বিপদ বনাম ৰিটার্ন সংক্রান্ত এচএমএচ - আৰবিআই - Reserve Bank of India
বিপদ বনাম ৰিটার্ন সংক্রান্ত এচএমএচ
দ্রুত আৰু উচ্চহাৰত ৰিটার্ন স্কিম? ইয়াত বিপদ থাকিব পাৰে! ডিপোজিট ঘুৰাই দিবলৈ যদি কোনো সত্তা ব্যর্থ হয় তেন্তে অভিযোগ কৰক www.sachet.rbi.org.in-ত। অধিক জানিবলৈ কল কৰক 14440 নম্বৰত।
বিপদ বনাম ৰিটার্নত আইভিআৰএচ
আৰবিআই-ক কল কৰাৰ বাবে আপোনাক ধন্যবাদ। উচ্চ হাৰত ৰিটার্নৰ প্রতিশ্রুতি দিয়া অনলাইন ডিপোজিট স্কিমত কেতিয়াও আকৰ্ষিত নহব। এইবিলাক বিপদজনক হব পাৰে আৰু ক্ষতি হব পাৰে আনকি বিনিয়োগ কৰা টকা সম্পূর্ণ চাফ হৈ যাব পাৰে। এই ধৰণৰ স্কিমত বিনিয়োগৰ আগত সম্পূৰ্ণৰপপে চাইচিন্তি লব কিয়নো এয়া ভুয়া হব পাৰে এবং আপোনাৰ কঠোৰ পৰিশ্রমৰ অর্জিত টকা সংগ্রহ কৰাৰ পিছত প্রম’টাৰ অদৃশ্য হৈ যাব পাৰে। কোনো সত্তা যি কোনো স্কিমৰ অধীনত ডিপোজিট বা টকা সংগ্রহ কৰাৰ পিছত ঘুৰাই দিয়াত ব্যর্থ হৈছে তাৰ বিৰুদ্ধে অভিযোগ বা তথ্য দিবলৈ www.sachet.rbi.org.in ভিজিট কৰক। আৰবিআই, চেবি, আইআৰডিএ, পিএফআৰডিও বা ৰাজ্য চৰকাৰবিলাকৰ দ্বাৰা নিয়ন্ত্রিত সত্তাবিলাকৰ তালিকা www.sachet.rbi.org.in-ত পোৱা যাব।
অডিঅ
বিপদ ও ৰিটার্ন সংক্রান্ত এচএমএচ শুনিবলৈ ক্লিক কৰক (হিন্দি ভাষাত)
বিপদ ও ৰিটার্ন সংক্রান্ত এচএমএচ শুনিবলৈ ক্লিক কৰক (ইংৰাজি ভাষা)
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai@rbi.org.inত লিখক