Page
Official Website of Reserve Bank of India
অৱলোকন


অৱলোকন
উচ্ছ আৰু দ্ৰুত লাভ আগবঢ়োৱা আঁচনিবোৰে বিপদত পেলাব পাৰে। আপোনাৰ ধন ভাৱি-চিন্তিহে বিনিয়োগ কৰিব!
- বিনিয়োগ কৰাৰ পূৰ্বে আঁচনিখন আগবঢ়োৱা সংস্থাটিৰ সবিশেষ তথ্য আৰু কাৰ্য্যদক্ষতা আদি সকলো কথা পুংখানুপুংসভাৱে চাই-চিতি লব। নিয়ম আৰু কহৰ্তসমূহ ভালকৈ পঢ়ি লব।
- অবৈধভাৱে পইচা লৈ থকা বা জমা থোৱা ধন ঘুৰাই দিবলৈ ব্যৰ্থ হোৱা সংস্থাবোৰৰ বিৰূদ্ধে গোচৰ তৰিবলৈ আৰু গোচৰৰ অগ্ৰগতিৰ বিষয়ে জানি থাকিবলৈ ভিজিট কৰক www.sachet.rbi.org.in
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai[at]rbi[dot]org[dot]in ত লিখক
বেংক স্মাৰ্টাৰ
আপোনাৰ বিত্ত সুৰক্ষিত কৰক
পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: অক্টোবৰ 05, 2025
এই পৃষ্ঠাটো সহায়ক আছিল নে?