RbiSearchHeader

Press escape key to go back

Past Searches

Theme
Theme
Text Size
Text Size
ODC_S1

RbiAnnouncementWeb

RBI Announcements
RBI Announcements

RBINotificationSearchFilter

সন্ধান শুদ্ধ কৰক

Search Results

প্ৰেছ ৰিলিজ

  • Row View
  • Grid View
মাৰ্চ 09, 2017
Issue of ₹ 10 banknotes with improved security features
The Reserve Bank of India will shortly issue ₹ 10 denomination banknotes in the Mahatma Gandhi Series-2005 with inset letter 'L' in both the number panels, bearing the signature of Dr. Urjit R. Patel, Governor, Reserve Bank of India, and the year of printing ‘2017’ printed on the reverse of the banknote. The numerals in both the number panels of these banknotes are in the ascending size from left to right while the first three alpha-numeric characters (prefix) remain

আৰ বি আয়ে আলৱাৰ কো-অপাৰেটিভ বেংক লিমিটেড, আলৱাৰ (ৰাজস্থান)ক নিৰ্দেশনা জাৰি কৰিছে
৯ মাৰ্চ, ২০১৭ আৰ বি আয়ে আলৱাৰ কো-অপাৰেটিভ বেংক লিমিটেড, আলৱাৰ (ৰাজস্থান)ক নিৰ্দেশনা জাৰি কৰিছে ইয়াৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে সূচীত কৰা হয় যে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিত প্ৰযোজ্য মতে) ধাৰা ৩৫কৰ উপধাৰা(১) সহিতে পঠিত বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৫৬ৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আয়ে) আলৱাৰ কো-অপাৰেটিভ বেংক লিমিটেড, আলৱাৰক কেইটামান নিৰ্দেশনা জাৰি কৰিছে, যাৰ দ্বাৰা ৭ মাৰ্চ, ২০১৭ৰ ব্যৱসায় সাৰমণিৰ পৰা উক্ত বেংকটোৱে আৰ বি আইৰ ল

আৰ বি আয়ে নাশ্বিক জিল্লা গিৰ্ণা সহকাৰী বেংক লিমিটেড, নাশ্বিক মহাৰাষ্ট্ৰক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
৯ মাৰ্চ, ২০১৭ আৰ বি আয়ে নাশ্বিক জিল্লা গিৰ্ণা সহকাৰী বেংক লিমিটেড, নাশ্বিক মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে নাশ্বিক জিল্লা গিৰ্ণা সহকাৰী বেংক লিমিটেড, নাশ্বিক মহাৰাষ্ট্ৰ, দিনাংক ৮ ছেপ্টেম্বৰ, ২০১৫ৰ নিৰ্দেশনাযোগে ৯ ছেপ্টেম্বৰ, ২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰা নিৰ্দেশনাধীন হৈ আছিল। নিৰ্দেশনাটোৰ বৈধতা দিনাংক ৩ মাৰ্চ, ২০১৬ আৰু ২৫ আগষ্ট, ২০১৬ৰ নিৰ্দেশযোগে ছয় মহীয়া অবধিৰ বাবে দুবাৰ সম্প্ৰসাৰিত কৰা হৈছিল। ইয়াৰ উপৰিও বেংকটোক ২৬ ডিচেম্বৰ, ২০১৬ৰ নিৰ্দেশযোগে সাৱধি জমাসম

মাৰ্চ 08, 2017
আৰ বি আয়ে দ্য ৱৈশ্ব্ কো-অপাৰেটিভ কমাৰ্চেয়ল বেংক লিমিটেড, নতুন দিল্লীক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
৮ মাৰ্চ, ২০১৭ আৰ বি আয়ে দ্য ৱৈশ্ব্ কো-অপাৰেটিভ কমাৰ্চেয়ল বেংক লিমিটেড, নতুন দিল্লীক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিত প্ৰযোজ্য মতে) ধাৰা ৩৫কৰ উপধাৰা(১) আৰু (২) অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়ে যে দিনাংক ২৮ আগষ্ট, ২০১৫ত দ্য ৱৈশ্ব্ কো-অপাৰেটিভ কমাৰ্চিয়েল বেংক লিমিটেডক জাৰি কৰা নিৰ্দেশনা, যিটো শেহৰবাৰ ০৮.০৩.২০১৭লৈ সম্প্ৰসাৰিত কৰা হৈছিল বেংকটোৰ ক্ষেত্ৰত অধিকতৰ ছমাহ অবধিৰ বাবে অ

মাৰ্চ 07, 2017
ভাৰতীয় ষ্টেট বেংক, আই চি আই চি আই বেংক লিমিটেড, এক্সিছ বেংক লিমিটেড আৰু পঞ্জাৱ নেশ্যনেল
বেংকৰ বাবে চুপাৰভাইজৰী কলেজ
৭ মাৰ্চ, ২০১৭ ভাৰতীয় ষ্টেট বেংক, আই চি আই চি আই বেংক লিমিটেড, এক্সিছ বেংক লিমিটেড আৰু পঞ্জাৱ নেশ্যনেল বেংকৰ বাবে চুপাৰভাইজৰী কলেজ ভাৰতীয় ষ্টেট বেংক, আই চি আই চি আই বেংক লিমিটেড, এক্সিছ বেংক লিমিটেড আৰু পঞ্জাৱ নেশ্যনেল বেংকৰ তত্বাৱধায়কতা কলেজসমূহৰ বৈঠকবোৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰী, ২০১৭ৰ সময়ছোৱাত মুম্বাইত অনুষ্ঠিত হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ শ্ৰী এছ এছ মুন্দ্ৰাই মহাবিদ্যালয়সমূহৰ কাৰ্যবাহ উদ্বোধন কৰে। ১৯টা বিদেশী বেংকিং তত্বাৱধায়কতা কৰ্তৃপক্ষৰ ৩৬গৰাকী

মাৰ্চ 02, 2017
আৰ বি আয়ে শ্ৰী ভাৰথী কো-অপাৰেটিভ বেংক লিমিটেড, হায়দৰাবাদক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
২ মাৰ্চ, ২০১৭ আৰ বি আয়ে শ্ৰী ভাৰথী কো-অপাৰেটিভ বেংক লিমিটেড, হায়দৰাবাদক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে শ্ৰী ভাৰথী কো-অপাৰেটিভ বেংক লিমিটেড, হায়দৰাবাদৰ বিত্তীয় অৱস্থাৰ পুনৰীক্ষণ কৰে আৰু দিনাংক ২৪ আগষ্ট, ২০১৬ৰ নিৰ্দেশনাযোগে পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ সম্প্ৰসাৰণ আৰু সালসলনি ঘটোৱাটো ৰাজহুৱা স্বাৰ্থত আৱশ্যক বুলি বিবেচনা কৰে। তদনুযায়ী ভাৰতীয় ৰিদাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ উপধাৰা (১)ৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ইয়াৰ

ইউ ডি এ ৱাই আঁচনিৰ অধীনত তেলেংগানাৰ বিশেষ প্ৰতিভূতিৰ বেচৰকাৰী প্ৰতিষ্ঠাপন
২ মাৰ্চ, ২০১৭ ইউ ডি এ ৱাই আঁচনিৰ অধীনত তেলেংগানাৰ বিশেষ প্ৰতিভূতিৰ বেচৰকাৰী প্ৰতিষ্ঠাপন তেলেংগানা চৰকাৰে উজ্বল ডিস্কম এছিউৰেন্স যোজনা আঁচনি (UDAY)ৰ অন্তৰ্গত ৮৯২২.৯৩ কোটি টকাৰ এক অধিসূচীত ৰাশিৰ বিশেষ প্ৰতিভূতি জাৰি কৰিবলৈ প্ৰস্তাৱ কৰিছে। এই বিশেষ প্ৰতিভূতিবোৰৰ ক্ৰয় নিবিদাত আগ্ৰহী যোগ্য বজাৰ অংশগ্ৰহণকাৰীসকলক ৬ মাৰ্চ, ২০১৭ৰ পুৱা ১০.৩০ৰ পৰা ১২.০০ বজাৰ ভিতৰত নিম্নোল্লেখিত ফৰ্মেটত তেওঁলোকৰ ডাকৰ পৰিমাণ ই-মেইল কৰিবলৈ জ্ঞাপন দিয়া হলঃ বিনিয়োগকাৰীৰ নাম এফ আই এম এম ডি এ প্ৰতিফল

মাৰ্চ 01, 2017
আৰ বি আয়ে দ্য ৰাজসমণ্ড আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ৰাজসমণ্ডক দণ্ড বিহিছে
১ মাৰ্চ, ২০১৭ আৰ বি আয়ে দ্য ৰাজসমণ্ড আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ৰাজসমণ্ডক দণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, দ্যা ৰাজসমণ্ড আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ৰাজসমণ্ডক (i) ধাৰৰ লগত মূলধনী অংশক সংযোজিত কৰা, (ii) নিৰ্ধাৰিত ব্যক্তিগত ঋণী উন্মোচন সীমা উলংঘন, (iii) নিৰ্ধাৰিত সীমাতকৈ অধিক অসুৰক্ষিত ঋণ মঞ্জুৰ কৰা আৰু এটা চিচি একাউণ্টত নিৰ্ধাৰিত সীমাতকৈ অধিক সঘনাই অডিৰ অনুমতি দিয়া, (iv) অনা-বেংকিং সম্পদ অভিগ্ৰহণ কৰা বিষয়ক আৰ বি আই নিৰ্দেশ/নিৰ্দেশনামা উলংঘনৰ কাৰণে বেংকিং বি

ফেব্ৰু 28, 2017
Reserve Bank Establishes an Inter-disciplinary Standing Committee on Cyber Security
The Reserve Bank of India has set up an Inter-disciplinary Standing Committee on Cyber Security to, inter alia, review the threats inherent in the existing/emerging technology; study adoption of various security standards/protocols; interface with stakeholders; and suggest appropriate policy interventions to strengthen cyber security and resilience. The current composition of the Standing Committee is as follows: Smt. Meena Hemchandra, Executive Director, RBI, Chairpe

বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ (এ এ চি এছ)ৰ অন্তৰ্গত নিৰ্দেশনা –
মাৰাঠা সহকাৰী বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ
২৮ ফেব্ৰুৱাৰী, ২০১৭ বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ (এ এ চি এছ)ৰ অন্তৰ্গত নিৰ্দেশনা – মাৰাঠা সহকাৰী বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৩৫কৰ অন্তৰ্গত (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য) মাৰাঠা সহকাৰী বেংক লিমিটেড, মুম্বাই, মহাৰাষ্ট্ৰক দিনাংক ৩১ আগষ্ট, ২০১৬ত ৬ মাহ অবধিৰ বাবে (অৰ্থাত্ ২৮ ফেব্ৰুৱাৰী, ২০১৭লৈকে) নিৰ্দেশনা জাৰি কৰিছিল যিটো পৰৱৰ্ত্তী নিৰ্দেশ দিনাংক ৭ ছেপ্টেম্বৰ, ২০১৬ যোগে সালসলনি কৰা হৈছিল। এই নিৰ্দেশনা ছমাহ

ফেব্ৰু 27, 2017
আৰ বি আয়ে কৌজালগি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, কৌজালগি, কৰ্ণাটকক দণ্ড বিহিছে
২৭ ফেব্ৰুৱাৰী, ২০১৭ আৰ বি আয়ে কৌজালগি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, কৌজালগি, কৰ্ণাটকক দণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, কৌজালগি আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, কৌজালগি, কৰ্ণাটকৰ ওপৰত, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৬(৪)ৰ সৈতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য) উপবন্ধসমূহৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি ১.০০ লাখ টকা (এক লাখ টকা মাত্ৰ) অৰ্থদণ্ড বিহিছে। দ্য ডিপজিটৰ এডুকেশ্যন এণ্ড এৱেৰনেছ ফাণ্ড স্কীম, ২০১৪ সম্পৰ্কে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দ

ফেব্ৰু 23, 2017
আৰ বি আয়ে চাহেবৰাও দেশমুখ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক দণ্ড বিহিছে
২৩ ফেব্ৰুৱাৰী,২০১৭ আৰ বি আয়ে চাহেবৰাও দেশমুখ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক দণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৬(৪)ৰ সৈতে পঠিত ধাৰা ৪৭ক(১)ৰ (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য মতে) উপবন্ধসমূহৰ অন্তৰ্গত ইয়াক প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি চাহেবৰাও দেশমুখ কো-অপাৰেটিভ বেংক লিমিটেডক, অন-চাইট এটিএম খোলা সম্পৰ্কীয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি নিৰ্দেশ/নিৰ্দেশনামা উলংঘনৰ বাবে ১.০০ লাখ (এক লাখ টকা)ৰ অৰ্থ দণ্ড আৰোপ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, বে

আৰ বি আয়ে প্ৰগ্ৰেছিভ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক দণ্ড বিহিছে
২৩ ফেব্ৰুৱাৰী,২০১৭ আৰ বি আয়ে প্ৰগ্ৰেছিভ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক দণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৬(৪)ৰ সৈতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ (সমবায় সমিতিৰ ক্ষেত্ৰত প্ৰযোজ্য) উপবন্ধসমূহৰ অন্তৰ্গত ইয়াক প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি প্ৰগ্ৰেছিভ কো-অপাৰেটিভ বেংক লিমিটেড, মুম্বাইক, নামমাত্ৰ সদস্যক ঋণদান, এটা এন বি এফ চিক বিত্ত যোগান আৰু কেৱাইচি আচাৰ সম্পৰ্কীয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি নিৰ্দেশ/নিৰ্দেশনামা উলংঘনৰ বাবে ৪.০০ লাখ (চাৰি লাখ টক

চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-৪ : জাৰি মূল্য
২৩ ফেব্ৰুৱাৰী, ২০১৭ চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ – শৃংখলা-৪ : জাৰি মূল্য ভাৰত চৰকাৰৰ notification F.No.4(16)-W&M/2016 আৰু RBI circular IDMD.CDD.No.2187/14.04.050/2016-17 dated February 23, 2017 ৰ চৰ্ত অনুযায়ী, চভাৰেইন গল্ড বণ্ড ২০১৬-১৭ৰ শৃংখলা-৪, ক্ৰয়-নিবিদাৰ বাবে February 27, 2017 to March 03, 2017 অবধিৰ বাবে মুকলি কৰা হ’ব। ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছোচিয়েশ্যনে (আই বি জে এ) ক্ৰয়-নিবিদা অবধিৰ, অৰ্থাত্ ফেব্ৰুৱাৰী ২০-২৩, ২০১৭ (মহাশিৱৰাত্ৰিৰ কাৰণে ২৪ ফেব্ৰুৱাৰী, ২০

ফেব্ৰু 22, 2017
মৌদ্ৰিক নীতি সমিতি বৈঠকৰ কাৰ্যবিৱৰণী
ফেব্ৰুৱাৰী ৭-৮, ২০১৭
২২ ফেব্ৰুৱাৰী, ২০১৭ মৌদ্ৰিক নীতি সমিতি বৈঠকৰ কাৰ্যবিৱৰণী ফেব্ৰুৱাৰী ৭-৮, ২০১৭ (ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আইন, ১৯৩৪ৰ ধাৰা ৪৫ য ঠৰ অন্তৰ্গত) মৌদ্ৰিক নীতি সমিতিৰ (এম পি চি) তৃতীয়খন বৈঠক যিখন সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ৪৫ ষস্ঠ ধাৰাৰ অন্তৰ্গত গঠিত, ফেব্ৰুৱাৰী ৭ আৰু ৮, ২০১৭ তাৰিখে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া, মুম্বাইত অনুষ্ঠিত হয়। ২. বৈঠকত সকলো কেইগৰাকী সদস্য উপস্থিত থাকে- ড০ চেতন ঘাটে, প্ৰফেছৰ, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট; ড০ পমী ডুৱা, সঞ্চালক, দেলহি স্কুল অব ই

ফেব্ৰু 20, 2017
আৰ বি আয়ে ৰুপী কো-অপাৰেটিভ বেংক লিমিটেড, পুণেক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
২০ ফেব্ৰুৱাৰী, ২০১৭ আৰ বি আয়ে ৰুপী কো-অপাৰেটিভ বেংক লিমিটেড, পুণেক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে দিনাংক ২৬ ফেব্ৰুৱাৰী, ২০১৭যোগে ৰুপী কো-অপাৰেটিভ বেংক লিমিটেড, পুণে, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনাটো ২২ ফেব্ৰুৱাৰী, ২০১৭ৰ পৰা ২১ আগষ্ট, ২০১৭লৈ অধিকতৰ ছমাহ অবধিৰ বাবে সম্প্ৰসাৰিত কৰিছে, পুনৰীক্ষণ সাপেক্ষে। নিৰ্দেশনাটো মূলতে ২২ ফেব্ৰুৱাৰীৰ ২০১৩ৰ পৰা ২১ আগষ্ট, ২০১৩লৈ আৰোপ কৰা হৈছিল আৰু প্ৰতিবাৰত ছমাহকৈ অবধিৰ বাবে ছবাৰ আৰু প্ৰতিবাৰত তিনিমহীয়া অবধিৰ

ফেব্ৰু 17, 2017
আৰ বি আয়ে জনতা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ৱাই, জিলা ছাটাৰাৰ
ওপৰত দণ্ড আৰোপ কৰিছে
১৭ ফেব্ৰুৱাৰী, ২০১৭ আৰ বি আয়ে জনতা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ৱাই, জিলা ছাটাৰাৰ ওপৰত দণ্ড আৰোপ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ/নিৰ্দেশনামা উলংঘনৰ বাবে বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ৪৬(৪)ৰ সৈতে পঠিত ধাৰা ৪৭ক(১)(খ) উপবন্ধৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, জনতা আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ৱাই, জিলা ছাটাৰাৰ ওপৰত ২.০০ লাখ টকা (দুই লাখ টকা)ৰ অৰ্থদণ্ড বিহিছে। ২০১৩-১৪ বিত্তীয় বৰ্ষটোৰ সময়ছোৱাত গৃহনিৰ্মাণ/ৰিয়েল ইষ্টেট/বাণিজ্যিক ৰিয়েল ইষ্টে

ফেব্ৰু 16, 2017
Reserve Bank of India seeks Comments on Draft Circular on Rationalisation of Merchant Discount Rate (MDR) for Debit Card Transactions
The Reserve Bank of India has today placed on its website for public feedback the draft circular on rationalisation of Merchant Discount Rate (MDR) for debit card transactions. The comments/ suggestions/ feedback, if any, may be sent by post to the Chief General Manager, Department of Payment and Settlement Systems, Reserve Bank of India, Central Office Building, 14th Floor, Shahid Bhagat Singh Road, Mumbai - 400 001, or by email on or before February 28, 2017. Recent

আৰ বি আইত বা কৰ্তৃত্বপ্ৰাপ্ত বেংক শাখাবোৰত আয়কৰ দেনা অগ্ৰিম প্ৰদান কৰক – মাৰ্চ, ২০১৭
১৬ ফেব্ৰুৱাৰী, ২০১৭ আৰ বি আইত বা কৰ্তৃত্বপ্ৰাপ্ত বেংক শাখাবোৰত আয়কৰ দেনা অগ্ৰিম প্ৰদান কৰক – মাৰ্চ, ২০১৭ ভাৰতীয় ৰিজাৰ্ভ বেংকে আয়কৰ কৰদাতাসকলক দেয় তাৰিখৰ যথেষ্ট আগতে তেওঁলোকৰ আয়কৰ দেয়খিনি প্ৰেৰণ কৰিবলৈ আবেদন জনাইছে। লগতে এইটোও কৈছে যে কৰদাতাসকলে এজেন্সি বেংকবোৰৰ নিৰ্বাচিত শাখাসমূহ বা এই বেংকবোৰে আগবঢ়োৱা অন-লাইনযোগে কৰ প্ৰদান সুবিধাৰ দৰে বিকল্প চেনেলসমূহো ব্যৱহাৰ কৰিব পাৰে। ৰিজাৰ্ভ বেংক কাৰ্যালয়বোৰত দীঘলীয়া শাৰীত ঠিয় থকাত জড়িত অসুবিধাবোৰ এনে বিকল্প ব্যৱস্থাই নিবাৰণ ক

ফেব্ৰু 15, 2017
অনুজ্ঞাপত্ৰ বাতিল আৰু আৰবান কো-অপাৰেটিভ বেংকক বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ
অধীনত এখন সমবায় সমিতিলৈ পৰিৱৰ্তন – দ্য সজিত্ৰা কো-অপাৰেটিভ বেংক লিমিটেড জিলা আননú
১৫ ফেব্ৰুৱাৰী, ২০১৭ অনুজ্ঞাপত্ৰ বাতিল আৰু আৰবান কো-অপাৰেটিভ বেংকক বেংকিং বিনিয়ম আইন, ১৯৪৯ (এ এ চি এছ)ৰ অধীনত এখন সমবায় সমিতিলৈ পৰিৱৰ্তন – দ্য সজিত্ৰা কো-অপাৰেটিভ বেংক লিমিটেড জিলা আনন্দ (গুজৰাট) ইয়াৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে অধিসূচিত কৰা হল যে ৰিজাৰ্ভ বেংকে দিনাংক ২৩ জানুৱাৰী, ২০১৭ৰ আদেশযোগে দ্য সজিত্ৰা কো-অপাৰেটিভ বেংক লিমিটেড, জিলা – আনন্দ (গুজৰাট)ৰ অনুজ্ঞাপত্ৰখন বাতিল কৰিছে। অসন্তোষজনক বিত্তীয় আৰু অনুপালন ৰেকৰ্ডৰ প্ৰতি লক্ষ্য ৰাখি, বেংকটোক বেংকিং বিনিয়ম আইন, ১৯৪৯ (

RBI-Install-RBI-Content-Global

ভাৰতীয় ৰিজাৰ্ভ বেংক মোবাইল এপ্পলিকেষ্যন ইনষ্টল কৰক আৰু নৱীনতম বাতৰিৰ প্ৰৱেশাধিকাৰ পাওক!

Scan Your QR code to Install our app

Custom Date Facet

RBIPageLastUpdatedOn

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: আগষ্ট 13, 2025