অৱলোকন
অৱলোকন
যদিহে আপোনাৰ KYC বিৱৰণ সলনি হোৱা নাই,
Re-KYC-ৰ বাবে পত্র / অনলাইন বেঙ্কিং / ম'বাইল বেঙ্কিং / এটিএম-ৰ জৰিয়তে / আপোনাৰ বেঙ্ক বা বেঙ্কিং কৰেচপণ্ডেণ্ট (বিচি)-ৰ সৈতে পঞ্জীকৃত আপোনাৰ ম'বাইল নম্বৰ / ইমেইলৰ জৰিয়তে স্ব-ঘোষণা দাখিল কৰক ।
যদিহে আপোনাৰ KYC বিৱৰণ সলনি হৈছে,
আপডেট কৰা বিৱৰণৰ সৈতে যিকোনো এবিধ নথিপত্ৰৰ প্রতিলিপি প্ৰদান কৰক: আধাৰ / ভোটাৰ পৰিচয় পত্ৰ / NREGA জব কার্ড / চালক অনুজ্ঞাপত্র / পাছপোর্ট / নেশ্যনেল পপুলেশ্যন ৰেজিষ্টাৰৰ দ্বাৰা জাৰি কৰা পত্ৰ ।
আপুনি আপোনাৰ বেঙ্কৰ ওচৰৰ শাখালৈ গৈও KYC আপডেট কৰিব পাৰিব।
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai[at]rbi[dot]org[dot]in ত লিখক
বেংক স্মাৰ্টাৰ
আপোনাৰ বিত্ত সুৰক্ষিত কৰক
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: