RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
ODC_S2

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Resolve Complaints- Banner

Resolve Complaints with Banking Ombudsman - Overview Viewport

অৱলোকন

অৱলোকন

1. সৰ্বপ্ৰথমে RE-ৰ ওচৰত আপোনাৰ অভিযোগ দাখিল কৰিব

2. ৰচিদ / ৰেফাৰেন্স নম্বৰ প্রাপ্তি

3. যদিহে RE-ৰ পৰা 30 দিনৰ ভিতৰত কোনো সমাধান নাপায় বা প্রাপ্ত সমাধানত আপুনি সন্তুষ্ট নহয়, তেন্তে আৰবিআই-ৰ চিএমএচ প'র্টেল (cms.rbi.org.in)-ত আৰবিআই লোকপালৰ ওচৰত বা চিআৰপিচি**-লৈ ডাকযোগে পঠিয়াই আপোনাৰ অভিযোগ দাখিল কৰিব পাৰিব

 

আৰবিআই-য়ে কয়...
জানি লওক, সতর্ক হৈ ৰওক!

 

আৰবিআই লোকপালৰ ওচৰত পোনপটীয়াকৈ অভিযোগ দাখিল কৰিলে সেয়া নামঞ্জুৰ হ'ব পাৰে।
*বেঙ্ক, অনা-বেঙ্কিং বিত্তীয় কোম্পানী, পৰিশোধ প্ৰণালীৰ অংশগ্ৰহণকাৰী, প্রিপেইড ইন্সট্রুমেন্ট, ক্রেডিট ইনফর্মেশ্যন কোম্পানী
**চিআৰপিচি: ভাৰতীয় ৰিজার্ভ বেঙ্ক, চেক্টৰ 17, চণ্ডীগড় - 160017

Search Results

প'ষ্টাৰ

প'ষ্টাৰ

প'ষ্টাৰ

প'ষ্টাৰ

প'ষ্টাৰ

প'ষ্টাৰ

আৰবিআই একত্ৰিত লোকপাল আঁচনি - অসমীয়া

আৰবিআই একত্ৰিত লোকপাল আঁচনি - অসমীয়া

Resolve Complaints with Banking Ombudsman SMS/OBD - Link

RBI Kehta Hai Quick Links Alphabetical

RBI-Kehta-Hai-Follow Us

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: আগষ্ট 26, 2025

এই পৃষ্ঠাটো সহায়ক আছিল নে?