অপ্ৰাধিকৃত ইলেক্ট্ৰনিক বেংকিং ট্ৰাঞ্জাংষ্যনত গ্ৰাহক দায়িত্বৰ ওপৰত এছএমএছ - আৰবিআই - Reserve Bank of India
অনধিকাৰ ইলেকট্ৰনিক বেংকিঙত গ্ৰাহকৰ দায়িত্বৰ বিষয়ে এচএমএচ
আপোনাৰ বেংক একাউণ্টত ভুয়া লেনদেন হৈছেনে? আপোনাৰ ক্ষতিক সীমিত কৰক।আপোনাৰ বেংকক তৎক্ষণাত জঁনাওক। অধিক তথ্যৰ বাবে, 14440 নম্বৰত মিচ কল দিয়ক।
অনধিকাৰ ইলেকট্ৰনিক বেংকিঙত গ্ৰাহকৰ দায়িত্বৰ বিষয়ে আইভিআৰএচ
যদি কোনোবাই আপোনাৰ একাউণ্টৰ পৰা প্ৰতাৰণা কৰি টকা উলিয়াইছে, আপোনাৰ বেংকক তৎক্ষণাত জঁনাওক। যেতিয়া আপুনি বেংকক জনাব, আপোনাৰ বেংকৰ পৰা স্বীকৃতি লোৱাৰ কথা মনত ৰাখিব। বেংকে আপোনাৰ অভিযোগটো, সেয়া গ্ৰহণ কৰাৰ 90 দিনৰ ভিতৰত সমাধান কৰিব লাগিব
যদি লেনদেনটো আপোনাৰ অসাৱধানতাৰ বাবে হৈছে, সেয়া হল, আপুনি আপোনাৰ পাছৱাৰ্ড, পিন, ওটিপি আদি শ্বেয়াৰ কৰিছে, আপুনি ক্ষতিটো বহন কৰিব লাগিব যেতিয়ালৈ আপুনি আপোনাৰ বেংকক নজনাব।যদি সেই প্ৰতাৰণাপূৰ্ণ লেনদেন, আপুনি বেংকক জনোৱাৰ পিছতও চলি থাকে, বেংকে সেই টকাৰ অঙ্কটো ঘুৰাই দিব লাগিব। যদি আপুনি জনাবলৈ দেৰি কৰে, আপোনাৰ ক্ষতি বাঢ়ি যাব আৰু সেয়া আৰবিআই গাইডলাইনৰ ওপৰত ভিত্তি কৰি আৰু আপোনাৰ বেংক ব’ৰ্ডৰ অনুমোদিত নীতি অনুসৰি সিদ্ধান্ত লোৱা হব।
অডিঅ
অনধিকাৰ ইলেকট্ৰনিক বেংকিঙত গ্ৰাহকৰ দায়িত্বৰ বিষয়ে এচএমএচ শুনিবলৈ ক্লিক কৰক(হিন্দি ভাষা)
অনধিকাৰ ইলেকট্ৰনিক বেংকিঙত গ্ৰাহকৰ দায়িত্বৰ বিষয়ে এচএমএচ শুনিবলৈ ক্লিক কৰক(ইংৰাজী ভাষা)
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai@rbi.org.inত লিখক