RbiSearchHeader

Press escape key to go back

Past Searches

Page
Official Website of Reserve Bank of India

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

RBINotificationSearchFilter

সন্ধান শুদ্ধ কৰক

Search Results

প্ৰেছ ৰিলিজ

  • Row View
  • Grid View
নৱে 08, 2016
আন্তঃসংস্থাপন আখৰ ‘E’ সমন্বিতে মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ৫০০ টকীয়া বেংকনোট জাৰি
৮ নৱেম্বৰ, ২০১৬ আন্তঃসংস্থাপন আখৰ ‘E’ সমন্বিতে মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ৫০০ টকীয়া বেংকনোট জাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰে, উভয় নম্বৰ সূচীত আন্তঃসংস্থাপিত আখৰ ‘E’ সমন্বিতে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত্ পেটেলৰ স্বাক্ষৰ সম্বলিত বেংকনোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষ থকা আৰু স্বচ্ছ ভাৰতৰ প্ৰতীক ছপা কৰা ৫০০ টকীয়া বেংকনোট জাৰি কৰিব। নতুন ৫০০ টকীয়া নোটবোৰ, ৰং, আকাৰ, মূলভাৱ, সুৰক্ষা বৈশিষ্ট্যবোৰৰ অৱস্থান আৰু আৰ্হিৰ দিশৰ পৰা আগৰ নিৰ্দিষ্ট বেংকনোটতকৈ নিম্নোক্ত দিশবোৰৰ স

৫০০ আৰু ১০০০ টকীয়া নোটৰ বৈধমুদ্রা মর্যাদা প্রত্যাহাৰ – আৰ বি আইৰ জাননী
৮ নৱেম্বৰ, ২০১৬ ৫০০ আৰু ১০০০ টকীয়া নোটৰ বৈধমুদ্রা মর্যাদা প্রত্যাহাৰ – আৰ বি আইৰ জাননী ভাৰত চৰকাৰে তেওঁলোকৰ অধিসূচনা নং ২৬৫২ দিনাংক ৮ নৱেম্বৰ,২০১৬ যোগে, ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা মহাত্মা গান্ধী শৃংখলাৰ ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ নোটবোৰৰ বৈধমুদ্ৰা মৰ্যাদা ৮ নৱেম্বৰ,২০১৬ৰ পৰা প্ৰত্যাহাৰ কৰিছে। নগদ ধনৰ অবৈধ মজুতকৰণ কাৰ্যকৰীভাৱে মষিমূৰ কৰা আৰু জালনোটেৰে সন্ত্ৰাসবাদীক পুঁজিপূৰ্ত কৰাটো ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতীয় নোট জালকৰণৰ উপদ্ৰৱ বন্ধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছে।

২০০০ টকীয়া বেংকনোটৰ নিৰ্গমন
৮ নৱেম্বৰ, ২০১৬ ২০০০ টকীয়া বেংকনোটৰ নিৰ্গমন ৰিজাৰ্ভ বেংকে শীঘ্ৰে আন্তঃসংস্থাপন আখৰ অবিহনে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলেৰ স্বাক্ষৰ সম্বলিত আৰু বেংক নোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষৰ ছাপ থকা মহাত্মা গান্ধী (নতুন) শৃংখলাত ২০০০ টকা মুদ্ৰাবৰ্গৰ এলানি নতুন বেংকনোট জাৰি কৰিব। নতুন মুদ্ৰাবৰ্গৰ এই নোটৰ পিছফালে আন্তঃগ্ৰহীয় মহাকাশত দেশৰ প্ৰথম পৰিক্ৰমাক প্ৰতিফলিত কৰি মংগলযানৰ প্ৰতিকৃতি থাকিব। নোটবোৰ মেজেণ্টাৰঙী হব। সমুখ আৰু পিঠি উভয় ফালে সামগ্ৰিক ৰং বিন্যাসৰ সৈতে ৰজিতা খুৱ

আন্তঃসংস্থাপন আখৰ ‘R’ সহিতে ২০০০ টকীয়া বেংকনোট জাৰি
৮ নৱেম্বৰ, ২০১৬ আন্তঃসংস্থাপন আখৰ ‘R’ সহিতে ২০০০ টকীয়া বেংকনোট জাৰি ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই আন্তঃসংস্থাপিত আখৰ ‘R’ থকা, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত্ পেটেলৰ স্বাক্ষৰ সম্বলিত বেংকনোটৰ সিপিঠিত ২০১৬ ছপাবৰ্ষৰ ছাপ থকা, মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ২০০০ টকীয়া বেংকনোট জাৰি কৰিব। এতিয়া জাৰি কৰিবলগীয়া নোটবোৰৰ আৰ্হি সকলো ক্ষেত্ৰতে, প্ৰেছ বিজ্ঞপ্তি নং ১১৪৪, দিনাংক ৮ নৱেম্বৰ,২০১৬ত উল্লেখিত মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ২০০০ টকীয়া নোটবোৰৰ সদৃশ হব। ৮ নৱেম্বৰ,২০১৬ তাৰিখৰ

নৱে 07, 2016
আৰ বি আইয়ে শ্ৰী এম. ৰাজেশ্বৰ ৰাওক নতুন ই ডি হিচাপে নিযুক্তি দিছে
৭ নৱেম্বৰ, ২০১৬ আৰ বি আইয়ে শ্ৰী এম. ৰাজেশ্বৰ ৰাওক নতুন ই ডি হিচাপে নিযুক্তি দিছে শ্ৰী জি মহালিংগমে ৰিজাৰ্ভ বেংকৰ পৰা স্বেচ্ছা অৱসৰ লোৱাৰ পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকে শ্ৰী এম ৰাজেশ্বৰ ৰাওক নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিছে। কাৰ্যবাহী সঞ্চালক হিচাপে শ্ৰীৰাজেশ্বৰ ৰাৱে পৰিসংখ্যা আৰু তথ্য ব্যৱস্থাপনৱা বিভাগ, ফাইনেন্সিয়েল মাৰ্কেট অপাৰেচন বিভাগ আৰু আন্তৰ্জাতিক বিভাগ চোৱাচিতা কৰিব। কাৰ্যবাহী সঞ্চালক হিচাপে যোগদানৰ পূৰ্বে শ্ৰীৰাও ফাইনেন্সিয়েল মাৰ্কেট পৰিচালনা বিভাগৰ মুখ

নৱে 02, 2016
Pay IT dues in advance at RBI or at authorised bank branches – December 2016
The Reserve Bank of India has appealed to income tax assessees to remit their income tax dues sufficiently in advance of the due date. It has also stated that assessees can use alternate channels like select branches of agency banks or the facility of online payment of taxes offered by these banks. These will obviate the inconvenience involved in standing in long queues at the Reserve Bank offices. It is observed that the rush for remitting Income – Tax dues through t

নৱে 01, 2016
আৰ বি আইয়ে ২০১১ লোকপিয়ল মতে ব্ৰান্স লকেটৰ শেহতীয়া তথ্যভিত্তিক কৰিছে
১ নৱেম্বৰ, ২০১৬ আৰ বি আইয়ে ২০১১ লোকপিয়ল মতে ব্ৰান্স লকেটৰ শেহতীয়া তথ্যভিত্তিক কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, বাণিজ্যিক বেংকবিলাকৰ শাখা/কাৰ্যালয়ৰ তালিকা থকা ইয়াৰ ৱেবছাইটৰ এটা লিংক- ব্ৰান্স লকেটৰটো শেহতীয়া তথ্যভিত্তিক কৰিছে। লিংকটোত এতিয়া ২০১১ লোকপিয়ল মতে সংশোধিত ভিত্তিত বিভিন্ন জনসংখ্যা গোটত শ্ৰেণী নিৰ্ণয় কৰা হৈছে। আৰ বি আই চাৰ্কুলাৰ (আৰবিআই/২০১৬-১৭/৬০/ডিবিআৰ নং বিএপিডি.বিচি.১২/২২.০১.০০১/২০১৬-১৭ দিনাংক ১ ছেপ্টেম্বৰ,২০১৬)ত উল্লেখমতে, লোকপিয়ল ২০১১ অনুযায়ী কেন্দ্ৰবোৰৰ জনসংখ্

আৰ বি আইয়ে নতুন দিল্লীত দ্বিতীয়টো বেংকিং লোকপাল কাৰ্যালয় খুলিছে
১ নৱেম্বৰ, ২০১৬ আৰ বি আইয়ে নতুন দিল্লীত দ্বিতীয়টো বেংকিং লোকপাল কাৰ্যালয় খুলিছে সাম্প্ৰতিক কালছোৱাত বেংকিং পৰিগাঁথনি যথেষ্ট বৃদ্ধি হোৱা আৰু বেংকিং লোকপাল, নতুন দিল্লীৰ বৰ্তমানৰ কাৰ্যালয়ত ক্ষেত্ৰাধিকাৰৰ বৃহত্ পৰিসৰৰ বিষয়টো বিবেচনা কৰি ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক, নতুন দিল্লীত বেংকিং লোকপালৰ দ্বিতীয়টো কাৰ্যালয় স্থাপন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক, নতুন দিল্লীস্থিত প্ৰথমটো বেংকিং লোকপাল কাৰ্যালয়ৰ ক্ষেত্ৰাধিকাৰত দিল্লী আৰু জম্মু-কাশ্মীৰ পৰিব আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক, ন

অক্টো 28, 2016
দেৱী গায়ত্ৰী কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদ, টেলেংগানাৰ ওপৰত আৰ বি আইয়ে দণ্ড আৰোপ কৰিছে
২৮ অক্টোবৰ, ২০১৬ দেৱী গায়ত্ৰী কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদ, টেলেংগানাৰ ওপৰত আৰ বি আইয়ে দণ্ড আৰোপ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, দেৱী গায়ত্ৰী কো-অপাৰেটিভ আৰবান বেংক লিমিটেড, হায়দৰাবাদ, টেলেংগানাক, বেংকটোৰ সঞ্চালক আৰু তেওঁলোকৰ আত্মীয়ক আৰবিআইৰ নিৰ্দেশ আৰু নিৰ্দেশনামা উলংঘা কৰি ঋণ আৰু অগ্ৰিম ধন দিয়াৰ অপৰাধত, বেংকিং বিনিয়ম আইন,১৯৪৯ (সমবায় সমিতিৰ ক্ষেত্ৰতো প্ৰযোজ্য)ৰ ধাৰা ৪৬(৪) সমন্বিতে ধাৰা ৪৭ক(১)(খ) মতে প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি দেৱী গায়্তী কো-অপাৰেটিভ আৰবান বেং

অক্টো 26, 2016
আৰ বি আইয়ে ৩ এনবিএফচিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে
২৬ অক্টোবৰ, ২০১৬ আৰ বি আইয়ে ৩ এনবিএফচিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন,১৯৩৪ৰ ধাৰা ৪৫-১ক (৬)ৰ অধীনত ইয়াৰ ওপৰত ন্যস্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোল্লেখিত অনা-বেংকিং বিত্তীয় কোম্পানীকেইটাৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে। ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীভুক্ত কাৰ্যালয়ৰ ঠিকনা চিঅআৰ নং জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ ১ মেছাৰ্ছ বাৰ্খা ফাইনেন্সিয়াৰ্ছ লিমিটেড ১০৫, প্ৰথম মহলা, পুলিচ থানাৰ বিপৰীতে টি.পি. নগৰ, বাঘপট ৰোড, মিৰাট- ২৫০০০২ (উ

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

আমাৰ এপটো ইনষ্টল কৰিবলৈ QR ক’ড স্কেন কৰক

Custom Date Facet

RBIPageLastUpdatedOn

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: