মণি এপ্পত এছএমএছ - আৰবিআই - Reserve Bank of India
মানি অ্যাপত (মোবাইল এইডেড নোট আইডেন্টিফায়াৰ) এচএমএচ
দৃষ্টিহীন ব্যক্তিসকলৰ দ্বাৰা বেংকনোটৰ ডিন’মিনেশ্বন চিনাক্তকৰণৰ বাবে bit.ly/RBI-MANI পৰা আৰবিআই-ৰ মানি অ্যাপ ডাউনলোড কৰক।অধিক জানিবলৈ, কল কৰক 14440।
মানি অ্যাপে (মোবাইল এইডেড নোট আইডেন্টিফায়াৰ) আইভিআৰএস
মানি অর্থাৎ মোবাইল এইডেড নোট আইডেন্টিফায়াৰ অ্যাপৰ বিষয়ে জানিবলৈ আৰবিআই-ক কল কৰাৰ বাবে আপোনাক ধন্যবাদ। এই অ্যাপ ডাউনলোড কৰিব পাৰি এন্ড্রয়েড প্লে ষ্ট’ৰ আৰু iOS অ্যাপ ষ্ট’ৰৰ পৰা বিনামূলীয়া কৈ। ইনস্টল কৰাৰ পিছত, মোবাইল অ্যাপ্লিকেশনের ইন্টাৰনেট দৰকাৰ নাই, অফলাইন ম’ডত এয়া কাম কৰে। অ্যাপটো ব্যৱহাৰ কৰিব পাৰি কাৰেনচি নোটৰ ফালে স্মার্ট ফোনৰ কেমেৰা ৰাখি আৰু ডিন’মিনেশ্বন ঘোষিত হয় হিন্দি বা ইংৰাজিত আৰু লগতে কম্পনৰ মাধ্যমেও যোগাযোগ কৰিব পাৰি। এই মোবাইল অ্যাপ্লিকেশন যদিও ভাৰতীয় বেংকনোটৰ বিশুদ্ধতা পৰীক্ষা নকৰে বা স্বীকৃতি নিদিয়ে আৰু সেইহে ব্যৱহাৰকাৰীৰ অধিকাৰ প্রয়োগৰ পৰামর্শ দিয়া হৈছে।
অডিঅ
মানি অ্যাপ (মোবাইল এইডেড নোট আইডেন্টিফায়াৰ) সংক্রান্ত আইভিআৰএচ শুনিবলৈ ক্লিক কৰক (হিন্দি ভাষা)
মানি অ্যাপ (মোবাইল এইডেড নোট আইডেন্টিফায়াৰ) সংক্রান্ত আইভিআৰএচ শুনিবলৈ ক্লিক কৰক (ইংৰাজি ভাষা)
খৰতকীয়া লিংক
আপুনি বিষয়ে অধিক জানিব বিচৰা বিষয়টোত ক্লিক কৰক আৰু আপোনাৰ ইয়াৰ বিষয়ে বিতং তথ্য থাকিব. যদি আপোনাক অধিক স্পষ্টীকৰণৰ প্ৰয়োজন হয়, অনুগ্ৰহ কৰি আমালৈ rbikehtahai@rbi.org.inত লিখক