RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
ODC_S3

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

RBINotificationSearchFilter

সন্ধান শুদ্ধ কৰক

Search Results

প্ৰেছ ৰিলিজ

  • Row View
  • Grid View
মাৰ্চ 16, 2017
আৰ বি আই এ ট্ৰেন্সপৰ্ট আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ইন্দোৰক জৰিমনা বিহিছে
১৬ মাৰ্চ, ২০১৭ আৰ বি আই এ ট্ৰেন্সপৰ্ট আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ইন্দোৰক জৰিমনা বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, ট্ৰেন্সপ’ৰ্ট আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ইন্দোৰৰ ওপৰত, ঋণ অনাবৃত্ত আচাৰ, কে ৱাই চি আচাৰ আৰু আৰ বি আইৰ পৰিদৰ্শন প্ৰতিবেদনৰ কাৰ্য্যপালন বিষয়ক নিৰ্দেশ/নিৰ্দেশনামা উলংঘনৰ বাবে, বেংকিং ৰেগুলেশ্ব্ন এক্ট, ১৯৪৯ৰ ধাৰা ৪৬(৪)ৰ সৈতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য) উপবন্ধসমূহৰ অন্তৰ্গত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ৫.০০ লাখ টকা (পাঁচ লাখ টকা)ৰ জৰি

আৰ বি আইএ নবোদয়া আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, নাগপুৰ, মহাৰাষ্ট্ৰক
জাৰি কৰা নিৰ্দেশনাৰ সালসলনি ঘটাইছে
১৬ মাৰ্চ, ২০১৭ আৰ বি আইএ নবোদয়া আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, নাগপুৰ, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনাৰ সালসলনি ঘটাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, নাগপুৰক জাৰি কৰা নিৰ্দেশনাৰ সালসলনি ঘটাইছে। এই নিৰ্দেশনা ১৫ জুন, ২০১৭ পৰ্যন্ত, পুনৰীক্ষণ সাপেক্ষে বাহাল হৈ থাকিব। বেংকটোক ইয়াৰ আগতে ১৫ ডিচেম্বৰ, ২০১৬ৰ পৰা নিৰ্দেশনাধীন কৰা হৈছিল। এই নিৰ্দেশনা, বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ (সমবায় সমিতিসমুহৰ ক্ষেত্ৰত প্ৰযোজ্য)ৰ ধাৰা ৩৫ক-ৰ উপধাৰা(১)ৰ অন্তৰ্গত প্ৰ

মাৰ্চ 15, 2017
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্থানীয় বৰ্ডত সদস্যৰ নিযুক্তি
১৫ মাৰ্চ, ২০১৭ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্থানীয় বৰ্ডত সদস্যৰ নিযুক্তি ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ (১৯৩৪ৰ ২) ধাৰা ৯ৰ উপধাৰা (১)ৰ দ্বাৰা প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, কেন্দ্ৰীয় চৰকাৰে শ্ৰী দিলীপ এছ. সাংঘভিক ১১ মাৰ্চ, ২০১৭ৰ পৰা চাৰি বছৰীয়া অবধিৰ বাবে অথবা এতদাধিক আদেশ পৰ্যন্ত যিটোৱে আগত হয়, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পশ্চিম অঞ্চল স্থানীয় বোৰ্ডৰ এগৰাকী সদস্য হিচাপে নিযুক্তি দিছে। অজিত প্ৰসাদ সহকাৰী উপদেষ্টা প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪৫৮

মাৰ্চ 14, 2017
ৰাজহুৱা খণ্ডৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে দ্বিভাষিক/হিন্দী হাউছ মেগাজিন প্ৰতিযোগিতা
২০১৫-১৬ - ফলাফল
১৪ মাৰ্চ, ২০১৭ ৰাজহুৱা খণ্ডৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে দ্বিভাষিক/হিন্দী হাউছ মেগাজিন প্ৰতিযোগিতা ২০১৫-১৬ - ফলাফল বেংকৰ প্ৰকাশনবোৰত হিন্দীক উত্সাহিত কৰাৰ উদ্দেশ্যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতি বছৰে ৰাজহুৱা খণ্ডৰ বেংকবোৰ আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ বাবে দ্বিভাষিক/হিন্দী হাউছ মেগাজিন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আৰ বি আয়ে result of the competition for the year 2015-16 প্ৰকাশ কৰিছে। অজিত প্ৰসাদ সহকাৰী উপদেষ্টা প্ৰেছ বিজ্ঞপ্তিঃ ২০১৬-২০১৭/২৪৩৫

চ’ভাৰেইন গল্ড বণ্ড ডিমেটিৰিয়েলাইজেশ্যন (বিমূৰ্তকৰণ)
১৪ মাৰ্চ, ২০১৭ চ’ভাৰেইন গল্ড বণ্ড ডিমেটিৰিয়েলাইজেশ্যন (বিমূৰ্তকৰণ) ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰত চৰকাৰৰ মন্ত্ৰণা অনুযায়ী অদ্যপি মুঠ ৪১৪৫ কোটি টকা মূল্যৰ চ’ভাৰেইন গল্ড বণ্ডৰ ছটা কিস্তি জাৰি কৰিছে। এই বণ্ডবোৰৰ বিনিয়োগকাৰীসকলক এইবোৰৰ মূৰ্ত অথবা বিমূৰ্ত আকাৰত ধাৰণ কৰাৰ বিকল্প সুবিধা আগবঢ়োৱা হৈছে। বিমূৰ্তকৰণৰ বাবে অহা প্ৰায়ভাগ অনুৰোধ সফলতাৰে প্ৰক্ৰিয়াকৰণ কৰা হৈছে। এচাম নথিপত্ৰৰ প্ৰক্ৰিয়াকৰণ অৱশ্যে, অন্যান্য কাৰণৰ বাহিৰেও যেনে নাম, পেন নাম্বাৰৰ আসোৱাহ অথবা বন্ধ হোৱা ডি-মেট এ

মাৰ্চ 10, 2017
বিত্তীয় সাক্ষৰতা উপকৰণ
১০ মাৰ্চ, ২০১৭ বিত্তীয় সাক্ষৰতা উপকৰণ ভাৰতীয় ৰিজাৰ্ভ বেংকে সৰ্বসাধাৰণ ৰাইজৰ বুজ-বাজৰ বাবে মৌলিক বিত্তীয় সাক্ষৰতা বাৰ্তাবোৰ যোগান ধৰিবলৈ এফ এ এম ই (বিত্তীয় সজাগতা বাৰ্তা) শিৰোনামৰ এখন পুস্তিকা প্ৰকাশ কৰিছে। এই পুস্তিকাখনত এঘাৰটা প্ৰতিষ্ঠান/সামগ্ৰী নিৰপেক্ষ বিত্তীয় সজাগতা বাৰ্তা আছে, যেনে- বেংক একাউণ্ট এটা খোলোতে দাখিল কৰিবলগা নথিসমূহ (কে ৱাই চি), আয়-ব্যয়ৰ আগতীয়া হিচাপ কৰাৰ গুৰুত্ব, সঞ্চয় আৰু দায়িত্বশীল ঋণ গ্ৰহণ, সময় মতে ঋণ পৰিশোধৰ দ্বাৰা ভাল আস্থাসূচক লেখ অটুট ৰখা, দুৱ

আৰ বি আয়ে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনাৰ বৈধতা সম্প্ৰসাৰিত কৰিছে
১০ মাৰ্চ, ২০১৭ আৰ বি আয়ে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনাৰ বৈধতা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে ইণ্ডিয়ান মাৰ্কেণ্টাইল কো-অপাৰেটিভ বেংক লিঃ, লক্ষ্ণৌ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনাৰ ম্যাদ ১২ মাৰ্চ, ২০১৭ৰ পৰা ১১ ছেপ্টেম্বৰ, ২০১৭লৈ ছমাহ অধিকতৰ অবধিৰ বাবে পুনৰীক্ষণ সাপেক্ষে সম্প্ৰসাৰিত কৰিছে। এই বেংকটো, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিত প্ৰযোজ্য) ধাৰা ৩৫ক-ৰ উপধাৰা (১)ৰ অন্তৰ্গত দিনাংক ৪ জু

ই এছ এ এফ স্মল ফাইনেন্স বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে
১০ মাৰ্চ, ২০১৭ ই এছ এ এফ স্মল ফাইনেন্স বেংক লিমিটেডে সঞ্চালন আৰম্ভ কৰিছে ই এছ এ এফ স্মল ফাইনেন্স বেংক লিমিটেডে ১০ মাৰ্চ, ২০১৭ৰ পৰা কাৰ্যকৰী হোৱাকৈ এটা ক্ষুদ্ৰ বিত্ত বেংক হিচাপে সঞ্চালন আৰম্ভ কৰিছে। ভাৰতত এটা ক্ষুদ্ৰ বিত্ত বেংকৰ ব্যৱসায় চলাবলৈ ৰিজাৰ্ভ বেংকে বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ২২(১)ৰ অন্তৰ্গত বেংকটোক এখন অনুজ্ঞাপত্ৰ জাৰি কৰিছে। ই এছ এ এফ মাইক্ৰ ফাইনেন্স এণ্ড ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেড, চেন্নাই, দহ আবেদনকাৰীৰ অন্যতম আছিল যাক Press Release on September 16, 2

বেংকিং বিনিয়ম আইন (এ এ চি এছ)ৰ ধাৰা ৩৫ক-ৰ অন্তৰ্গত নিৰ্দেশনা- দ্য ভিলৱাৰা মহিলা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ভিলৱাৰা (ৰাজস্থান)
১০ মাৰ্চ, ২০১৭ বেংকিং বিনিয়ম আইন (এ এ চি এছ)ৰ ধাৰা ৩৫ক-ৰ অন্তৰ্গত নিৰ্দেশনা- দ্য ভিলৱাৰা মহিলা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ভিলৱাৰা (ৰাজস্থান) ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰাইজৰ জ্ঞাতাৰ্থে সূচনা দিয়ে যে, বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ উপধাৰা(১) সহিতে পঠিত বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৫৬ৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আয়ে) দ্য ভিলৱাৰা মহিলা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ভিলৱাৰাক কেইটামান নিৰ্দেশনা জাৰি কৰিছে, যাৰ দ্বাৰ

আৰ বি আয়ে ৬ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰিছে
১০ মাৰ্চ,২০১৭ আৰ বি আয়ে ৬ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে নিম্নোল্লেখিত অনা-বেংকিং বিত্তীয় কোম্পানীকেইটাৰ (এন বি এফ চি) পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অন্তৰ্গত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ৰিজাৰ্ভ বেংকে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীভুক্ত কাৰ্যালয়ৰ ঠিকনা চি অ’ আৰ নম্বৰ জাৰিৰ তাৰিখ বাতিলৰ তাৰিখ ১. মেচাৰ্ছ নিউমেৰো ইউন’ ফাইনেন্স লিমিটেড প্লট নং ১৫৫, দেৱ আশীষ, গ্ৰাউণ্ড

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

Custom Date Facet

RBIPageLastUpdatedOn

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: আগষ্ট 15, 2025