RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Continuous Cheque Clearing - Banner

Continuous Cheque Clearing Secondary Navigation

Continuous Cheque Clearing - Overview Viewport

অৱলোকন

অৱলোকন

এতিয়াৰ পৰা, বেংকে একেদিনাই চেকসমূহ পাছ কৰিব অন্যথা ঘূৰাই দিব| গ্রাহকসকলে একেদিনাই ক্রেডিট পাব|

3 জানুৱাৰী 2026ৰ পৰা: চেকসমূহ জমা কৰাৰ কেইঘণ্টামানৰ ভিতৰতে ক্লিয়াৰ কৰি গ্রাহকৰ একাউণ্টত ক্রেডিট কৰা হ’ব|

 

ইয়াৰ অর্থ হৈছে:

  • দ্রুত গতিত পুঁজিৰ উপলব্ধতা
  • উন্নত সা-সুবিধা
  • বিলম্বিত হোৱাৰ পৰা বচোৱা

 

মনত ৰাখিব:

  • চেক বাউন্সৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত বেলেন্স ৰাখিব|

 

আৰবিআই-য়ে কয়...
জানি ৰওক, সতৰ্ক হৈ ৰওক !

 

অধিক বিৱৰণৰ বাবে, আপোনাৰ বেংকৰ সৈতে যোগাযোগ কৰক অথবা চাওক 13 আগষ্ট, 2025 তাৰিখৰ আৰবিআইৰ অধিসূচনাখন চাওক,

প্রতিক্রিয়াৰ বাবে আমালৈ লিখক rbikehtahai@rbi.org.in

অফিচিয়েল হোৱাটছএপ নম্বৰ. 99990 41935 / 99309 91935

Search Results

পোস্টার

পোস্টার

RBI Kehta Hai Quick Links Alphabetical

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: ডিচেম্বৰ 20, 2025

এই পৃষ্ঠাটো সহায়ক আছিল নে?