RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

RBINotificationSearchFilter

সন্ধান শুদ্ধ কৰক

Search Results

প্ৰেছ ৰিলিজ

  • Row View
  • Grid View
জানু 16, 2017
এন বি এফ চিয়ে আৰ বি আইত নিজৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে
১৬ জানুৱাৰী, ২০১৭ এন বি এফ চিয়ে আৰ বি আইত নিজৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে নিম্নোল্লেখিত এন বি এফ চিটোৱে ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক মঞ্জুৰ কৰা পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে সেয়ে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰখন বাতিল কৰিছে। ক্ৰমিক নং কোম্পানীটোৰ নাম কাৰ্যালয় ঠিকনা চি অ আৰ নম্বৰ জাৰিৰ তাৰিখ বাতিলকৰণ আদেশৰ তাৰিখ ১ মেছাৰ্ছ এঅ’নিয়ান ইনভেষ্টমেণ্ট কোম্পানী লিমিট

আৰ বি আইয়ে এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে
১৬ জানুৱাৰী, ২০১৭ আৰ বি আইয়ে এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আয়ে) ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোক্ত অনা-বেংকিং বিত্তীয় কোম্পানী (এন বি এফ চি)টোৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰখন বাতিল কৰিছে। ক্ৰমিক নং কোম্পানীটোৰ নাম পঞ্জীকৃত কাৰ্যালয় ঠিকনা চি অ আৰ নম্বৰ জাৰিৰ তাৰিখ বাতিলকৰণ আদেশৰ তাৰিখ ১ মেছাৰ্ছ নুপূৰ কেপিটেলছ প্ৰাইভেট লিমিটেড ২০/A, প্ৰথম মহলা, প্লট নম্বৰ ১৬৪৬/৪৮, ১৮ ভাগ্যলক্ষ্মী

জানু 11, 2017
৮ এন বি এফ চিয়ে তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আৰ বি আইত সমৰ্পন কৰিছে
১১ জানুৱাৰী, ২০১৭ ৮ এন বি এফ চিয়ে তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আৰ বি আইত সমৰ্পন কৰিছে নিম্নোক্ত এন বি এফ চিসমূহে তেওঁলোকক মঞ্জুৰ কৰা পঞ্জীয়ন প্ৰমাণপত্ৰ ভাৰতীয় ৰিজাৰ্ভ বেংকক সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি সেয়ে তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ বাতিল কৰিছে। ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীয়ভুক্ত কাৰ্যালয় ঠিকনা চি অ আৰ নং জাৰিৰ তাৰিখ বাতিলৰ তাৰিখ ১ মেছাৰ্ছ জয় মাতাদী ফাইনেন্স কোম্পানী লিমিটে

আৰ বি আইয়ে ৭ এন বি এফ চিৰ  প্ৰমাণপত্ৰ বাতিল কৰিছে
১১ জানুৱাৰী, ২০১৭ আৰ বি আইয়ে ৭ এন বি এফ চিৰ প্ৰমাণপত্ৰ বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)য়ে নিম্নোক্ত অনা-বেংকিং বিত্তীয় কোম্পানী (এন বি এফ চি)সমূহৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি এই ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীয়ভুক্ত কাৰ্যালয় ঠিকনা চি অ আৰ নং জাৰিৰ তাৰিখ বাতিলৰ তাৰিখ ১ মেছাৰ্ছ বিৰ্ক হায়াৰ পাৰ্চেজ লিমিটেড ৮৮, কাপুৰথলা ৰড, জলন্ধৰ

জানু 10, 2017
আৰ বি আইয়ে দ্য সুৰী ফ্ৰেণ্ডছ ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেড, সুৰী, পশ্চিমবংগক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
১০ জানুৱাৰী, ২০১৭ আৰ বি আইয়ে দ্য সুৰী ফ্ৰেণ্ডছ ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেড, সুৰী, পশ্চিমবংগক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে দ্য সুৰী ফ্ৰেণ্ডছ ইউনিয়ন কো-অপাৰেটিভ বেংক লিমিটেড, সুৰী, পশ্চিম বংগক জাৰি কৰা নিৰ্দেশনা নিম্নোক্ত আংশিক সালসলনিৰে আৰু অধিক ছমাহ অবধিৰ বাবে সম্প্ৰসাৰিত কৰিছে- ১. জমাকৰ্তাক ৫০,০০০ টকাৰ অধিক নোহোৱা ৰাশি উঠাবলৈ দিব পাৰে, যদিহে কোনো এনে জমাকৰ্তাৰ জমাসমূহৰ বিপৰীতে ঋণকে ধৰি, ধাৰে লওঁতা বা জামিনদাৰ আদিকে ধৰি বেংকটোত কোনো দ

জানু 06, 2017
আৰ বি আয়ে লক্ষ্মী বিলাস বেংকক অৰ্থদণ্ড বিহিছে
৬ জানুৱাৰী, ২০১৭ আৰ বি আয়ে লক্ষ্মী বিলাস বেংকক অৰ্থদণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, লক্ষ্মী বিলাস বেংক লিমিটেড (এল ভি বি)য়ে কাৰেণ্ট একাউণ্ট খোলা আৰু ইয়াৰ পৰিচালনা সম্পৰ্কীয় নিৰ্দেশনাৱলী উলংঘন কৰা, নিয়োজক আৰু আকস্মিক গ্ৰাহকলৈ বিল ডিস্কাউণ্টিং সুবিধা আগবঢ়োৱা আৰু কে ৱাই চি আচাৰ মানি নচলাৰ বাবে এল ভি বিক ৩০ নিযুত টকাৰ অৰ্থদণ্ড বিহিছে। ৰিজাৰ্ভ বেংকে সময়ে সময়ে জাৰি কৰি অহা নিৰ্দেশনা/নিৰ্দেশনামা/মাৰ্গদৰ্শন উলংঘনৰ বিষয়টো বিবেচনা কৰি বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৭(ক)(১)(গ

আৰ বি আয়ে ব্ৰহ্মবৰ্ত কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
৬ জানুৱাৰী, ২০১৭ আৰ বি আয়ে ব্ৰহ্মবৰ্ত কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰ, উত্তৰ প্ৰদেশক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ব্ৰহ্মবৰ্ত কমাৰ্চিয়েল কো-অপাৰেটিভ বেংক লিমিটেড, কানপুৰক জাৰি কৰা নিৰ্দেশনা ৭ জানুৱাৰী, ২০১৭ৰ পৰা ৬ জুলাই, ২০১৭লৈকে, পৰ্যালোচনা সাপেক্ষে অধিকতৰ ছমাহৰ বাবে পৰ্যালোচনা সাপেক্ষে সম্প্ৰসাৰিত কৰিছে। বেংকটো, বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এছ চি এছ)ৰ ধাৰা ৩৫(ক)ৰ অধীনত ৭ জুলাই, ২০১৫ৰ পৰা নিৰ্দেশনাধীন হৈ আছিল। ওপৰোক্ত নিৰ্দেশনাটো

জানু 05, 2017
নিৰ্দিষ্ট বেংক নোট (এছ বি এন) সন্দৰ্ভত স্পষ্টীকৰণ
৫ জানুৱাৰী,২০১৭ নিৰ্দিষ্ট বেংক নোট (এছ বি এন) সন্দৰ্ভত স্পষ্টীকৰণ জমাকৃত এছ বি এনৰ সম্পৰ্কত কেতবোৰ খণ্ডত বিভিন্ন আকলন হৈছে। আমি স্পষ্ট কৰিবলৈ বিচাৰো যে সমগ্ৰ দেশৰ বৃহত্ সংখ্যক কাৰেন্সি চেষ্টত হোৱা গণনা প্ৰবিষ্টিসমূহৰ সমুচ্চয়নৰ ভিত্তিত আমাৰদ্বাৰা পৰ্যায়ক্ৰমিক এছ বি এন ৰাশিসমূহ প্ৰকাশ কৰা হয়। এতিয়া আঁচনিখন ৩০ ডিচেম্বৰ, ২০১৬ত অন্ত পৰা হেতুকে গণনা ভ্ৰান্তি/সম্ভাৱ্য দ্বৈত গণনা আদি পৰিহাৰ কৰিবলৈ আবয়ৱিক নগদ উদ্ধৃত্তৰ সৈতে এই সংখ্যাবোৰ মিলাই চাব লাগিব। আৰ বি আয়ে এই প্ৰক্ৰিয়া

জানু 04, 2017
আৰ বি আইয়ে আমানাথ কো-অপাৰেটিভ বেংক লিমিটেড., বেংগালুৰুক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
৪ জানুৱাৰী,২০১৭ আৰ বি আইয়ে আমানাথ কো-অপাৰেটিভ বেংক লিমিটেড., বেংগালুৰুক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ইয়াৰদ্বাৰা জনসাধাৰণৰ জ্ঞাতাৰ্থে জনোৱা হয় যে ভাৰতীয় ৰিজাৰ্ভ বেংক এই বিষয়ত পতিয়ন গৈছে যে ৰাজহুৱা স্বাৰ্থত আমানাথ কো-অপাৰেটিভ বেংক লিমিটেড, বেংগালুৰুক জাৰি কৰা নিৰ্দেশনা দিনাংক ১ এপ্ৰিল, ২০১৩ সমন্বিতে পৰৱৰ্ত্তী নিৰ্দেশনাসমূহৰ অন্তিমটো দিনাংক ২৯ জুন, ২০১৬ৰ কাৰ্যপৰিচালনাৰ সময় আৰু ছমাহৰ বাবে সম্প্ৰসাৰিত কৰাটো আৱশ্যক হৈছে। তদনুযায়ী ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম

জানু 03, 2017
মুম্বাই ডিষ্ট্ৰিক্ট চেন্ট্ৰেল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক আৰ বি আইৰ অৰ্থদণ্ড আৰোপ
৩ জানুৱাৰী, ২০১৭ মুম্বাই ডিষ্ট্ৰিক্ট চেন্ট্ৰেল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক আৰ বি আইৰ অৰ্থদণ্ড আৰোপ ভাৰতীয় ৰিজাৰ্ভ বেংকে, মুম্বাই ডিষ্ট্ৰীক্ট চেণ্ট্ৰেল কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰই আপোনাৰ গ্ৰাহকক জানক (কে ৱাই চি) আৱশ্যকতা/অবৈধ টকা বৈধৌতকৰণ প্ৰতিৰোধক (এ এম এল) ব্যৱস্থাৱলী সম্পৰ্কীয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ/মাৰ্গদৰ্শন/নিৰ্দেশনাৱলী লংঘনৰ কাৰণে বেংকিং বিনিয়ম আইন, ১৯৪৯ আইনৰ ধাৰা ৪৮(ক)(১)(খ) সমন্বিতে ধাৰা ৪৬(৪)ৰ বিধিব্যৱস্থা অনুযায়ী স

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

Custom Date Facet

RBIPageLastUpdatedOn

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: