RbiSearchHeader

Press escape key to go back

Past Searches

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

SMS/OBD-Limit your loss in Fraudulent Transactions - Banner- Without Links

Limit your loss in Fraudulent Transactions- SMS

অনধিকাৰ ইলেকট্ৰনিক বেংকিঙত গ্ৰাহকৰ দায়িত্বৰ বিষয়ে এচএমএচ

 

আপোনাৰ বেংক একাউণ্টত ভুয়া লেনদেন হৈছেনে? আপোনাৰ ক্ষতিক সীমিত কৰক।আপোনাৰ বেংকক তৎক্ষণাত জঁনাওক। অধিক তথ্যৰ বাবে, 14440 নম্বৰত মিচ কল দিয়ক।

Limit your loss in Fraudulent Transactions- IVRS

অনধিকাৰ ইলেকট্ৰনিক বেংকিঙত গ্ৰাহকৰ দায়িত্বৰ বিষয়ে আইভিআৰএচ

অনধিকাৰ ইলেকট্ৰনিক বেংকিঙত গ্ৰাহকৰ দায়িত্বৰ বিষয়ে আইভিআৰএচ

যদি কোনোবাই আপোনাৰ একাউণ্টৰ পৰা প্ৰতাৰণা কৰি টকা উলিয়াইছে, আপোনাৰ বেংকক তৎক্ষণাত জঁনাওক। যেতিয়া আপুনি বেংকক জনাব, আপোনাৰ বেংকৰ পৰা স্বীকৃতি লোৱাৰ কথা মনত ৰাখিব। বেংকে আপোনাৰ অভিযোগটো, সেয়া গ্ৰহণ কৰাৰ 90 দিনৰ ভিতৰত সমাধান কৰিব লাগিব

 

যদি লেনদেনটো আপোনাৰ অসাৱধানতাৰ বাবে হৈছে, সেয়া হল, আপুনি আপোনাৰ পাছৱাৰ্ড, পিন, ওটিপি আদি শ্বেয়াৰ কৰিছে, আপুনি ক্ষতিটো বহন কৰিব লাগিব যেতিয়ালৈ আপুনি আপোনাৰ বেংকক নজনাব।যদি সেই প্ৰতাৰণাপূৰ্ণ লেনদেন, আপুনি বেংকক জনোৱাৰ পিছতও চলি থাকে, বেংকে সেই টকাৰ অঙ্কটো ঘুৰাই দিব লাগিব। যদি আপুনি জনাবলৈ দেৰি কৰে, আপোনাৰ ক্ষতি বাঢ়ি যাব আৰু সেয়া আৰবিআই গাইডলাইনৰ ওপৰত ভিত্তি কৰি আৰু আপোনাৰ বেংক ব’ৰ্ডৰ অনুমোদিত নীতি অনুসৰি সিদ্ধান্ত লোৱা হব।

SMS/OBD-Limit your loss in Fraudulent Transactions - AC

অডিঅ

অনধিকাৰ ইলেকট্ৰনিক বেংকিঙত গ্ৰাহকৰ দায়িত্বৰ বিষয়ে এচএমএচ শুনিবলৈ ক্লিক কৰক(হিন্দি ভাষা)

অডিঅ' চলাওক

অনধিকাৰ ইলেকট্ৰনিক বেংকিঙত গ্ৰাহকৰ দায়িত্বৰ বিষয়ে এচএমএচ শুনিবলৈ ক্লিক কৰক(ইংৰাজী ভাষা)

অডিঅ' চলাওক

RBI Kehta Hai Quick Links Alphabetical

RBI-Kehta-Hai-Follow Us

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

Scan Your QR code to Install our app
Theme
Theme
Text Size
Text Size
ODC_S1
Back to Top