RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
ODC_S3

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

RBINotificationSearchFilter

সন্ধান শুদ্ধ কৰক

Search Results

প্ৰেছ ৰিলিজ

  • Row View
  • Grid View
মাৰ্চ 26, 2017
বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫-কৰ অন্তৰ্গত নিৰ্দেশনা – দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ
২৬ মাৰ্চ, ২০১৭ বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫-কৰ অন্তৰ্গত নিৰ্দেশনা – দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ দ্য আৰ এছ কো-অপাৰেটিভ বেংক লিমিটেড মুম্বাই, মহাৰাষ্ট্ৰক দিনাংক ২৪ জুন, ২০১৫ নিৰ্দেশযোগে, ২৬ জুন,২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰা নিৰ্দেশনাধীন কৰা হৈছিল। সময়ে সময়ে দি অহা পৰৱৰ্ত্তী নিৰ্দেশসমূহযোগে সেই নিৰ্দেশনাৰ বৈধতা সম্প্ৰসাৰিত আৰু সালসলনি ঘটাই অহা হৈছে, যাৰ অন্তিমটো আছিল দিনাংক ৩১ জানুৱাৰী, ২০১৭ আৰু যিটো পুনৰীক্ষণ সাপেক্ষে ২৫ মাৰ্চ, ২০

মাৰ্চ 24, 2017
সকলো এজেন্সি বেংক আৰু আৰ বি আইৰ নিৰ্বাচিত কাৰ্যালয়সমূহ ২৫ মাৰ্চ, ২০১৭ৰ পৰা
১ এপ্ৰিল, ২০১৭লৈ সকলো দিনত খোলা থাকিব
২৪ মাৰ্চ, ২০১৭ সকলো এজেন্সি বেংক আৰু আৰ বি আইৰ নিৰ্বাচিত কাৰ্যালয়সমূহ ২৫ মাৰ্চ, ২০১৭ৰ পৰা ১ এপ্ৰিল, ২০১৭লৈ সকলো দিনত খোলা থাকিব চৰকাৰী প্ৰাপ্তি আৰু প্ৰদান কাম-কাজসমূহ সূচল কৰাৰ অৰ্থে, চৰকাৰী ব্যৱসায় লেন-দেন কৰা এজেন্সি বেংকবোৰৰ সকলো শাখা চলিত বিত্তীয় বৰ্ষৰ সকলো দিনকেইটাত আৰু ১ এপ্ৰিল, ২০১৭ত (শনিবাৰ, ৰবিবাৰ আৰু বন্ধৰ দিনকেইটাকে ধৰি) খোলা ৰাখিবলৈ সকলো Agency Banks have been advised কৰা হৈছে। চৰকাৰী ব্যৱসায় সম্পাদন কৰা ৰিজাৰ্ভ বেংকৰ সংশ্লিষ্ট বিভাগসমূহো ওপৰোক্ত দিনকেইটাত

মাৰ্চ 22, 2017
“চুপাৰভাইজৰী ক’-অপাৰেশ্যন এণ্ড একচেঞ্জ অব চুপাৰভাইজৰী ইনফৰ্মেশ্যন” সম্পৰ্কে আৰ বি আয়ে চেন্ট্ৰেল বেংক অব নাইজেৰিয়াৰ সৈতে বুজাপৰাৰ চুক্তি (এম অ’ ইউ) স্বাক্ষৰ কৰিছ
২২ মাৰ্চ, ২০১৭ “চুপাৰভাইজৰী ক’-অপাৰেশ্যন এণ্ড একচেঞ্জ অব চুপাৰভাইজৰী ইনফৰ্মেশ্যন” সম্পৰ্কে আৰ বি আয়ে চেন্ট্ৰেল বেংক অব নাইজেৰিয়াৰ সৈতে বুজাপৰাৰ চুক্তি (এম অ’ ইউ) স্বাক্ষৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, চেণ্ট্ৰেল বেংক অব নাইজেৰিয়াৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় এক পাৰস্পৰিক বুজাপৰাৰ চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে। চেণ্ট্ৰেল বেংক অব নাইজেৰিয়াৰ হৈ গৱৰ্ণৰ শ্ৰী গডৱিন এমিফিয়েলেই আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হৈ গৱৰ্ণৰ ড০ উৰজিত্ আৰ. পেটেলে এম অ’ ইউখনত স

“চুপাৰভাইজৰী ক’-অপাৰেশ্যন এণ্ড একচেঞ্জ অব চুপাৰভাইজৰী ইনফৰ্মেশ্যন” সম্পৰ্কে আৰ বি আয়ে বেংক অব থাইলেণ্ডৰ সৈতে বুজাপৰাৰ চুক্তি (এম অ’ ইউ) স্বাক্ষৰ কৰিছে
২২ মাৰ্চ, ২০১৭ “চুপাৰভাইজৰী ক’-অপাৰেশ্যন এণ্ড একচেঞ্জ অব চুপাৰভাইজৰী ইনফৰ্মেশ্যন” সম্পৰ্কে আৰ বি আয়ে বেংক অব থাইলেণ্ডৰ সৈতে বুজাপৰাৰ চুক্তি (এম অ’ ইউ) স্বাক্ষৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংক অব থাইলেণ্ডৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় এক পাৰস্পৰিক বুজাপৰাৰ চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে। বেংক অব থাইলেণ্ডৰ হৈ গৱৰ্ণৰ ড০ বীৰা থাই সাপ্তিপ্ৰাভৱে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হৈ গৱৰ্ণৰ ড০ উৰজিত্ আৰ. পেটেলে এম অ’ ইউখনত স্বাক্ষৰদান কৰে। ৰিজাৰ্ভ বেংকে

ভাৰতীয় মহিলা বেংক লিমিটেডৰ শাখাসমূহে ১ এপ্ৰিল, ২০১৭ৰ পৰা এছ বি আইৰ
শাখা হিচাপে সঞ্চলন কৰিব
২২ মাৰ্চ, ২০১৭ ভাৰতীয় মহিলা বেংক লিমিটেডৰ শাখাসমূহে ১ এপ্ৰিল, ২০১৭ৰ পৰা এছ বি আইৰ শাখা হিচাপে সঞ্চলন কৰিব ভাৰতীয় মহিলা বেংক লিমিটেডৰ সকলো শাখাই ১ এপ্ৰিল, ২০১৭ৰ পৰা ভাৰতীয় ষ্টেট বেংকৰ শাখা হিচাপে কাৰ্যপৰিচালনা কৰিব। ভাৰতীয় মহিলা বেংক লিমিটেডৰ জমাকাৰীকে ধৰি গ্ৰাহকসকলক ১ এপ্ৰিল, ২০১৭ৰ পৰা বলবত্ হোৱাকৈ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক হিচাপে গণ্য কৰা হ’ব। ভাৰত চৰকাৰে ভাৰতীয় মহিলা বেংক লিমিটেডক অভিগ্ৰহণ আদেশ ২০১৭ জাৰি কৰিছিল। ভাৰত চৰকাৰে, ভাৰতীয় ষ্টেট বেংক আইন, ১৯৫৫ (১৯৫৫ৰ ২৩)ৰ ধ

মাৰ্চ 21, 2017
আৰ বি আয়ে ইক’-ইণ্ডিয়া ফাইনেন্সিয়েল চাৰ্ভিছেজ প্ৰাইভেট লিমিটেডক দণ্ড বিহিছে
২১ মাৰ্চ, ২০১৭ আৰ বি আয়ে ইক’-ইণ্ডিয়া ফাইনেন্সিয়েল চাৰ্ভিছেজ প্ৰাইভেট লিমিটেডক দণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে, আৰ বি আই নিৰ্দেশনা মানি নচলা আৰু ভ্ৰান্তিজনক ৰিপৰ্টিঙৰ বাবে পি এছ এছ আইন, ২০০৭ৰ ধাৰা ৩০ৰ উপবন্ধসমূহৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ইক’-ইণ্ডিয়া ফাইনেন্সিয়েল চাৰ্ভিছেজ প্ৰাইভেট লিমিটেড (সত্ত্বা)ৰ ওপৰত ৫,০০,০০০ টকা (পাঁচ লাখ টকা মাত্ৰ)ৰ অৰ্থদণ্ড আৰোপ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ পূৰ্বে ৰিটাৰ্ণবোৰৰ পংখানুপুংখ পৰীক্ষণৰ ভিত্তিত সত্ত্বাটোক কা

আৰ বি আয়ে হৰিহৰেশ্বৰ সহকাৰী বেংক লিমিটেড,
ৱাই, জিলা চাটাৰাক দণ্ড বিহিছে
২১ মাৰ্চ, ২০১৭ আৰ বি আয়ে হৰিহৰেশ্বৰ সহকাৰী বেংক লিমিটেড, ৱাই, জিলা চাটাৰাক দণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, সঞ্চালকসকলৰ মালিকীস্বত্বৰ সম্পত্তিৰ বিপৰীতে ঋণ মঞ্জুৰ সম্পৰ্কীয় বি আৰ আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ২০ত সন্নিৱিষ্ট উপৱন্ধসমূহ উলংঘনৰ বাবে বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিসমূহত প্ৰযোজ্য মতে) ধাৰা ৪৭ক(১)(খ) সহিতে পঠিত ধাৰা ৪৬(৪)ৰ উপৱন্ধসমূহৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি হৰিহৰেশ্বৰ সহকাৰী বেংক লিমিটেড, ৱাই, জিলা চাটাৰাৰ ওপৰত ২ লাখ টকা (দুই লাখ টকা মাত্ৰ

মাৰ্চ 20, 2017
ভাৰতীয় ৰিজাৰ্ভ বেংক আন্তঃবেংক হিন্দী ৰচনা প্ৰতিযোগিতা ২০১৬-১৭ – ফলাফল ঘোষণা
২০ মাৰ্চ, ২০১৭ ভাৰতীয় ৰিজাৰ্ভ বেংক আন্তঃবেংক হিন্দী ৰচনা প্ৰতিযোগিতা ২০১৬-১৭ – ফলাফল ঘোষণা বেংকিং বিষয়সমূহৰ ওপৰত হিন্দীত মৌলিক লেখনিত উত্সাহিত কৰাৰ উদ্দেশ্যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতি বছৰৰ দৰে ২০১৬-১৭ বৰ্ষৰ বাবেও আন্তঃবেংক হিন্দী ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল য’ত ৰাজহুৱা খণ্ডৰ বেংকসমূহ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীসকলে (ৰাজভাষা বিষয়া আৰু অনুবাদকসকলৰ বাদে) অংশগ্ৰহণ কৰে। ওপৰত উল্লেখিত প্ৰতিযোগিতাৰ ফলাফলসমূহ নিম্নোক্তধৰণৰ- ভাষিক ক্ষেত্ৰ ‘ক’ (মাতৃভাষা হিন্দী

এছ বি বি জে, এছ বি এইছ, এছ বি এম, এছ বি পি আৰু এছ বি টিৰ শাখাসমূহে ১ এপ্ৰিল,২০১৭ৰ
পৰা এছ বি আইৰ শাখা হিচাপে সঞ্চলন কৰিব
২০ মাৰ্চ, ২০১৭ এছ বি বি জে, এছ বি এইছ, এছ বি এম, এছ বি পি আৰু এছ বি টিৰ শাখাসমূহে ১ এপ্ৰিল,২০১৭ৰ পৰা এছ বি আইৰ শাখা হিচাপে সঞ্চলন কৰিব ষ্টেট বেংক অব বিকানেৰ এণ্ড জয়পুৰ (এছ বি বি জে), ষ্টেট বেংক অব হায়দৰাবাদ (এছ বি এইছ), ষ্টেট বেংক অব মাইসোৰ (এছ বি এম), ষ্টেট বেংক অব পাটিয়ালা (এছ বি পি) আৰু ষ্টেট বেংক অব ট্ৰাভাংকোৰ (এছ বি টি)ৰ সকলো শাখাই ১ এপ্ৰিল, ২০১৭ৰ পৰা ভাৰতীয় ষ্টেট বেংক শাখা হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ষ্টেট বেংক অব বিকানেৰ এণ্ড জয়পুৰ, ষ্টেট বেংক অব হায়দৰাবাদ, ষ্টে

মাৰ্চ 17, 2017
১৩ টা এন বি এফ চিয়ে আৰ বি আইত তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ সমৰ্পন কৰিছে
১৭ মাৰ্চ, ২০১৭ ১৩ টা এন বি এফ চিয়ে আৰ বি আইত তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ সমৰ্পন কৰিছে নিম্নোল্লেখিত এন বি এফ চি কেইটাই, ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক প্ৰদান কৰা পঞ্জীয়ন প্ৰমাণপত্ৰবোৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ৪৫-১ক(৬) ধাৰাৰ অন্তৰ্গত প্ৰদত্ত ক্ষমতা অনুযায়ী তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰবোৰ বাতিল কৰিছে। ক্ৰমিক নং কোম্পানীটোৰ নাম কাৰ্যালয় ঠিকনা চি অ’ আৰ নং প্ৰদানৰ তাৰিখ বাতিলৰ তাৰিখ ১. মেচাৰ্ছ কে এণ্ড পি কেপিটেল ছাৰ্ভিচেছ লিমিটেড

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

Custom Date Facet

RBIPageLastUpdatedOn

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: আগষ্ট 15, 2025