Page
Official Website of Reserve Bank of India
প্ৰেছ ৰিলিজ
নৱে 14, 2016
এ টি এমৰ ব্যৱহাৰ – গ্ৰাহক মাচুল মুকুব
১৪ নৱেম্বৰ, ২০১৬ এ টি এমৰ ব্যৱহাৰ – গ্ৰাহক মাচুল মুকুব ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি এই মৰ্মে সিদ্ধান্ত লয় যে সঞ্চয় বেংক গ্ৰাহকসকলে নিজৰ একাউণ্টত থকা বেংকৰ পৰা নগদ উঠোৱাৰ বাবদ, মাহটোত যিমান সংখ্যক লেনদেনেই নহওক লাগে, তেওঁলোকৰ সকলো লেনদেন (বিত্তীয় আৰু অনা-বিত্তীয় উভয় প্ৰকাৰৰ লেনদেনকে ধৰি)ৰ ওপৰত এটিএম মাচুল ৰেহাই দিব। ১০ নৱেম্বৰ,২০১৬ৰ পৰা ৩০ ডিচেম্বৰ, ২০১৬ পৰ্যন্ত পৰ্যালোচনা সাপেক্ষে এটিএম মাচুল ৰেহাই ব্যৱস্থা বাহাল থাকিব। আল্পনা কিল্লাৱালা প্ৰধান উপদেষ্টা প্ৰেছ বিজ্ঞপ্তি-

মহাত্মা গান্ধী (নতুন) শৃংখলা বেংকনোটৰ বিতৰণৰ বাবে কৰ্মবাহিনী গঠন - এটিএমবোৰ ৰিকেলিব্ৰেচন আৰু পুনৰ সক্ৰিয়কৰণ
১৪ নৱেম্বৰ, ২০১৬ মহাত্মা গান্ধী (নতুন) শৃংখলা বেংকনোটৰ বিতৰণৰ বাবে কৰ্মবাহিনী গঠন - এটিএমবোৰ ৰিকেলিব্ৰেচন আৰু পুনৰ সক্ৰিয়কৰণ নতুন আৰ্হিৰে মহাত্মা গান্ধী (নতুন) শৃংখলাত নতুন উচ্চ মুদ্ৰাবৰ্গ (২০০০ টকীয়াকে ধৰি) প্ৰৱৰ্তন কৰা নোটবোৰৰ নতুন আৰ্হিৰ নোটবোৰ বিতৰণ কৰিব পৰাকৈ সকলো এটিএম/নগদ বিতৰণত জড়িত মেচিনবোৰ ৰিকেলিব্ৰেট কৰাৰ প্ৰয়োজন হৈ পৰিছে। ২. জনসাধাৰণৰ পত্ৰমুদ্ৰা চাহিদাৰ জোৰা মৰা আৰু নগদ শোধৰ বাবে এটিএমবোৰ এক প্ৰধান মাধ্যম হৈ পৰিছে। এটিএম পুনৰ সক্ৰিয়কৰণৰ লগত সুবিধাজনক সময়ত

নৱে 13, 2016
টকা নুঠাব আৰু গোপনে মজুত নকৰিব; ৰিজাৰ্ভ বেংক আৰু বেংকবোৰত সৰু মুদ্ৰাবৰ্গৰ যথেষ্ট নগদ উপলব্ধ আছেঃ আৰ বি আই
১৩ নৱেম্বৰ, ২০১৬ টকা নুঠাব আৰু গোপনে মজুত নকৰিব; ৰিজাৰ্ভ বেংক আৰু বেংকবোৰত সৰু মুদ্ৰাবৰ্গৰ যথেষ্ট নগদ উপলব্ধ আছেঃ আৰ বি আই ৰিজাৰ্ভ বেংকে ৰাইজক আস্বস্ত কৰি কয় যে ক্ষুদ্ৰ মুদ্ৰাবৰ্গৰ যথেষ্ট নগদ টকা ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বেংকবিলাকত পাব পৰাকৈ আছে। ৰিজাৰ্ভ বেংকে ৰাইজক শংকিত নহবলৈ; টকা উঠোৱা আৰু গোপনে মজুত কৰাৰ মানসেৰে বাৰম্বাৰ বেংকবোৰলৈ নাহিবলৈ ৰাইজক আহ্বান জনাইছে। ৰাইজে বিচৰা মতে দিব পৰাকৈ নগদ টকা সাজু আছে। আল্পনা কিল্লাৱালা প্ৰধান উপদেষ্টা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৯৪

মহাত্মা গান্ধী নতুন শৃংখলাত আন্তঃসংস্থাপিত আখৰ ‘L’ থকা ৫০০ টকীয়া বেংক নোট জাৰি
১৩ নৱেম্বৰ, ২০১৬ মহাত্মা গান্ধী নতুন শৃংখলাত আন্তঃসংস্থাপিত আখৰ ‘L’ থকা ৫০০ টকীয়া বেংক নোট জাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে উভয় সংখ্যা সূচীত আন্তঃস্থাপিত আখৰ ‘L’ থকা, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত্ পেটেলৰ স্বাক্ষৰ সম্বলিত বেংকনোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষ থকা আৰু স্বচ্ছ ভাৰতৰ প্ৰতীক ছপা কৰা মহাত্মা গান্ধী (নতুন) শৃংখলাত ৫০০ টকীয়া বেংকনোট জাৰি কৰিব। নতুন ৫০০ টকীয়া নোটবোৰ, ৰং, আকাৰ, মূলভাৱ, সুৰক্ষা বৈশিষ্ট্যবোৰৰ অৱস্থান আৰু আৰ্হিৰ দিশৰ পৰা আগৰ নিৰ্দিষ্ট বেংকনোটবোৰৰ

নৱে 12, 2016
কৰ্তৃপক্ষই প্ৰতিবেদনৰ যোগেদি পুংখানুপুংখ তথ্য নিৰীক্ষণ কৰি আছেঃ আৰ বি আই
১২ নৱেম্বৰ, ২০১৬ কৰ্তৃপক্ষই প্ৰতিবেদনৰ যোগেদি পুংখানুপুংখ তথ্য নিৰীক্ষণ কৰি আছেঃ আৰ বি আই ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি স্পষ্ট কৰি দিয়ে যে ৫০০ আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট প্ৰত্যাহাৰ সন্দৰ্ভত (নিৰ্দিষ্ট বেংক নোট) সমবায় বেংককে ধৰি বেংকসমূহক দিয়া নিৰ্দেশৰ অংশ হিচাপে, বিস্তৃত ৰিপৰ্টিং প্ৰমালীৰ দিহা কৰা হৈছে। ৰিজাৰ্ভ বেংকে লগতে কয় যে এই সুবিধা অপব্যৱহাৰ ৰোধ কৰিবৰ কাৰণে সমবায় বেংককে ধৰি, বেংকবিলাকত জনসাধাৰণে জমা কৰা আৰু বিনিময় কৰা নিৰ্দিষ্ট বেংক নোটবোৰৰ বিষয়ে এই ৰিপৰ্টবিলাক

৫০০ আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ : আৰ বি আইৰ বিবৃতি
১২ নৱেম্বৰ, ২০১৬ ৫০০ আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ : আৰ বি আইৰ বিবৃতি ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংকনোটৰ বৈদ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰে, এই নিৰ্দিষ্ট বেংকনোটবোৰৰ পাৰ্যমানে নিয়াৰিকৈ আৰু নিৰ্বিঘ্নে প্ৰত্যাহাৰ সম্পন্ন কৰাৰ লগতে অন্যান্য বৈধ মুদ্ৰাৰে সেইবিলাকৰ ওপৰত বিশাল দায়িত্ব আনি দিছে। এই সম্পৰ্কীয় ঘোষণাৰ কেইঘণ্টামানৰ ভিতৰতে এমটিএমবিলাকৰ পৰা নিৰ্দিষ্ট বেংকনোটবোৰ প্ৰত্যাহাৰ কৰি মেচিনবোৰ অন্য বৈধমুদ্ৰা বিতৰণ কৰিব পৰাকৈ ৰিকেলিব্

নৱে 11, 2016
যথেষ্ট নগদ আছে, আৰ বি আইয়ে পুনৰ আশ্বাস দিছে; সংযম ৰক্ষা কৰিবলৈ আৰু সুবিধা অনুযায়ী নোট বিনিময় কৰিবলৈ ৰাইজক আহ্বান জনাইছে
১১ নৱেম্বৰ, ২০১৬ যথেষ্ট নগদ আছে, আৰ বি আইয়ে পুনৰ আশ্বাস দিছে; সংযম ৰক্ষা কৰিবলৈ আৰু সুবিধা অনুযায়ী নোট বিনিময় কৰিবলৈ ৰাইজক আহ্বান জনাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি জাৰি কৰা এক বিবৃতিত কয় যে ৫০০ আৰু ১০০০ টকীয়া বেংকনোটৰ বৈধমুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি নতুন ২০০০ টকীয়া আৰু অন্যান্য মুদ্ৰাবৰ্গৰ নোট বিতৰণৰ বাবে যাৱতীয় ব্যৱস্থা লোৱা হৈছে। বেংকবোৰৰ হাতত পৰ্যাপ্ত নোট জমা আছে আৰু দেশৰ সকলো ঠাইতে পোৱাকৈ যাৱতীয় ব্যৱস্থা লোৱা হৈছে। বেংক শাখাবোৰ ইতিমধ্

নৱে 10, 2016
প্ৰদান প্ৰণালীসমূহ আৰটিজিএছ, এনইএফটি, চেক ক্লিয়েৰিং, ৰেপ’, চিবিএলঅ আৰু কল মাৰ্কেটবোৰ শনিবাৰ ১২ নৱেম্বৰ, ২০১৬ত খোলা থাকিব
১০ নৱেম্বৰ, ২০১৬ প্ৰদান প্ৰণালীসমূহ আৰটিজিএছ, এনইএফটি, চেক ক্লিয়েৰিং, ৰেপ’, চিবিএলঅ আৰু কল মাৰ্কেটবোৰ শনিবাৰ ১২ নৱেম্বৰ, ২০১৬ত খোলা থাকিব বেংকসমূহ শনিবাৰ, ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ২০১৬ত ৰাজহুৱা লেনদেনৰ বাবে খোলা থকা হেতুকে, প্ৰদান প্ৰণালীসমূহ (আৰটিজিএছ, এনইএফটি, চেক ক্লিয়েৰিং, ৰেপ’, ডিবিএলঅ’ আৰু কল মাৰ্কেটবোৰ) দুয়োটা দিনতে খোলা ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে। সকলো অংশগ্ৰহণকাৰী/সদস্য বেংকক, তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে নিয়মীয়া কৰ্মদিনৰ নিচিনাকৈ ১২ নৱেম্বৰ শনিবাৰ আৰু ১৩ নৱেম্বৰ,

নৱে 09, 2016
ৰাইজৰ বাবে বেংকবিলাক ৯ নৱেম্বৰ,২০১৬ত বন্ধ থাকিব
৮ নৱেম্বৰ, ২০১৬ ৰাইজৰ বাবে বেংকবিলাক ৯ নৱেম্বৰ,২০১৬ত বন্ধ থাকিব ৰাজহুৱা, বেচৰকাৰী, বিদেশী, সমবায়, আঞ্চলিক গ্ৰামীণ আৰু স্থানীয় অঞ্চল বেংককে ধৰি সকলো সূচীভুক্ত আৰু অনা-চুক্তিভুক্ত বেংক, বুধবাৰ ৯ নৱেম্বৰ,২০১৬ তাৰিখে ৰাইজৰ বাবে বন্ধ থাকিব। আল্পনা কিল্লাৱালা প্ৰধান উপদেষ্টা প্ৰেছ বিজ্ঞপ্তি- ২০১৬-১৭/১১৪৩

বেংকসমূহ ৰাইজৰ বাবে শনিবাৰ ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ১৩ নৱেম্বৰ,২০১৬ত খোলা থাকিব
৯ নৱেম্বৰ, ২০১৬ বেংকসমূহ ৰাইজৰ বাবে শনিবাৰ ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ১৩ নৱেম্বৰ,২০১৬ত খোলা থাকিব সকলো সূচীভূক্ত, অনা-সূচীভুক্ত বেংক, ৰাজহুৱা ব্যক্তিগত, বিদেশী, সমবায়, আঞ্চলিক গ্ৰামীণ আৰু স্থানীয় বেংককে ধৰি ৰাইজৰ বাবে শনিবাৰ ১২ নৱেম্বৰ আৰু ৰবিবাৰ, ১৩ নৱেম্বৰ,২০১৬ত খোলা থাকিব। সকলো ব্যৱসায়িক লেনদেন সম্পন্ন কৰিবৰ কাৰণে নিয়মীয়া কৰ্মদিন হিচাপে শনিবাৰ,১২ নৱেম্বৰ আৰু ৰবিবাৰ ১৩ নৱেম্বৰ,২০১৬ত সকলো শাখা খোলা ৰাখিবলৈ বেংকসমূহক পৰামৰ্শ দিয়া হল। এই দিনকেইটাত বেংকিং সেৱা আগবঢ়োৱাৰ বি

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: