RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

Safeguards for Digital banking - SMS/OBD - Banner- Without Links

Safeguards for Digital Banking-SMS

সুৰক্ষিত ডিজিটেল বেংকিং সম্বন্ধীয় এচএমএচ

 

অনলাইন বেংকিং? কেৱল এই এইছটিটিপিএচ থকা ছাইট ব্যৱহাৰ কৰক; ফ্ৰি নেটৱৰ্কত বেংকিং এৰাই চলক; পাছৱৰ্ড/পিন সঘনে সলনি কৰক আৰু কাকো নক’ব। অধিক জানিবলৈ 14440-ত মিস্ড কল দিয়ক।

Safeguards for Digital banking-IVRS

সুৰক্ষিত ডিজিটেল বেংকিং সম্বন্ধীয় আইভিআৰএচ

সুৰক্ষিত ডিজিটেল বেংকিং সম্বন্ধীয় আইভিআৰএচ

ইনষ্টেণ্ট এলাৰ্ট পাবলৈ আপোনাৰ বেংকত নিজৰ মোবাইল নম্বৰ আৰু ই-মেইল নথিভুক্ত কৰাই লওঁক। আপুনি যি ট্ৰানজাকশ্বন কৰা নাই বা সেয়া কৰিবলৈ দিয়া নাই, তাৰ কোনো এলাৰ্ট পালে আপুনি লগে-লগে বিষয়টো নিজৰ বেংকক জনাব পাৰে। অনলাইন-ত বেংকিং কৰাৰ সময়ত আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। যেনে, নিজৰ মোবাইল, ই-মেইল বা ৱালেটত গুৰুত্বপূৰ্ণ বেংকিং ডেটা নথ’ব। অনলাইন বেংকিং-ৰ কাৰণে কেৱল সত্যাসত্য নিৰূপিত, সুৰক্ষিত আৰু বিশ্বস্ত বেৱছাইট হে ব্যৱহাৰ কৰিব। অৰ্থাৎ, যিবোৰ ৱেবছাইটৰ আৰম্ভণিত এইছটিটিপিএচ থাকে। ৰাজহুৱা, উন্মুক্ত বা ফ্ৰি নেটৱৰ্কত বেংকিং কৰা এৰাই চলক। আপোনাৰ অনলাইন বেংকিং পাছৱৰ্ড আৰু পিন সলনি কৰক। আপোনাৰ এটিএম কাৰ্ড, ক্ৰেডিট কাৰ্ড, প্ৰিপেইড কাৰ্ড হেৰাই বা চুৰ গ’লে, ততালিকে ব্লক কৰক

SMS/OBD-Safeguards for Digital banking - AC

অডিঅ

চেফ ডিজিটেল বেংকিংত এছএমএছ(হিন্দী ভাষা)

অডিঅ' চলাওক

চেফ ডিজিটেল বেংকিংত এছএমএছ(ইংৰাজী ভাষা)

অডিঅ' চলাওক

RBI Kehta Hai Quick Links Alphabetical

RBI-Kehta-Hai-Follow Us

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?