RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
S2

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Limit your loss in Fraudulent Transactions - Banner

Limit Your Loss - Overview - Viewport

অৱলোকন

অৱলোকন অৱলোকন

অৱলোকন

আপোনাৰ বেঙ্ক একাউন্টত ঘটা প্ৰবঞ্চনামূলক বা অনধিকৃত লেনদেনৰ ফলত আপুনি ক্লিন বউল্ড হৈ নপৰিব লগে লগে বেঙ্কক জনাই দিব

 

  • বেঙ্কক জনাবলৈ আপুনি যিমানে পলম কৰিব, লোকচান হোৱাৰ ভয় সিমানে বেছি হৈ পৰিব
  • যদি প্ৰবঞ্চনামূলক লেনদেনৰ আপোনাৰ অৱহেলাৰ কাৰণে হয়, তেন্তে বেঙ্কক নজনোৱালৈকে আপুনি এনে লোকচান বহন কৰিব লাগিব
  • প্ৰবঞ্চনামূলক লেনেদেনৰ বিষয়ে আপুনি বেঙ্কক জনোৱাৰ পিছত, তাৰ প্ৰাপ্তিস্বীকাৰ বিচাৰিব। অভিযোগ দাখিল কৰা দিনৰ পৰা 90 দিনৰ ভিতৰত বেঙ্কে ইয়াৰ সমাধান ঘটাব লাগিব
  • প্ৰবঞ্চনামূলক লেনদেনৰ বিষয়ে জনাবলৈ আপোনাৰ বেঙ্কৰ যোগাযোগৰ বিৱৰণ সহজতে পাব পৰাকৈ সদায়েই লগত ৰাখিব

Search Results

আৰবিআই ডিজিটেল লিমিটেড লাইবিলিটি - হিন্দী এমপি4

আৰবিআই ডিজিটেল লিমিটেড লাইবিলিটি - হিন্দী এমপি4

আৰবিআই লিমিটেড লাইবিলিটি অসমীয়া

আৰবিআই লিমিটেড লাইবিলিটি অসমীয়া

প'ষ্টাৰ

প'ষ্টাৰ

প'ষ্টাৰ

প'ষ্টাৰ

Limit your loss in Fraudulent Transactions SMS/OBD - Link

RBI Kehta Hai Quick Links

RBI-Kehta-Hai-Follow Us

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: ডিচেম্বৰ 30, 2023

এই পৃষ্ঠাটো সহায়ক আছিল নে?