RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Senior Citizen Banking Facilities - SMS/OBD - Banner- Without Links

Senior Citizen Banking Facilities-IVRS

প্রৱীণ নাগৰিকসকলৰ সুবিধা সংক্রান্ত আইভিআৰএচ

প্রৱীণ নাগৰিকসকলৰ সুবিধা সংক্রান্ত আইভিআৰএচ

আপুনি জানেনে যে আপোনাৰ ঘৰৰ পৰা আপুনি কেইটামান প্রাথমিক বেংকিং লেনদেন কৰিব পাৰে, যদি আপোনাৰ বয়স 70-ৰ ওপৰত হৈছে? আপোনাৰ ঘৰৰ পৰা রিচিটৰ জৰিয়তে নগদ টকাৰ বা চেক লওয়াৰ ব্যৱস্থা কৰিব বেংকে। লগতে এয়া আপোনাৰ একাউন্টৰ পৰা উইথড্র কৰা নগদ নাইবা আপোনাৰ একাউন্টত ড্র কৰা ডিমান্ড ড্রাফট প্রদান কৰিব। আটাইতকৈ গুরুত্বপূর্ণ, আপোনাৰ ঘৰত বহি আপুনি আপোনাৰ কেওয়াইসচি নথি আৰু লাইফ চার্টিফিকেট বেংকত জমা দিব পাৰিব। এই সেৱাৰ বাবে বেংক আপোনাৰ ওপৰত অলপ চার্জ ধাৰ্য কৰিব পাৰে, যি নির্ভৰ কৰিছে সিঁহতৰ ব’র্ড অনুমোদিত নীতিৰ ওপৰত, যদিও লগতে বেংক নির্দিষ্ট আৰু কিছুমান সুযোগসুবিধা প্রৱীণ নাগৰিকসকলক বিনামূলীয়া কৈ প্রদান কৰাৰ বাবে সোধে। বেংকসকলক প্রৱীণ নাগৰিকসকলৰ বাবে বেংকিং ফেচিলিটি সংক্রান্ত আৰবিআই কী নির্দেশ দিছে সেই বিষয়ত অধিক জানিবলৈ চাওক www.rbi.org.in/seniorcitizens

SMS/OBD-Senior Citizen Banking Facilities- AC

অডিঅ

প্রৱীণ নাগৰিক সংক্রান্ত এচএমএচ শুনিবলৈ ক্লিক কৰক (হিন্দি ভাষা)

অডিঅ' চলাওক

প্রৱীণ নাগৰিক সংক্রান্ত এচএমএচ শুনিবলৈ ক্লিক কৰক (ইংৰাজি ভাষা)

অডিঅ' চলাওক

RBI Kehta Hai Quick Links

RBI-Kehta-Hai-Follow Us

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?