RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

BSBD Account with No Minimum Balance - Banner

BSBD Account - Overview Viewport

অৱলোকন

Overview Image Overview Image

অৱলোকন

আপোনাৰ বেছিক চিভিংচ্‍ বেঙ্ক ডিপজিট (বিএচবিডি) একাউন্ট খোলক। ইয়াত ন্যূনতম বেলেঞ্চ ৰখাৰ কোনো আৱশ্যকতা নাই । মাত্ৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড বা ফৰ্ম নং 60-ৰ দ্বাৰা ইয়াক অনায়াসে খুলিব পৰাৰ সুবিধা লাভ কৰক।

 

  • বেছিক চেভিংচ্‍ বেঙ্ক ডিপজিট একাউন্ট (বিএচবিডি) যিকোনো ব্যক্তিয়ে খুলিব পাৰে। ইয়াৰ সৈতে বয়স আৰু উপাৰ্জনৰ কোনো সম্বন্ধ নাই।
  • বিএচবিডি একাউন্ট আৰম্ভণিতে কোনো ধন জমা নিদিয়াকৈয়ে খুলিব পাৰি আৰু এই একাউন্টত ন্যূনতম বেলেঞ্চ ৰখাৰ কোনো আৱশ্যকতা নাই ।
  • গ্ৰাহকৰ অনুৰোধত এটা সাধাৰণ চেভিংচ্‍ বেঙ্ক একাউন্টক বিএচবিডিএ-লৈ পৰিবৰ্তিত কৰিব পৰা যাব ।
  • এটিএম সহ ডেবিট কাৰ্ড আদিৰ দৰে প্ৰাথমিক বেঙ্কিং সুবিধা কোনো শুল্ক নোলোৱাকৈয়ে বিএচবিডি একাউন্ট ধাৰকলৈ আগবঢ়োৱা হয় ।
  • বিএচবিডি একাউন্টত জমা দিব পৰাৰ সংখ্যাৰ ক্ষেত্ৰতকোনো সীমা নাই ।
  • বিএচবিডি একাউন্ট ধাৰকে প্ৰতি মাহত সৰ্বাধিক চাৰি বাৰ কোনো মাচুল নভৰাকৈ ধন উলিয়াব পাৰিব, যাৰ অন্তৰ্গত এটিএম‌‌-ৰ পৰা ধন আহৰণ, আৰটিজিএচ/এনইএফটি/ ক্লিয়েৰিং/ ইন্টাৰনেট ডেবিট /স্থায়ী নিৰ্দেশ /ইএমআই আদিৰ দ্বাৰা কৰা ধনৰ হস্তাতৰণো পাৰে।
  • বিএচবিডি একাউন্ট ধাৰকৰ সেই একেটা বেঙ্কতে অন্য চেভিংচ্‍ বেঙ্ক একাউন্ট থাকিব নোৱাৰিব।

Search Results

আৰবিআই বিএচবিডি একাউণ্ট - অসমীয়া

আৰবিআই বিএচবিডি একাউণ্ট - অসমীয়া

প'ষ্টাৰ

প'ষ্টাৰ

BSBD Account-SMS/OBD

RBI Kehta Hai Quick Links

RBI-Kehta-Hai-Follow Us

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: ছেপ্তেম্বৰ 19, 2024

এই পৃষ্ঠাটো সহায়ক আছিল নে?