ডিজিটেল বেংকিংৰ বাবে সুৰক্ষা - আৰবিআই - Reserve Bank of India
অৱলোকন
অৱলোকন
চালাকি কৰি কাকো স্কোৰ কৰিবলৈ নিদিব আপোনাৰ পাছৱৰ্ড, পিন, অ’টিপ, চিভিভি, ইউপিআই-পিন আদি কাকো কেতিয়াও জানিবলৈ নিদিব
- ততালিকে এলাৰ্ট পাবলৈ আপোনাৰ ম’বাইল নম্বৰ আৰু ইমেইল আপোনাৰ বেঙ্কত পঞ্জীকৃত কৰি লব
- আপোনাৰ বেঙ্কিং সম্বন্ধীয় গুৰুত্বপূৰ্ণ তথ্য ম’বাইল, ইমেইল বা পাৰ্ছত কেতিয়াও নাৰাখিব
- কেৱল সত্যাৰ্পিত, সুৰক্ষিত আৰু বিশ্বস্ত ৱেবচাইটৰ যোগেদিহে অনলাইন বেঙ্কিং কৰিব
- ৰাজহুৱা, অসুৰক্ষিত বা বিনামূলীয়া নেটৱৰ্কৰ জৰিয়তে বেঙ্কিং পৰিহাৰ কৰিব
- নিয়মিতৰূপে আপোনাৰ অনলাইন বেঙ্কিং পাছৱৰ্ড আৰু পিন সলাই থাকিব
- আপোনাৰ এটিএম কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, প্ৰিপেইড কাৰ্ড চুৰি হলে বা হেৰালে ততালিকে ব্লক কৰিব
জিআইএফ
নিজৰ কাৰ্ডক সুৰক্ষিত ভাৱে ব্যৱহাৰ কৰক
ডিজিটেল পেমেণ্ট কৰক, সুৰক্ষিত থাকক!
নিজৰ পিন/ওটিপি কাকো নক’ব
কেৱল সুৰক্ষিত ৱেবছাইট/এপ ব্যৱহাৰ কৰক
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai@rbi.org.inত লিখক
বেংক স্মাৰ্টাৰ
আপোনাৰ বিত্ত সুৰক্ষিত কৰক
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: ছেপ্তেম্বৰ 19, 2024
এই পৃষ্ঠাটো সহায়ক আছিল নে?