মণি এপ - আৰবিআই - Reserve Bank of India
অৱলোকন
অৱলোকন
কোনো কাৰেনচি নোটৰ ডিন’মিনেশ্বন চিনাক্ত কৰাৰ বাবে দৃষ্টিহীন ব্যক্তিসকলৰ বাবে 2 সহজ পদক্ষেপ
- মানি অ্যাপ ডাউনলোড কৰক
- অ্যাপ খোলক আৰু মোবাইলৰ কেমেৰা ৰাখক কাৰেলচি নোটত
আৰবিআই-এ প্রবর্তন কৰিছে মানি অ্যাপ (মোবাইল এইডেড নোট আইডেন্টিফায়াৰ)
দৃষ্টিহীন ব্যক্তিসকলৰ সৱলীকৰণ।
মহাত্মা গান্ধী চিৰিজ আৰু মহাত্মা গান্ধী (নতুন) চিৰিজের বেংকনোটৰ ডিন’মিনেশ্বন চিনাক্তকৰণ হিন্দি আৰু ইংৰাজি আৰু কম্পন ম’ডত অডিয়’ ন’টিফিকেশ্বন দ্বারা চিনাক্তকৰণ ডাউনলোড কৰাৰ পিছত ইন্টাৰনেট দৰকাৰ নাই আৰু অফলাইন ম’ডত কাম কৰে কোনো চার্জ/পেমেন্ট অবিহনে এন্ড্রয়েড প্লে ষ্ট’ৰ ও iOS অ্যাপ ষ্ট’ৰ উভয় ঠাইতে উপলব্ধ
মোবাইল অ্যাপ্লিকেশ্বন এই নোটক শুদ্ধ বা নকল বুলি স্বীকৃতি নিদিয়ে।
মণি এপ্প ডাউনল'ড কৰক
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai@rbi.org.inত লিখক