,২০১৬ আৰ বি আয়ে শ্ৰী সাই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুখেড়, জিলা- নান্দেড, মহাৰাষ্ট্ৰৰ অনুজ্ঞা বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে শ্ৰী সাই আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, মুখেড়, জিলা- নান্দেড, মহাৰাষ্ট্ৰৰ অনুজ্ঞা বাতিল কৰিছে। ২৮ ডিচেম্বৰ, ২০১৬ৰ ব্যৱসায় সামৰাৰ পৰৰ পৰা এই আদেশ কাৰ্যকৰী হৈছে। বেংকটোৰ ব্যৱসায় বন্ধ কৰিবলৈ আৰু এক লিকুইডেটৰ নিযুক্ত কৰিবলৈ সমবায় সমিতিসমূহৰ পঞ্জীয়ক, মহাৰাষ্ট্ৰকো অনুৰোধ কৰা হৈছে। ৰিজাৰ্ভ বেংকে বেংকটোৰ অনুজ্ঞা বাতিল কৰিছে যিহেতু-

ডিচে 29, 2016
আন্তঃসংস্থাপিত অক্ষৰ অবিহনে সংখ্যাসূচীত ক্ৰমবৰ্দ্ধমান আকাৰৰ সংখ্যাৰে আৰু মুদ্ৰাংকন ছাপ অবিহনে ২০ টকীয়া বেংকনোট জাৰি
২৯ ডিচেম্বৰ, ২০১৬ আন্তঃসংস্থাপিত অক্ষৰ অবিহনে সংখ্যাসূচীত ক্ৰমবৰ্দ্ধমান আকাৰৰ সংখ্যাৰে আৰু মুদ্ৰাংকন ছাপ অবিহনে ২০ টকীয়া বেংকনোট জাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে মহাত্মা গান্ধী শৃংখলা-২০০৫ত উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত অক্ষৰ অবিহনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত আৰু বেংকনোটৰ সিপিঠিত ছপাবৰ্ষ ‘2016’ ছপা কৰা ২০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব। এতিয়া জাৰি কৰিবলগীয়া এই বেংকনোটবোৰৰ আৰ্হি আৰু নিৰাপত্তা বৈশিষ্ট্যসমূহ, উভয় সংখ্যাসূচীত ক্ৰমবৰ

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

Custom Date Facet

RBIPageLastUpdatedOn

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: আগষ্ট 18, 2025