RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Safeguards for Digital banking - Banner

Safeguards for Digital banking - Overview - Viewport

অৱলোকন

image image

অৱলোকন

চালাকি কৰি কাকো স্কোৰ কৰিবলৈ নিদিব আপোনাৰ পাছৱৰ্ড, পিন, অ’টিপ, চিভিভি, ইউপিআই-পিন আদি কাকো কেতিয়াও জানিবলৈ নিদিব

 

  • ততালিকে এলাৰ্ট পাবলৈ আপোনাৰ ম’বাইল নম্বৰ আৰু ইমেইল আপোনাৰ বেঙ্কত পঞ্জীকৃত কৰি লব
  • আপোনাৰ বেঙ্কিং সম্বন্ধীয় গুৰুত্বপূৰ্ণ তথ্য ম’বাইল, ইমেইল বা পাৰ্ছত কেতিয়াও নাৰাখিব
  • কেৱল সত্যাৰ্পিত, সুৰক্ষিত আৰু বিশ্বস্ত ৱেবচাইটৰ যোগেদিহে অনলাইন বেঙ্কিং কৰিব
  • ৰাজহুৱা, অসুৰক্ষিত বা বিনামূলীয়া নেটৱৰ্কৰ জৰিয়তে বেঙ্কিং পৰিহাৰ কৰিব
  • নিয়মিতৰূপে আপোনাৰ অনলাইন বেঙ্কিং পাছৱৰ্ড আৰু পিন সলাই থাকিব
  • আপোনাৰ এটিএম কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, প্ৰিপেইড কাৰ্ড চুৰি হলে বা হেৰালে ততালিকে ব্লক কৰিব

Search Results

প'ষ্টাৰ

প'ষ্টাৰ

আৰবিআই ডিজিটেল বেংকিং (ৰেষ্টুৰেন্ট) অসমীয়া

আৰবিআই ডিজিটেল বেংকিং (ৰেষ্টুৰেন্ট) অসমীয়া

আৰবিআই ডিজিটেল বেংকিং (বেডমিণ্টন কৰ্ট) অসমীয়া

আৰবিআই ডিজিটেল বেংকিং (বেডমিণ্টন কৰ্ট) অসমীয়া

Safeguards for Digital banking SMS/OBD - Link

Safeguards for Digital banking - GIF

জিআইএফ

নিজৰ কাৰ্ডক সুৰক্ষিত ভাৱে ব্যৱহাৰ কৰক

নিজৰ কাৰ্ডক সুৰক্ষিত ভাৱে ব্যৱহাৰ কৰক

ডিজিটেল পেমেণ্ট কৰক, সুৰক্ষিত থাকক!

ডিজিটেল পেমেণ্ট কৰক, সুৰক্ষিত থাকক!

নিজৰ পিন/ওটিপি কাকো নক’ব

নিজৰ পিন/ওটিপি কাকো নক’ব

কেৱল সুৰক্ষিত ৱেবছাইট/এপ ব্যৱহাৰ কৰক

কেৱল সুৰক্ষিত ৱেবছাইট/এপ ব্যৱহাৰ কৰক

RBI Kehta Hai Quick Links Alphabetical

RBI-Kehta-Hai-Follow Us

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: অক্টোবৰ 06, 2025

এই পৃষ্ঠাটো সহায়ক আছিল নে?