RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

BSBD Account with No Minimum Balance - SMS/OBD - Banner- Without Links

SMS on BSBDA

বিএচবিডিএ-ৰ ওপৰত এচএমএচ

 

আপোনাৰ একাউণ্টত নুন্যতম বেলেঞ্চ ৰাখিব নোখোজে নেকি আৰু এমাহত চাৰিটা টকা কৰ্তন কৰাও নহব? বিএচবিডি একাউণ্ট খোলক। অধিক জানিবৰ বাবে 144 ত মিচ কল দিয়ক।

IVRS on BSBDA

বিএচবিডিএৰ ওপৰত আইভিআৰএচ

বিএচবিডিএৰ ওপৰত আইভিআৰএচ

আৰবিআই-ক কল কৰাৰ বাবে ধন্যবাদ! আপোনাৰ একাউণ্টত নুন্যতম বেলেঞ্চ ৰাখিব নোখোজে নেকি আৰু এমাহত চাৰিটা টকা কৰ্তন কৰা নহয়? বেচিক চেভিং বেংক ডিপজিট একাউণ্ট খোলক।আপুনি নুন্যতম একাউণ্ট বেলেঞ্চ ৰাখিব নালাগে আৰু এয়া নিয়মিয়া চেভিং একাউণ্টৰ দৰে কাম কৰে-কেৱল কিছু সীমা আছে। যেনে একাউণ্টত মাহটোত সৰ্বোচ্চ চাৰিটা ধন উঠোৱাৰ লেনদেন বিনামূলীয়াকৈ কৰিব পাৰিব, যিকোনো মাধ্যমেৰে যেনে এনইএফটি/চেক ক্লিয়াৰিং/ইএমআই আদি। আৰু, আপুনি একেটা বেংকত আপোনাৰ বিএচবিডি একাউণ্ট আৰু অন্যান্য চেভিং একাউণ্ট ৰাখিব নোৱাৰে। অধিক জানিবৰ বাবে, আৰবিআই-ৰ ওৱেবচাইটত বিএচবিডি একাউণ্টৰ এফএকিউসমূহ পঢ়ক।

SMS/OBD-BSBD Account with No Minimum Balance - AC

অডিঅ

বিএচবিডিএ-ৰ ওপৰত এচএমএচ শুনিবলৈ ক্লিক কৰক(হিন্দি ভাষা)

অডিঅ' চলাওক

प्रतिलिपि शीघ्र ही उपलब्ध होगी

বিএচবিডিএ-ৰ ওপৰত এচএমএচ শুনিবলৈ ক্লিক কৰক(ইংৰাজী ভাষা)

অডিঅ' চলাওক

Transcript shall be available shortly

RBI Kehta Hai Quick Links Alphabetical

RBI-Kehta-Hai-Follow Us

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

RbiWasItHelpfulUtility

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ:

এই পৃষ্ঠাটো সহায়ক আছিল নে?