প্ৰেছ ৰিলিজ - আৰবিআই - Reserve Bank of India
প্ৰেছ ৰিলিজ
এপ্ৰিল 26, 2017
আৰ বি আয়ে দুটা কৰ্তৃত্বপ্ৰাপ্ত ডীলাৰ বেংকক অৰ্থদণ্ড বিহিছে
২৬ এপ্ৰিল,২০১৭ আৰ বি আয়ে দুটা কৰ্তৃত্বপ্ৰাপ্ত ডীলাৰ বেংকক অৰ্থদণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, নিম্নোল্লেখিত দুটা বেংকক এফ ই এম এ ১৯৯৯ৰ ৰিপ’ৰ্টিং আৱশ্যিকতা সম্পৰ্কীয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা উলংঘন কৰা বাবে বেংক দুটাক অৰ্থদণ্ড বিহিছে। দণ্ডৰ সবিশেষ হ’ল- ক্ৰমিক নং বেংকৰ নাম দণ্ডৰ ৰাশি (টকাত) ১ দ্য হংকং এণ্ড ছাংহাই বেংকিং কৰ্পোৰেশ্যন লিমিটেড ৭০,০০০ ২ কোটাক মহিন্দ্ৰা বেংক ১০,০০০ ভাৰতীয় ৰিজাৰ্ভ বেংকে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা/নিৰ্দেশ/নিৰ্দেশিকাৰ উলংঘনবোৰ ব

আৰ বি আয়ে ড০ পঞ্জৱৰাও দেশমুখ আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, অম্ৰাৱতী (মহাৰাষ্ট্ৰ)ক অৰ্থদণ্ড বিহিছে
২৬ এপ্ৰিল,২০১৭ আৰ বি আয়ে ড০ পঞ্জৱৰাও দেশমুখ আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, অম্ৰাৱতী (মহাৰাষ্ট্ৰ)ক অৰ্থদণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, ড০ পঞ্জৱৰাও দেশমুখ আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, অম্ৰাৱতীয়ে আপোনাৰ গ্ৰাহকক জনা (কে ৱাই চি) আচাৰ উলংঘন কৰা বাবে, বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিসমূহত প্ৰযোজ্য মতে)ৰ ধাৰা ৪৬ (৪) সহিতে পঠিত ধাৰা ৪৭ক(১)(খ)ৰ উপৱন্ধসমূহৰ অন্তৰ্গত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি বেংকটোৰ ওপৰত ৫.০০ লাখ টকা (পাঁচ লাখ টকা মাত্ৰ)ৰ অৰ্থদণ্ড আৰোপ কৰিছে। ভাৰ

“এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ১৫০ তম বাৰ্ষিকী” উপলক্ষে ৫ টকীয়া স্মাৰক সিকা জাৰি
২৬ এপ্ৰিল,২০১৭ “এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ১৫০ তম বাৰ্ষিকী” উপলক্ষে ৫ টকীয়া স্মাৰক সিকা জাৰি ভাৰত চৰকাৰে ওপৰল্লেখিত সিকাবোৰ প্ৰস্তুত কৰিছে যিবিলাক ভাৰতীয় ৰিজাৰ্ভ বেংকে অচিৰে প্ৰচলন কৰিব। ভাৰতৰ ৰাজপত্ৰ – অসাধাৰণ অংশ - দ্বিতীয় শাখা ৩ – উপশাখা(১) –জি.এছ.আৰ.১৯১(ঙ) দিনাংক ২৩ ফেব্ৰুৱাৰী,২০১৬ অধিসূচীত মতে, বিত্ত মন্ত্ৰণালয়, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, নতুন দিল্লীয়ে জাৰি কৰা এই সিকাবোৰৰ আৰ্হি তলত দিয়া হ’ল- সন্মুখ ফাল সিকাৰ সন্মুখভাগৰ কেন্দ্ৰত অশোক স্তম্ভৰ সিংহ শীৰ্ষ থাকিব যাৰ ফলত

“ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখাগাৰৰ এশ পচিশতম বৰ্ষ” উপলক্ষে ১০ টকীয়া স্মাৰক সিকা জাৰি
২৬ এপ্ৰিল,২০১৭ “ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখাগাৰৰ এশ পচিশতম বৰ্ষ” উপলক্ষে ১০ টকীয়া স্মাৰক সিকা জাৰি ভাৰত চৰকাৰে ওপৰোল্লেখিত সিকাবোৰ প্ৰস্তুত কৰিছে যিবিলাক ভাৰতীয় ৰিজাৰ্ভ বেংকে অচিৰে প্ৰচলনত দিব। ভাৰতৰ ৰাজপত্ৰ – অসাধাৰণ অংশ - ৩– উপাংশ(১) –জি.এছ.আৰ.১৯৭(ই) দিনাংক ২৬ ফেব্ৰুৱাৰী,২০১৬ত যাক বিত্ত মন্ত্ৰণালয়, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ, নতুন দিল্লীয়ে জাৰি কৰা মতে অধিসূচীত এই সিকাবোৰৰ আৰ্হি তলত দিয়া হ’ল- সন্মুখ ফাল সিকাৰ সন্মুখভাগৰ কেন্দ্ৰত অশোক স্তম্ভৰ সিংহ শীৰ্ষ থাকিব যাৰ তলত “सत्यम

এপ্ৰিল 24, 2017
আৰ বি আয়ে ভাদহী আৰবান কো-অপাৰেটিভ বেংক লিমিটেডক, ভাদহীক দণ্ড বিহিছে
২৪ এপ্ৰিল,২০১৭ আৰ বি আয়ে ভাদহী আৰবান কো-অপাৰেটিভ বেংক লিমিটেডক, ভাদহীক দণ্ড বিহিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাদহী আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, ভাদহীৰ ওপৰত নামমাত্ৰ সদস্যতা উন্মোচন আচাৰ তথা বিধিগত/অন্যান্য বাধানিষেধ, বিজ্ঞোচিত আন্তঃবেংক নিতান্ত উন্মোচন সীমা আৰু আন্তঃবেংক বিপৰীত পক্ষ সীমা, আপোনাৰ গ্ৰাহকক জনা সন্দৰ্ভত নীতি আৰু প্ৰথা বিষয়ক আৰ বি আই নিৰ্দেশনা/নিৰ্দেশিকা উলংঘনৰ বাবে বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ (সমবায় সমিতিসমূহত প্ৰযোজ্য মতে)ৰ ধাৰা ৪৬ক(৪) সহিতে পঠিত ধাৰা ৪৭ক(১

এপ্ৰিল 21, 2017
Sovereign Gold Bond Scheme 2017 -18 - Series I - Issue Price
In terms of GoI notification F. No. 4(8) - W&M/2017 and RBI circular IDMD.CDD.No.2760/14.04.050/2016-17 dated April 20, 2017, the Sovereign Gold Bond Scheme 2017-18 - Series I will be opened for subscription for the period from April 24, 2017 to April 28, 2017. The nominal value of the bond based on the simple average closing price [published by the India Bullion and Jewellers Association Ltd (IBJA)] for gold of 999 purity of the week preceding the subscription pe

এপ্ৰিল 20, 2017
Sovereign Gold Bond Scheme 2017-18 – Series I
The Reserve Bank of India, in consultation with Government of India, has decided to issue Sovereign Gold Bonds 2017-18 - Series I. Applications for the bond will be accepted from April 24-28, 2017. The Bonds will be issued on May 12, 2017. The Bonds will be sold through banks, Stock Holding Corporation of India Limited (SHCIL), designated Post Offices, and recognised Stock Exchanges viz., National Stock Exchange of India Limited and Bombay Stock Exchange. The features

মৌদ্ৰিক নীতি সমিতি বৈঠকৰ কাৰ্যবিৱৰণী ৫-৬ এপ্ৰিল, ২০১৭
২০ এপ্ৰিল, ২০১৭ মৌদ্ৰিক নীতি সমিতি বৈঠকৰ কাৰ্যবিৱৰণী ৫-৬ এপ্ৰিল, ২০১৭ (ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া আইন, ১৯৩৪ৰ ধাৰা ৪৫ য ঠৰ অন্তৰ্গত) সংশোধিত ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ৪৫ য ঠ ধাৰাৰ অন্তৰ্গত গঠিত, মৌদ্ৰিক নীতি সমিতিৰ চতুৰ্থখন বৈঠক, ৫ আৰু ৬ এপ্ৰিল, ২০১৭ তাৰিখে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া, মুম্বাইত অনুষ্ঠিত হয়। ২. বৈঠকত সকলোকেইগৰাকী সদস্য উপস্থিত থাকে- ড০ চেতন ঘাটে, প্ৰফেছৰ, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট; ড০ পমী ডুৱা, সঞ্চালক, দেলহি স্কুল অব ইকনমিক্স; ড০ ৰবীন্দ্ৰ এইছ ধোল

আৰ বি আইয়ে বেংক অব গায়েনাৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে
২০ এপ্ৰিল,২০১৭ আৰ বি আইয়ে বেংক অব গায়েনাৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক অব গায়েনাৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত সম্পাদন কৰিছে। বেংক অব গায়েনাৰ হৈ গৱৰ্ণৰ ড০ গোবিন্দ এন. গাংগাই আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হৈ গৱৰ্ণৰ ড০ উৰজিত্ আৰ. পেটেলে এম অ’ ইউখনত স্বাক্ষৰ দান কৰে। ৰিজাৰ্ভ বেংকে, অধিকতৰ সহযোগিতা আৰু তদাৰকী তথ্য বিনিময়ৰ প্ৰসাৰ

এপ্ৰিল 19, 2017
Au স্মল ফাইনেন্স বেংক লিমিটেডে কাৰ্য সঞ্চালন আৰম্ভ কৰিছে
১৯ এপ্ৰিল,২০১৭ Au স্মল ফাইনেন্স বেংক লিমিটেডে কাৰ্য সঞ্চালন আৰম্ভ কৰিছে Au স্মল ফাইনেন্স বেংক লিমিটেডে এটা ক্ষুদ্ৰ বিত্ত বেংক হিচাপে ১৯ এপ্ৰিল, ২০১৭ৰ পৰা কাৰ্যসঞ্চালন আৰম্ভ কৰিছে। ৰিজাৰ্ভ বেংকে ভাৰতত ক্ষুদ্ৰ বিত্ত বেংকৰ ব্যৱসায় চলাবলৈ বেংকটোক বেংকিং বিনিয়ম আইন, ১৯৪৯ৰ ধাৰা ২২(১) ৰ অন্তৰ্গত এখন অনুজ্ঞাপত্ৰ জাৰি কৰিছে। Au ফাইনেন্সিয়াৰ্ছ (ইণ্ডিয়া) লিমিটেড, জয়পুৰ ১০ আবেদনকাৰীৰ অন্যতম আছিল যাক Press Release on September 16, 2015-ৰ ঘেষণা কৰা মতে এটা ক্ষুদ্ৰ বিত্ত বেংক স্থাপন

এপ্ৰিল 18, 2017
আৰ বি আইয়ে ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে
১৮ এপ্ৰিল,২০১৭ আৰ বি আইয়ে ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ সৈতে “তদাৰকী সহযোগিতা আৰু তদাৰকী তথ্যৰ বিনিময়” সম্পৰ্কীয় বুজাপৰা চুক্তি (এম অ’ ইউ)ত স্বাক্ষৰ কৰিছে। ৰয়েল মাণিটেৰী অথ’ৰিটী অব ভূটানৰ হৈ ডেপুটী গৱৰ্ণৰ শ্ৰী ফাজো দৰ্জীয়ে আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হৈ ডেপুটী গৱৰ্ণৰ শ্ৰী এছ এছ মুন্দ্ৰাই এম অ’ ইউখনত স্বাক্ষৰ দান কৰে। ৰি

আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে
১৮ এপ্ৰিল,২০১৭ আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই), ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোল্লেখিত চাৰিটা অনা-বেংকিং বিত্তীয় কোম্পানীৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ বাতিল কৰিছে। ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীকৃত কাৰ্যালয় ঠিকনা পঞ্জীয়ন প্ৰমাণপত্ৰ নং জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ ১ মেচাৰ্ছ মুম্বাই ডিস্কাউণ্ট ফাইনেন্স প্ৰাইভেট লিমিটেড ২০২, নদীয়াদৱালা মাৰ্কেট, পোদ্দাৰ ৰ’ড,

২০ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে
১৮ এপ্ৰিল,২০১৭ ২০ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে নিম্নোক্ত এন বি এফ চিসমূহে, ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক জাৰি কৰা পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে সেয়ে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক প্ৰদত্ত ক্ষমতা প্ৰয়োগ কৰি, তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰবোৰ বাতিল কৰিছে। ক্ৰমিক নং কোম্পানীৰ নাম কাৰ্যালয় ঠিকনা চি অ আৰ নম্বৰ জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ ১ মেচাৰ্ছ আকাংক্ষ্যা কনচাল্টেন্সি ছাৰ্ভিচ

আৰ বি আইয়ে জম্মুত বেংকিং লোকপালৰ কাৰ্যালয় মুকলি কৰিছে
১৮ এপ্ৰিল,২০১৭ আৰ বি আইয়ে জম্মুত বেংকিং লোকপালৰ কাৰ্যালয় মুকলি কৰিছে বিগত কালছোৱাত বেংকিং পৰিতন্ত্ৰত উল্লেখনীয় বৃদ্ধি আৰু বৰ্তমানৰ বেংকিং লোকপাল কাৰ্যালয়, নতুন দিল্লী-১য়ে সামৰি লোৱা বৃহত্ অধিকাৰ ক্ষেত্ৰক বিবেচনা কৰি ৰিজাৰ্ভ বেংকে জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক, জম্মুত বেংকিং লোকপালৰ এটা কাৰ্যালয় স্থাপন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক, জম্মুস্থিত বেংকিং লোকপাল কাৰ্যালয়ৰ ক্ষেত্ৰাধিকাৰ সমগ্ৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত পৰিব্যাপ্ত হ’ব, যিখিনি অদ্যপৰিমিত বেংকিং

এপ্ৰিল 17, 2017
আৰ বি আয়ে এইছ চি বি এল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
১৭ এপ্ৰিল, ২০১৭ আৰ বি আয়ে এইছ চি বি এল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে, এইছ চি বি এল কো-অপাৰেটিভ বেংক লিমিটেড, লক্ষ্ণৌক জাৰি কৰা নিৰ্দেশনা ১৬ এপ্ৰিল,২০১৭ৰ পৰা ১৫ অক্টোবৰ,২০১৭লৈ অধিক ছমহীয়া অবধিৰ বাবে সম্প্ৰসাৰিত কৰিছে, পুনৰকীক্ষণ সাপেক্ষে। বেংকিং বিনিয়ম আইন,১৯৪৯ (এ এ চি এছ)ৰ ধাৰা ৩৫কৰ অন্তৰ্গত জাৰি কৰা দিনাংক ১০ এপ্ৰিল,২০১৫ নিৰ্দেশযোগে, ১৬ এপ্ৰিল,২০১৫ৰ ব্যৱসায় সামৰণিৰ পৰাই বেংকটো নিৰ্দেশনাধীন হৈ আছিল। ওপৰোক

আৰ বি আয়ে ৰায়পুৰত বেংকিং লোকপালৰ কাৰ্যালয় খুলিছে
১৭ এপ্ৰিল, ২০১৭ আৰ বি আয়ে ৰায়পুৰত বেংকিং লোকপালৰ কাৰ্যালয় খুলিছে সাম্প্ৰতিক কালছোৱাত বেংকিং নেটৱৰ্কত তাত্পৰ্যপূৰ্ণ বৃদ্ধি আৰু ভূপালস্থিত বেংকিং লোকপাল কাৰ্যালয়টোৰ বৃহত্ ক্ষেত্ৰাধিকাৰ বিবেচনা কৰি ৰিজাৰ্ভ বেংকে ছত্তীশগড় ৰাজ্যৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক, ৰায়পুৰত বেংকিং লোকপাল কাৰ্যালয় স্থাপন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰায়পুৰস্থ বেংকিং লোকপাল কাৰ্যালয়ে সমগ্ৰ ছত্তীশগড় ৰাজ্যৰ ক্ষেত্ৰাধিকাৰ পাব যিখিনি অদ্যপৰিমিত বেংকিং লোকপাল কাৰ্যালয়, ভূপালৰ অধীনত আছিল। শ্বেতা মহিলে সহকা

এপ্ৰিল 14, 2017
চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ – শৃংখলা ৪
২৩ ফেব্ৰুৱাৰী, ২০১৭ চভাৰেইন গল্ড বণ্ড আঁচনি ২০১৬-১৭ – শৃংখলা ৪ ভাৰতীয় ৰিজাৰ্ভ বেংকে ভাৰত চৰকাৰৰ পৰামৰ্শ ক্ৰমে, Sovereign Gold Bond 2016-17 – Series IV জাৰি কৰিবলৈ সিদ্ধান্ত লৈছে। এই বণ্ডৰ বাবে আবেদন ২৭ ফেব্ৰুৱাৰী, ২০১৭ৰ পৰা ৩ মাৰ্চ, ২০১৭লৈ গ্ৰহণ কৰা হ’ব। বণ্ডবোৰ বেংক, ষ্টক হল্ডিং কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড (এছএইছচিআইএল), মনোনীত ডাকঘৰবোৰ আৰু স্বীকৃতিপ্ৰাপ্ত ষ্টক একচেঞ্জ তদৰ্থে, নেশ্যনেল ষ্টক একচেঞ্জ অব ইণ্ডিয়া লিমিটেড আৰু বম্বে ষ্টক একচেঞ্জৰ যোগেদি বিক্ৰী কৰা হ’ব।

এপ্ৰিল 13, 2017
ষষ্ঠ দ্বিমাসিক মৌদ্ৰিক নীতিৰ প্ৰবিৱৰণ, ২০১৬-২০১৭
মৌদ্ৰিক নীতি সমিতি (এম পি চি)ৰ প্ৰস্তাৱ
মৌদ্ৰিক নীতি সমিতি (এম পি চি)ৰ প্ৰস্তাৱ
৮ ফেব্ৰুৱাৰী, ২০১৭ ষষ্ঠ দ্বিমাসিক মৌদ্ৰিক নীতিৰ প্ৰবিৱৰণ, ২০১৬-২০১৭ মৌদ্ৰিক নীতি সমিতি (এম পি চি)ৰ প্ৰস্তাৱ মৌদ্ৰিক নীতি সমিতি (এম পি চি)য়ে আজি অনুষ্ঠিত ইয়াৰ বৈঠকত বৰ্তমান আৰু উদীয়মান স্থূল অৰ্থনৈতিক পৰিস্থিতিৰ মূল্যায়নৰ আধাৰত সিদ্ধান্ত লয় যেঃ চলনিধি সমাযোজন সুবিধা (এলএএফ)ৰ নীতিগত ৰেপ’ হাৰ ৬.২৫ শতাংশত অপৰিৱৰ্তিত ৰখা হওক। পৰিণামস্বৰূপে, চলনিধি সমাযোজন সুবিধা (এল এ এফ)ৰ অন্তৰ্গত প্ৰতিৱৰ্ত্তী ৰেপ’ হাৰ ৫.৭৫ শতাংশ আৰু উপান্ত স্থায়ী সুবিধা (এম এছ এফ) হাৰ তথা বেংক হাৰ ৬.২

আৰ বি আয়ে জামখেড় মাৰ্চেণ্টছ কো-অপাৰেটিভ বেংক লিমিটেড, আহমেদনগৰ, মহাৰাষ্ট্ৰক
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে
১৩ এপ্ৰিল, ২০১৭ আৰ বি আয়ে জামখেড় মাৰ্চেণ্টছ কো-অপাৰেটিভ বেংক লিমিটেড, আহমেদনগৰ, মহাৰাষ্ট্ৰক জাৰি কৰা নিৰ্দেশনা সম্প্ৰসাৰিত কৰিছে জামখেড় মাৰ্চেণ্টছ কো-অপাৰেটিভ বেংক লিমিটেড, আহমেদনগৰ, মহাৰাষ্ট্ৰক দিনাংক ৭ এপ্ৰিল,২০১৬ নিৰ্দেশযোগে ১২ এপ্ৰিল,২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা ছমাহ অবধিৰ বাবে নিৰ্দেশনাধীন কৰা হৈছিল। এই নিৰ্দেশনামাৰ বৈধতা দিনাংক ৬ অক্টোবৰ,২০১৬ নিৰ্দেশযোগে ১৩ অক্টোবৰ,২০১৬ৰ পৰা ১২ এপ্ৰিল,২০১৭লৈ ছহমীয়া অবধিৰ বাবে সম্প্ৰসাৰিত কৰা হৈছিল। ওপৰুক্ত নিৰ্দেশনাৰ বৈধতা দিনাংক

এপ্ৰিল 12, 2017
RBI announces draft guidelines of Simplified Hedging Facility for Residents and Non-Residents
The Reserve Bank of India today released draft guidelines of Simplified Hedging Facility for Residents and Non-Residents which permits dynamic hedging of currency risk and simplifies the procedure involved in booking hedge contracts. To monitor activity under this facility, banks and exchanges will report customer data to the Trade Repository on a regular basis. Comments on the draft guidelines are invited from banks, market participants and other interested parties b

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: আগষ্ট 13, 2025