RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

RBINotificationSearchFilter

সন্ধান শুদ্ধ কৰক

Search Results

প্ৰেছ ৰিলিজ

  • Row View
  • Grid View
ডিচে 19, 2016
আন্তঃ সংস্থাপিত ‘R’ আখৰেৰে ৫০০ টকীয়া বেংকনোট জাৰি
১৯ ডিচেম্বৰ, ২০১৬ আন্তঃ সংস্থাপিত ‘R’ আখৰেৰে ৫০০ টকীয়া বেংকনোট জাৰি বৰ্তমান বৈধমুদ্ৰা হিচাপে প্ৰচলিত হৈ থকা মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ৫০০ টকীয়া বেংকনোটসমূহৰ লগতে উভয় সংখ্যা সূচীত আন্তঃসংস্থাপিত ‘R’ আখৰেৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত, ছপাবৰ্ষ ২০১৬ থকা এচাম নতুন বেংকনোট জাৰি কৰা হব। এই নোটবোৰৰ আৰ্হি Press Release : 2016-17/1461 dated December 8, 2016 ৰ যোগে অধিসূচিত মহাত্মা গান্ধী (নতুন) শৃংখলাৰ বেংকনোটৰ সৈতে সকলো দিশত সদৃশ। (অজিত প

আৰ বি আইয়ে উভয় সংখ্যাসূচীত ক্ৰমাগত বৰ্ধিত আকাৰৰ সংখ্য়াৰে আৰু মুদ্ৰাংকন ছাপ অবিহনে, আন্তঃ সংস্থাপিত ‘L’ আখৰেৰে ৫০ টকীয়া বেংকনোট জাৰি কৰিব
১৯ ডিচেম্বৰ, ২০১৬ আৰ বি আইয়ে উভয় সংখ্যাসূচীত ক্ৰমাগত বৰ্ধিত আকাৰৰ সংখ্য়াৰে আৰু মুদ্ৰাংকন ছাপ অবিহনে, আন্তঃ সংস্থাপিত ‘L’ আখৰেৰে ৫০ টকীয়া বেংকনোট জাৰি কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে, উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত ‘L’ আখৰেৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত আৰু বেংকনোটৰ ওলোটা পিঠিত ছপাবৰ্ষ ২০১৬ ছপা কৰা, মহাত্মা গান্ধী শৃংখলা ২০০৫ত অচিৰে ৫০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব। সংখ্যা সূচীসমূহত ক্ৰমবৰ্দ্ধমান আকাৰৰ আখৰ বিশিষ্ট এই বেংকনোটবোৰ Press Rel

ডিচে 16, 2016
সংখ্যা সূচীত তাৰকা চিহ্ন থকা আন্তঃসংস্থাপিত আখৰ “E” সম্বলিত মহাত্মা গান্ধী (নতুন) শৃংখলাত ৫০০ টকীয়া বেংক নোট জাৰি
১৬ ডিচেম্বৰ, ২০১৬ সংখ্যা সূচীত তাৰকা চিহ্ন থকা আন্তঃসংস্থাপিত আখৰ “E” সম্বলিত মহাত্মা গান্ধী (নতুন) শৃংখলাত ৫০০ টকীয়া বেংক নোট জাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে মহাত্মা গান্ধী (নতুন) শৃংখলাত ৫০০ মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব যিবোৰৰ উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত আখৰ ‘E’ থাকিব আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত নোটবোৰৰ ওলোটা পিঠিত ছপাবৰ্ষ ২০১৬ৰ লগতে স্বচ্ছ ভাৰত প্ৰতীক চিহ্ন ছপা থাকিব। শিৰোনাম বেংকনোটৰ কিছুমানত সংখ্যাসূচীৰ উপসৰ্গ আৰু সংখ্যাটোৰ মা

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬
১৬ ডিচেম্বৰ,২০১৬ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬ ভাৰত চৰকাৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা মৰ্মে Pradhan Mantri Garib Kalyan Deposit Scheme, 2016 অধিসূচিত কৰিছে। Pradhan Mantri Garib Kalyan Deposit Scheme, 2016 ৰ অধীনত অঘোষিত আয় ঘোষণা কৰা যিকোনো ব্যক্তিয়ে আঁচনিখনৰ অধীনত জমা ৰাখিব পাৰিব। জমা ৰখা ৰাশি, যিখিনি ঘোষণা কৰা অঘোষিত ৰাশিৰ ২৫ শতাংশৰ কম হব নোৱাৰিব, যিকোনো কৰ্তৃত্বপ্ৰাপ্ত বেংকত (ভাৰত চৰকাৰে অধিসূচিত কৰা মতে) ১৭ ডিচেম্বৰ,২০১৬ (শনি

আৰ বি আইয়ে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক, নাগপুৰ, জিলা নাগপুৰ, মহাৰাষ্ট্ৰক নিৰ্দেশনা জাৰি কৰিছে
১৬ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক, নাগপুৰ, জিলা নাগপুৰ, মহাৰাষ্ট্ৰক নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৫ ডিচেম্বৰ,২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা কাৰ্যকৰী হোৱাকৈ ছমাহ অবধিৰ বাবে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, নাগপুৰ, জিলা নাগপুৰ, মহাৰাষ্ট্ৰলৈ নিৰ্দেশনা জাৰি কৰিছ। এই নিৰ্দেশনা মতে, নবোদয়া আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, নাগপুৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আগতিয়া লিখিত অনুমোদন অবিহনে কোনো ঋণ আৰু অগ্ৰিম মঞ্জুৰ বা নবীকৰণ নকৰিব, কোনো বিনিয়োগ নক

ডিচে 15, 2016
কেন্দ্ৰীয় বোৰ্ডৰ ৫৬২তম বৈঠক
১৫ ডিচেম্বৰ, ২০১৬ কেন্দ্ৰীয় বোৰ্ডৰ ৫৬২তম বৈঠক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বোৰ্ডৰ ৫৬২ সংখ্যক বৈঠক ১৫ ডিচেম্বৰ, ২০১৬ বৃহস্পতিবাৰে কলকাতাত অনুষ্ঠিত হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষ ড০ উৰজিত পেটেলে বৈঠকত অধ্যক্ষতা কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰসকল ক্ৰমে শ্ৰী আৰ গান্ধী, শ্ৰী এছ এছ মুন্দ্ৰা আৰু শ্ৰী এম এছ বিশ্বনাথৰ উপৰি বৈঠকত উপস্থিত থকা অন্যান্য সঞ্চালকসকলৰ ভিতৰত আছিল শ্ৰী নটৰাজন চন্দ্ৰশেখৰন, শ্ৰী ভাৰত দোশী আৰু শ্ৰী সুধীৰ মানকাড। কেন্দ্ৰীয় বোৰ্ডত চৰকাৰৰ মনোনীত

ডিচে 14, 2016
আৰ বি আইয়ে সন্মিত্ৰ সহকাৰী বেংক মৰয়াদিত, মুম্বাই, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
১৪ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে সন্মিত্ৰ সহকাৰী বেংক মৰয়াদিত, মুম্বাই, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে সন্মিত্ৰ সহকাৰী বেংক মৰয়াদিত, মুম্বাই, মহাৰাষ্ট্ৰক ১৪ জুন,২০১৬ দিনাংকৰ নিৰ্দেশযোগে ১৪ জুন, ২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা ৬ মাহ অবধিৰ বাবে নিৰ্দেশনাধীন কৰা হৈছিল। এই নিৰ্দেশনাৰ বৈধতা আমাৰ সংশোধিত নিৰ্দেশ দিনাংক ৭ ডিচেম্বৰ,২০১৬ অনুযায়ী পুনৰীক্ষণ সাপেক্ষে ১৫ ডিচেম্বৰ,২০১৬ৰ পৰা ১৪ জুন,২০১৭ লৈ অধিক ছমাহৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। উল্লেখিত নিৰ্দেশনাৰ অন্যান্য চৰ্

ডিচে 13, 2016
শ্ৰী আৰ গান্ধী আৰু শ্ৰী এছ এছ মুন্দ্ৰা, আৰ বি আই ডেপুটী মগৱৰ্ণৰদ্বয়ে মুদ্ৰা সম্পৰ্কে এজেন্সিবোৰক বুজাই কয় – সম্পাদিত প্ৰতিলিপি
১৩ ডিচেম্বৰ, ২০১৬ শ্ৰী আৰ গান্ধী আৰু শ্ৰী এছ এছ মুন্দ্ৰা, আৰ বি আই ডেপুটী মগৱৰ্ণৰদ্বয়ে মুদ্ৰা সম্পৰ্কে এজেন্সিবোৰক বুজাই কয় – সম্পাদিত প্ৰতিলিপি Video Link শ্ৰী আৰ গান্ধী – ০. ১০ নৱেম্বৰ,২০১৬ত কাৰ্যসূচীখনৰ আৰম্ভণিৰ পৰা ১০ ডিচেম্বৰ,২০১৬ পৰ্যন্ত বেংকবিলাকে কাউণ্টাৰ আৰু এটিএমেদি জনসাধাৰণক ৪.৬১ লাখ টকা মূল্যৰ নোট প্ৰদান কৰে। ০.১০ ডিচেম্বৰ,২০১৬লৈ আৰ বি আই আৰু কাৰেন্সি চেষ্টবোৰলৈ ঘূৰাই দিয়া নিৰ্দিষ্ট বেংক নোট (এছ বি এন)ৰ পৰিমাণ হয়গৈ ১২.৪৪ লাখ টকা। ০. এই অবধিত, আৰ বি আইয়ে বে

বাল্লি কো-অপাৰেটিভ বেংক লিমিটেড, বাল্লি, হাওড়া, পৰিশ্চম বংগত আৰোপিত নিৰ্দেশনা আৰ বি আইয়ে প্ৰত্যাহাৰ কৰিছে
১৩ ডিচেম্বৰ, ২০১৬ বাল্লি কো-অপাৰেটিভ বেংক লিমিটেড, বাল্লি, হাওড়া, পৰিশ্চম বংগত আৰোপিত নিৰ্দেশনা আৰ বি আইয়ে প্ৰত্যাহাৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৬ নৱেম্বৰ, ২০০৬ নিৰ্দেশযোগে বেংকিং বিনিয়ম আইন,১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৫৬ সমন্বিতে ধাৰা ৩৫কৰ অন্তৰ্গত বাল্লি কো-অপাৰেটিভ বেংক লিমিটেড, বাল্লি, হাওড়া, পশ্চিম বংগক নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনা ১৪ নৱেম্বৰ,২০০৬ পৰ্যন্ত আৰু সময়ে সময়ে কৰিবলগা পুনৰীক্ষণ সাপেক্ষে কাৰ্যকৰী কৰা হৈছিল। ৰিজাৰ্ভ বেংকে, ৰাজহুৱা স্বাৰ্থত এনে কৰাটো আৱ

ডিচে 12, 2016
এক্সিছ বেংক সম্পৰ্কীয় গুজব আৰ বি আইয়ে খণ্ডন কৰিছে
১২ ডিচেম্বৰ, ২০১৬ এক্সিছ বেংক সম্পৰ্কীয় গুজব আৰ বি আইয়ে খণ্ডন কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি স্পষ্ট কৰি দিয়ে যে এক্সিছ বেংকৰ কেইটামান শাখাত নিৰ্দিষ্ট বেংকনোটৰ জমা/বিনিময় সম্পৰ্কীয় লেনদেনত কেতবোৰ গুৰুতৰ অনিয়ম বিষয়ে উত্থাপিত কেইটামান অভিযোগৰ পৰিপ্ৰেক্ষিতত এক্সিছ বেংকৰ বেংকিং অনুজ্ঞাপতচ্ৰ বাতিল কৰিবলৈ আৰ বি আইয়ে স্বীয় কাৰ্যতত্পৰতা লোৱা নাই। বেংটোৱে বেংকিং অনুজ্ঞাপত্ৰ হেৰুৱাব পাৰে বুলি একাংশ প্ৰচাৰ মাধ্যমত প্ৰচাৰিত গুজবৰ প্ৰতি লক্ষ্য ৰাখি এই স্পষ্টীকৰণ দিয়া হল। (আল্পনা কি

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

Custom Date Facet

RBIPageLastUpdatedOn

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: