Page
Official Website of Reserve Bank of India
অৱলোকন
অৱলোকন
ডিজিটাল বেংকিং ‘সুবিধাজনক’ আৰু ‘নিৰাপদ’ও। লেনদেন কৰক যিকোনো সময়, যিকোনো স্থানে।
- বেংকিং আপোনাৰ আঙুলি মুৰত, আপোনাৰ ঘৰৰ সকলো সুবিধাৰ লগত
- দ্রুত আৰু নিৰাপদ পেইমেন্টেৰ জৰিয়তে সময় বঁচাওক
- বিভিন্ন লেনদেনত বহুত ডিজিটাল পেইমেন্ট অপশ্বন
- এনইএফটি, আইএমপিএচ, ইউপিআই ও বিবিপিএচ 24x7 উপলব্ধ
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai[at]rbi[dot]org[dot]in ত লিখক