জ্যেষ্ঠ নাগৰিক বেংকিং সুবিধা - আৰবিআই - Reserve Bank of India
অৱলোকন
অৱলোকন
ৰিজাৰ্ভ বেঙ্কে বেঙ্ক সমূহক কৈছে জ্যেষ্ঠ নাগৰিকৰ বাবে বেঙ্কৰ কাম সুবিধাজনক কৰি তুলিবলৈ
- আপোনাৰ বয়স যদি 70 বছৰতকৈ বেছি, তেন্তে আপুনি কিছুমান প্ৰাথমিক বেঙ্কিং সুবিধা ঘৰতে পাব পাৰে
- বেঙ্কৰ ৰেকৰ্ডত উপলব্ধ জ্যেষ্ঠ নাগৰিক এজনৰ জন্ম তাৰিখৰ ভিত্তিত, তেওঁৰ সম্পূৰ্ণৰূপে কেওৱাইচি-ৰ মানদণ্ড পালন কৰা একাউন্ট এটা বেঙ্কে নিজে নিজেই ‘জ্যেষ্ঠ নাগৰিকৰ একাউন্ট’-লৈ ৰূপান্তৰিত কৰিব লাগিব
- বেঙ্কে নিজৰ শাখা সমূহত সমৰ্পিত কাউন্টাৰ প্ৰদান কৰিব লাগিব য’ত জ্যেষ্ঠ নাগৰিক সকলে তেওঁলোকৰ বেঙ্কৰ কাম-কাজ কৰিবলৈ অগ্ৰাধিকাৰ লাভ কৰিব
অধিক তথ্যৰ বাবে
অধিক তথ্যৰ বাবে
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai@rbi.org.inত লিখক
বেংক স্মাৰ্টাৰ
আপোনাৰ বিত্ত সুৰক্ষিত কৰক
এই পৃষ্ঠাটো সহায়ক আছিল নে?