প্ৰেছ ৰিলিজ - আৰবিআই - Reserve Bank of India
প্ৰেছ ৰিলিজ
ডিচে 28, 2016
ড০ বিৰাল ভি. আচাৰ্যক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ নিযুক্তি
২৮ ডিচেম্বৰ,২০১৬ ড০ বিৰাল ভি. আচাৰ্যক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ নিযুক্তি কেন্দ্ৰীয় চৰকাৰে অধিসূচনা এফ নং ৭/১/২০১২-বিঅ-১ (পিটি) তাৰিখ ২৮ ডিচেম্বৰ, ২০১৬ যোগে বৰ্তমান অৰ্থনীতিৰ চি ভি ষ্টাৰ অধ্যাপক, বিত্ত বিভাগ, নিউয়ৰ্ক বিশ্ববিদ্যালয় – ষ্টাৰ্ণ স্কুল অব বিজিনেছ, ড০ বিৰাল ভি. আচাৰ্যক কাৰ্যভাৰ গ্ৰহণৰ তাৰিখৰ পৰা তিনি বছৰীয়া কাৰ্যকালৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰ হিচাপে নিযুক্তি দিছে। ড০ আচাৰ্যই ২০ জানুৱাৰী, ২০১৭ত যোগদান কৰিব। ডেপুটী গৱৰ্ণৰ হিচাপে ড০ আচাৰ্য

ডিচে 23, 2016
আৰ বি আয়ে ডিচেম্বৰ, ২০১৬ লানি গৃহস্থালীৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা জৰীপ আৰম্ভ কৰিছে
২৬ ডিচেম্বৰ,২০১৬ আৰ বি আয়ে ডিচেম্বৰ, ২০১৬ লানি গৃহস্থালীৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা জৰীপ আৰম্ভ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে নিয়মীয়াকৈ গৃহস্থালীৰ মুদ্ৰাস্ফীতি প্ৰত্যাশা জৰীপ চলাই আহিছে। ডিচেম্বৰ, ২০১৬ লানি জৰীপ এতিয়া ১৮খন মহানগৰী – আহমেদাবাদ, বাংগালুৰু, ভূপাল, ভূৱনেশ্বৰ, চণ্ডীগড়, চেন্নাই, দিল্লী, গুৱাহাটী, হাইদৰাবাদ, জয়পুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, পাটনা, ৰায়পুৰ, ৰাঁচী আৰু তিৰুৱনন্থপুৰমত আৰম্ভ কৰা হৈছে। এই জৰীপে গৃহস্থালীৰ পৰা পৰৱৰ্ত্তী তিনি মাহ আৰু পৰৱৰ্ত্তী এবছৰ

Issue of ₹ 5 coins to commemorate the occasion of "University of Mysore Centenary Celebrations”
The Government of India has minted the above mentioned coins which the Reserve Bank of India will shortly put into circulation. The design details of these coins as notified in The Gazette of India-Extraordinary-Part II-Section 3-Sub-section (i)-No.591 dated August 24, 2016 published by the Ministry of Finance, Department of Economic Affairs, are as follows - Obverse - The face of the coin shall bear the Lion Capitol of Ashoka Pillar in the centre with the legend "सत्

আৰ বি আইয়ে ডেৰাডুনত বেংকিং লোকপালৰ কাৰ্যালয় খুলিছে
২৩ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে ডেৰাডুনত বেংকিং লোকপালৰ কাৰ্যালয় খুলিছে সাম্প্ৰতিক সময়ছোৱাত বেংকিং নেটৱৰ্কৰ যথেষ্ট বৃদ্ধি আৰু কানপুৰস্থিত বৰ্তমানৰ লোকপাল কাৰ্যালয়ৰ বিশাল ক্ষেত্ৰাধিকাৰৰ বিষয়ে বিচাৰ কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে, ডেৰাডুনত বেংকিং লোকপালৰ কাৰ্যালয়টো স্থাপন কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেৰাডুনস্থিত ক্ৰাযালয়ত স্থাপন কৰা বেংকিং লোকপাল কাৰ্যালয়ৰ ক্ষেত্ৰাধিকাৰত উত্তৰাখণ্ড ৰাজ্য আৰু চাহাৰানপুৰ, শ্বামলি (প্ৰবোধ নগৰ), মুজাফ্ফৰ নগৰ, বাঘপট, মীৰাট, বিজনৰ আৰু আমৰোহা (জ্যোতিবা ফু

আৰ বি আয়ে ৰাঁচীত বেংকিং লোকপালৰ কাৰ্যালয় স্থাপন কৰিছে
২৩ ডিচেম্বৰ,২০১৬ আৰ বি আয়ে ৰাঁচীত বেংকিং লোকপালৰ কাৰ্যালয় স্থাপন কৰিছে সম্প্ৰতি বেংকিং পৰিগাঠনি যথেষ্ট বৃদ্ধি হোৱা আৰু বৰ্তমানে পাটনাস্থিত বেংকিং লোকপাল কাৰ্যালয়ৰ পৰিক্ষেত্ৰ বৃহত হোৱাৰ বিষয়টো বিবেচনা কৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং লোকপালৰ এটা কাৰ্যালয় ভাৰতীয় ৰিজাৰ্ভ বেংক, ৰাঁচীত স্থাপন কৰিছে। ভাৰতীয ৰিজাৰ্ভ বেংক, ৰাঁচীস্থিত বেংকিং লোকপাল কাৰ্যালয়ৰ কাৰ্যাধিকাৰ ক্ষেত্ৰ সমগ্ৰ ঝাৰখণ্ড ৰাজ্যত থাকিব, যি অঞ্চল ইয়াৰ আগলৈকে বেংকিং লোকপাল কাৰ্যালয়, পাটনাৰ অধীনত আছিল। অজিত প্ৰস

ডিচে 22, 2016
আৰ বি আইৰ ডি ই এ ফাণ্ড কমিটীয়ে জমাকাৰীৰ সজাগতা কাৰ্যসূচীৰ বাবে আৰু অধিক পাঁচটা সত্তাক অনুমোদিত কৰিছে
২১ ডিচেম্বৰ,২০১৬ আৰ বি আইৰ ডি ই এ ফাণ্ড কমিটীয়ে জমাকাৰীৰ সজাগতা কাৰ্যসূচীৰ বাবে আৰু অধিক পাঁচটা সত্তাক অনুমোদিত কৰিছে জমাকাৰীৰ শিক্ষা আৰু সজাগতা পুঁজি কমিটীয়ে পঞ্জীকৰণৰ বাবে অনুমোদিত কৰা অতিৰিক্ত পাঁচটা সত্তাৰ নাম ভাৰতীয় ৰিজাৰ্ভ বেংকে আজি মুকলি কৰিছে। অনুমোদিত সত্তা পাঁচটাৰ নাম হল- ক্ৰমিক নং আবেদনকাৰীৰ নাম ১ গ্লবেল এলায়েন্স ফৰ চাষ্টেনেবল ডেভেলপমেণ্ট ২ চি আৰ আই এছ আই এল (ক্ৰিচিল) ফাউণ্ডেশ্যন ৩ উপভোক্তা মাৰ্গদৰ্শন সমিতি (ইউ এম এ এছ), যোধপুৰ ৪ দি ইনষ্টিটিউট অ

ডিচে 21, 2016
মৌদ্ৰিক নীতি সমিটিৰ বৈঠক ৬-৭ ডিচেম্বৰ, ২০১৬ৰ কাৰ্যবিৱৰণী (ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫জেদ এলৰ অধীনত)
২১ ডিচেম্বৰ, ২০১৬ মৌদ্ৰিক নীতি সমিটিৰ বৈঠক ৬-৭ ডিচেম্বৰ, ২০১৬ৰ কাৰ্যবিৱৰণী (ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫জেদ এলৰ অধীনত) ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫জেদ বিৰ অধীনত গঠিত মৌদ্ৰিক নীতি কমিটী (এম পি চি)ৰ দ্বিতীয়খন বৈঠক, ভাৰতীয় ৰিজাৰ্ভ বেংক মুম্বাইত ৬ আৰু ৭ ডিচেম্বৰ, ২০১৬ত অনুষ্ঠিত হয়। ২. বৈঠকত সকলোকেইগৰাকী সদস্য ড০ চেতন ঘাটে, অধ্যাপক, ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান, ড০ পমি ডুৱা, সঞ্চালক, দিল্লী অৰ্থনীতি বিদ্যালয় আৰু ড০ ৰবীন্দ্ৰ এইছ ধোলাকিয়া, অধ্যাপক, ভাৰ

১০ নৱেম্বৰৰ পৰা ১৯ ডিচেম্বেৰ,২০১৬ সময়ছোৱাত বেংকনোটৰ বিতৰণ
২১ ডিচেম্বৰ,২০১৬ ১০ নৱেম্বৰৰ পৰা ১৯ ডিচেম্বেৰ,২০১৬ সময়ছোৱাত বেংকনোটৰ বিতৰণ ৮ নৱেম্বৰম, ২০১৬ৰ মাজনিশাৰ পৰা ৫০০ টকা আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ বেংক নোটৰ বৈধ মুদ্ৰা বৈশিষ্ট্য প্ৰত্যাহাৰৰ ঘোষণাটোৰ পৰিণামস্বৰূপে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকবিলাকৰ যোগেদি জনসাধাৰণক বিভিন্ন মুদ্ৰাবৰ্গৰ বেংকনোট পৰ্যাপ্ত পৰিমাণে যোগান ধৰিবলৈ ব্যৱস্থা কৰে। ১০ নৱেম্বৰ, ২০১৬ৰ পৰা ১৯ ডিচেম্বৰ,২০১৬ৰ মাজৰ সময়ছোৱাত বেংকবিলাকে জনাইছে যে ৰাইজক কাউণ্টাৰেদি বা এটিএমযোগে ৫,৯২,৬১৩ কোটি টকা মূল্যৰ বেংকনোট বিতৰণ ক

আৰ বি আইয়ে তদাৰকী সহযোগ আৰু তদাৰকী তথ্যৰ বিনিময়ৰ ক্ষেত্ৰত বেংকিং ৰেগুলেশ্যন এণ্ড চুপাৰভিজন এজেন্সি, তুৰস্কৰ সৈতে বুজাবুজিৰ চুক্তি (এম অ ইউ)ত স্বাক্ষৰ কৰিছে
২১ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে তদাৰকী সহযোগ আৰু তদাৰকী তথ্যৰ বিনিময়ৰ ক্ষেত্ৰত বেংকিং ৰেগুলেশ্যন এণ্ড চুপাৰভিজন এজেন্সি, তুৰস্কৰ সৈতে বুজাবুজিৰ চুক্তি (এম অ ইউ)ত স্বাক্ষৰ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে তুৰস্ক গণৰাজ্যৰ বেংকিং ৰেগুলেশ্যন এণ্ড চপাৰভিজন এজেন্সিৰ সৈতে তদাৰকী সহযোগ আৰু তদাৰকী তথ্যৰ বিনিময় সম্পৰ্কত এখন বুজাপৰাৰ চুক্তিত স্বাক্ষৰ কৰিছে। বেংকিং ৰেগুলেশ্যন এণ্ড চুপাৰ ভিজন এজেন্সিৰ উপাধ্যক্ষ মিষ্টাৰ মেহমেট ইৰফান কুৰ্ট আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হৈ কাৰ্যবাহী সঞ্চালক শ্ৰী মত

আৰ বি আইয়ে পাঁচটা কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ বেংকক অৰ্থদণ্ড বিহিছে
২১ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে পাঁচটা কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰ বেংকক অৰ্থদণ্ড বিহিছে বিদেশী বিনিময় মুদ্ৰা ব্যৱস্থাপনা আইন (এফ ই এম এ) ১৯৯৯ৰ ৰিপৰ্টিং আৱশ্যকতা সম্পৰ্কীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ উলংঘনৰ বাবে নিম্নোক্ত পাঁচটা বেংকৰ ওপৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে অৰ্থদণ্ড আৰোপ কৰিছে। অৰ্থদণ্ড ৰাশিৰ সবিশেষ এনে ধৰণৰ- ক্ৰমিক নং বেংকটোৰ নাম দণ্ডৰাশি টকাত ১ বেংক অব আমেৰিকা ১০,০০০ ২ বেংক অব টকিঅ মিটচুবিচী ১০,০০০ ৩ ডট্ছ বেংক ২০,০০০ ৪ দি ৰয়েল বেংক অব স্কটলেণ্ড ১০,০০০ ৫ ষ্টেণ্ডাৰ্ড চ

ডিচে 19, 2016
আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে
১৯ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে ৪ এন বি এফ চিৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি নিম্নোক্ত ৪ অনাবেংকিং বিত্তীয় প্ৰতিষ্ঠান (এন বি এফ চি)ৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে- ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীভূক্ত কাৰ্যালয়ৰ ঠিকনা পঞ্জীয়ন প্ৰমাণপত্ৰৰ নম্বৰ আৰু তাৰিখ বাতিলৰ তাৰিখ ১ মেছাৰ্ছ লক্সমী একজিম প্ৰাইভেট লিমিটেড ১৫ মহলা, ইনফিনিটি বেন্স মাৰ্ক প্লট নং জি-১, ব্লক ইপি এ

৮ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ সমৰ্পন কৰিছে
১৯ ডিচেম্বৰ, ২০১৬ ৮ এন বি এফ চিয়ে আৰ বি আইক তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণপত্ৰ সমৰ্পন কৰিছে নিম্নোল্লেখিত এন বি এফ চিকেইটাই ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁলোকক মঞ্জুৰ কৰা পঞ্জীয়ন প্ৰমাণ-পত্ৰ সমৰ্পন কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে, ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪ৰ ধাৰা ৪৫-১ক(৬)ৰ অধীনত ইয়াক ন্যস্ত ক্ষমতা প্ৰয়োগ কৰি সেয়ে, তেওঁলোকৰ পঞ্জীয়ন প্ৰমাণ-পত্ৰ বাতিল কৰিছে- ক্ৰমিক নং কোম্পানীৰ নাম পঞ্জীভূক্ত কাৰ্যালয়ৰ ঠিকনা চি অ আৰ নম্বৰ জাৰিৰ তাৰিখ বাতিল আদেশৰ তাৰিখ ১ মেছাৰ্ছ ৰামা ব্যাপাৰ প্ৰাইভ

বেংকবিলাকে প্ৰাক-২০০৫ বেংকনোট জমাত গ্ৰহণ কৰিব লাগিব – আৰ বি আইয়ে স্পষ্ট কৰি দিছে
১৯ ডিচেম্বৰ, ২০১৬ বেংকবিলাকে প্ৰাক-২০০৫ বেংকনোট জমাত গ্ৰহণ কৰিব লাগিব – আৰ বি আইয়ে স্পষ্ট কৰি দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে স্পষ্ট কৰি দিছে যে বেংকবিলাকে ৫০০ আৰু ১০০০ টকা মুদ্ৰাবৰ্গৰ প্ৰাক-২০০৫ বেংকনোটবোৰ জমাত গ্ৰহণ কৰিব যদিও সেইবোৰ পুনৰ জাৰি নকৰিব। এই নোটবোৰ কেৱল ৰিজাৰ্ভ বেংক কাৰ্যালয়তহে বিনিময় কৰিব পাৰিব। ভাৰত চৰকাৰে জাৰি কৰা Gazatte Notification No.2652 dated 08 November, 2016 অনুযায়ী ৰিজাৰ্ভ বেংকে জাৰি কৰা বৰ্তমান শৃংখলাসমূহৰ ৫০০ আৰু ১০০০ টকীয়া বেংক নোটবোৰ (নিৰ্দিষ্ট

আৰ বি আইয়ে উভয় সংখ্যাসূচীত ক্ৰমাগত বৰ্ধিত আকাৰৰ সংখ্য়াৰে আৰু মুদ্ৰাংকন ছাপ অবিহনে, আন্তঃ সংস্থাপিত ‘R’ আখৰেৰে ৫০ টকীয়া বেংকনোট জাৰি কৰিব
১৯ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে উভয় সংখ্যাসূচীত ক্ৰমাগত বৰ্ধিত আকাৰৰ সংখ্য়াৰে আৰু মুদ্ৰাংকন ছাপ অবিহনে, আন্তঃ সংস্থাপিত ‘R’ আখৰেৰে ৫০ টকীয়া বেংকনোট জাৰি কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে, উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত ‘R’ আখৰেৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত আৰু বেংকনোটৰ ওলোটা পিঠিত ছপাবৰ্ষ ২০১৬ ছপা কৰা, মহাত্মা গান্ধী শৃংখলা ২০০৫ত অচিৰে ৫০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব। সংখ্যা সূচীসমূহত ক্ৰমবৰ্দ্ধমান আকাৰৰ আখৰ বিশিষ্ট এই বেংকনোটবোৰ Press Rele

আন্তঃ সংস্থাপিত ‘R’ আখৰেৰে ৫০০ টকীয়া বেংকনোট জাৰি
১৯ ডিচেম্বৰ, ২০১৬ আন্তঃ সংস্থাপিত ‘R’ আখৰেৰে ৫০০ টকীয়া বেংকনোট জাৰি বৰ্তমান বৈধমুদ্ৰা হিচাপে প্ৰচলিত হৈ থকা মহাত্মা গান্ধী (নতুন) শৃংখলাৰ ৫০০ টকীয়া বেংকনোটসমূহৰ লগতে উভয় সংখ্যা সূচীত আন্তঃসংস্থাপিত ‘R’ আখৰেৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত, ছপাবৰ্ষ ২০১৬ থকা এচাম নতুন বেংকনোট জাৰি কৰা হব। এই নোটবোৰৰ আৰ্হি Press Release : 2016-17/1461 dated December 8, 2016 ৰ যোগে অধিসূচিত মহাত্মা গান্ধী (নতুন) শৃংখলাৰ বেংকনোটৰ সৈতে সকলো দিশত সদৃশ। (অজিত প

আৰ বি আইয়ে উভয় সংখ্যাসূচীত ক্ৰমাগত বৰ্ধিত আকাৰৰ সংখ্য়াৰে আৰু মুদ্ৰাংকন ছাপ অবিহনে, আন্তঃ সংস্থাপিত ‘L’ আখৰেৰে ৫০ টকীয়া বেংকনোট জাৰি কৰিব
১৯ ডিচেম্বৰ, ২০১৬ আৰ বি আইয়ে উভয় সংখ্যাসূচীত ক্ৰমাগত বৰ্ধিত আকাৰৰ সংখ্য়াৰে আৰু মুদ্ৰাংকন ছাপ অবিহনে, আন্তঃ সংস্থাপিত ‘L’ আখৰেৰে ৫০ টকীয়া বেংকনোট জাৰি কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকে, উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত ‘L’ আখৰেৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত আৰু বেংকনোটৰ ওলোটা পিঠিত ছপাবৰ্ষ ২০১৬ ছপা কৰা, মহাত্মা গান্ধী শৃংখলা ২০০৫ত অচিৰে ৫০ টকা মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব। সংখ্যা সূচীসমূহত ক্ৰমবৰ্দ্ধমান আকাৰৰ আখৰ বিশিষ্ট এই বেংকনোটবোৰ Press Rel

ডিচে 16, 2016
সংখ্যা সূচীত তাৰকা চিহ্ন থকা আন্তঃসংস্থাপিত আখৰ “E” সম্বলিত মহাত্মা গান্ধী (নতুন) শৃংখলাত ৫০০ টকীয়া বেংক নোট জাৰি
১৬ ডিচেম্বৰ, ২০১৬ সংখ্যা সূচীত তাৰকা চিহ্ন থকা আন্তঃসংস্থাপিত আখৰ “E” সম্বলিত মহাত্মা গান্ধী (নতুন) শৃংখলাত ৫০০ টকীয়া বেংক নোট জাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকে অনতিপলমে মহাত্মা গান্ধী (নতুন) শৃংখলাত ৫০০ মুদ্ৰাবৰ্গৰ বেংকনোট জাৰি কৰিব যিবোৰৰ উভয় সংখ্যাসূচীত আন্তঃসংস্থাপিত আখৰ ‘E’ থাকিব আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ড০ উৰজিত পেটেলৰ স্বাক্ষৰ সম্বলিত নোটবোৰৰ ওলোটা পিঠিত ছপাবৰ্ষ ২০১৬ৰ লগতে স্বচ্ছ ভাৰত প্ৰতীক চিহ্ন ছপা থাকিব। শিৰোনাম বেংকনোটৰ কিছুমানত সংখ্যাসূচীৰ উপসৰ্গ আৰু সংখ্যাটোৰ মা

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬
১৬ ডিচেম্বৰ,২০১৬ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ জমা আঁচনি (পি এম জি কে ডি এছ), ২০১৬ ভাৰত চৰকাৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আলোচনা মৰ্মে Pradhan Mantri Garib Kalyan Deposit Scheme, 2016 অধিসূচিত কৰিছে। Pradhan Mantri Garib Kalyan Deposit Scheme, 2016 ৰ অধীনত অঘোষিত আয় ঘোষণা কৰা যিকোনো ব্যক্তিয়ে আঁচনিখনৰ অধীনত জমা ৰাখিব পাৰিব। জমা ৰখা ৰাশি, যিখিনি ঘোষণা কৰা অঘোষিত ৰাশিৰ ২৫ শতাংশৰ কম হব নোৱাৰিব, যিকোনো কৰ্তৃত্বপ্ৰাপ্ত বেংকত (ভাৰত চৰকাৰে অধিসূচিত কৰা মতে) ১৭ ডিচেম্বৰ,২০১৬ (শনি

আৰ বি আইয়ে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক, নাগপুৰ, জিলা নাগপুৰ, মহাৰাষ্ট্ৰক নিৰ্দেশনা জাৰি কৰিছে
১৬ ডিচেম্বৰ,২০১৬ আৰ বি আইয়ে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক, নাগপুৰ, জিলা নাগপুৰ, মহাৰাষ্ট্ৰক নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ১৫ ডিচেম্বৰ,২০১৬ৰ ব্যৱসায় সামৰণিৰ পৰা কাৰ্যকৰী হোৱাকৈ ছমাহ অবধিৰ বাবে নবোদয়া আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, নাগপুৰ, জিলা নাগপুৰ, মহাৰাষ্ট্ৰলৈ নিৰ্দেশনা জাৰি কৰিছ। এই নিৰ্দেশনা মতে, নবোদয়া আৰবান কো-অপাৰেটিভ বেংক লিমিটেড, নাগপুৰে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আগতিয়া লিখিত অনুমোদন অবিহনে কোনো ঋণ আৰু অগ্ৰিম মঞ্জুৰ বা নবীকৰণ নকৰিব, কোনো বিনিয়োগ নক

ডিচে 15, 2016
কেন্দ্ৰীয় বোৰ্ডৰ ৫৬২তম বৈঠক
১৫ ডিচেম্বৰ, ২০১৬ কেন্দ্ৰীয় বোৰ্ডৰ ৫৬২তম বৈঠক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেন্দ্ৰীয় বোৰ্ডৰ ৫৬২ সংখ্যক বৈঠক ১৫ ডিচেম্বৰ, ২০১৬ বৃহস্পতিবাৰে কলকাতাত অনুষ্ঠিত হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধ্যক্ষ ড০ উৰজিত পেটেলে বৈঠকত অধ্যক্ষতা কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটী গৱৰ্ণৰসকল ক্ৰমে শ্ৰী আৰ গান্ধী, শ্ৰী এছ এছ মুন্দ্ৰা আৰু শ্ৰী এম এছ বিশ্বনাথৰ উপৰি বৈঠকত উপস্থিত থকা অন্যান্য সঞ্চালকসকলৰ ভিতৰত আছিল শ্ৰী নটৰাজন চন্দ্ৰশেখৰন, শ্ৰী ভাৰত দোশী আৰু শ্ৰী সুধীৰ মানকাড। কেন্দ্ৰীয় বোৰ্ডত চৰকাৰৰ মনোনীত

পৃষ্ঠাটো শেহতীয়া আপডেট কৰা তাৰিখ: আগষ্ট 13, 2025